অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

চন্দ্ৰশেখৰ কম্বাৰ

চন্দ্ৰশেখৰ কম্বাৰ (ಚಂದ್ರಶೇಖರ ಕಂಬಾರ; জন্ম: ২ জানুৱাৰী, ১৯৩৭) এজন প্ৰসিদ্ধ ভাৰতীয় কবি, নাট্যকাৰ, লোকসাহিত্যকাৰ, কানাড়া ভাষাৰ চলচ্চিত্ৰ নিৰ্মাতা আৰু হাম্পিৰ কৰ্ণাটক বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক উপাচাৰ্য। তেওঁ ৱিনায়ক কৃষ্ণ গোকাক (১৯৮৩) আৰু ইউ আৰ অনন্তমূৰ্তিৰ পাছতে সাহিত্য অকাডেমিৰো সভাপতি।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ১০৬ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

চন্দ্ৰশেখৰ কম্বাৰ (ಚಂದ್ರಶೇಖರ ಕಂಬಾರ; জন্ম: ২ জানুৱাৰী, ১৯৩৭) এজন প্ৰসিদ্ধ ভাৰতীয় কবি, নাট্যকাৰ, লোকসাহিত্যকাৰ, কানাড়া ভাষাৰ চলচ্চিত্ৰ নিৰ্মাতা আৰু হাম্পিৰ কৰ্ণাটক বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক উপাচাৰ্য। তেওঁ ৱিনায়ক কৃষ্ণ গোকাক (১৯৮৩) আৰু ইউ আৰ অনন্তমূৰ্তিৰ পাছতে সাহিত্য অকাডেমিৰো সভাপতি।১

বহুকেইটি খ্যাত-প্ৰখ্যাত বঁটাৰে তেওঁৰ অৱদানক স্বীকৃতি জনোৱা হৈছে। ২০২১ চনত তেওঁক পদ্মভূষণ২৩, ২০১১ চনত জ্ঞানপীঠ বঁটা৪, ১৯৯১ চনত সাহিত্য অকাডেমি বঁটা, ২০০১ চনত পদ্মশ্ৰী৫, কবীৰ সম্মান, কালিদাস সম্মান আৰু ২০০৪ চনত পম্পা বঁটা প্ৰদান কৰা হয়। ১৯৮৩ চনত তেওঁলৈ সংগীত নাটক একাডেমী বঁটা৬ আৰু ২০২১ চনত সংগীত নাটক ফেল'শ্বিপ আগবঢ়োৱা হৈছিল। অৱসৰৰ পাছত কম্বাৰাক কানাড়া বিধান সভাৰ সদস্য ৰূপে মনোনীত কৰা হয়, য'ত তেওঁ নিজা হস্তক্ষেপেৰে উল্লেখযোগ্য অৱদান আগবঢ়ায়। ৭

তথ্যসূত্ৰ

  1. ↑ Giri Seeme: The Tribal Village. Department of Tribal Studies, Kannada University. Kannada University, Hampi
  2. ↑ Padma Awards 2021 announced. Ministry of Home Affairs
  3. ↑ (25 January 2021). Shinzo Abe, Tarun Gogoi, Ram Vilas Paswan among Padma Award winners: Complete list. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  4. ↑ (20 September 2011). Jnanpith for Kambar. The Hindu
  5. ↑ (2015). Padma Awards. Ministry of Home Affairs, Government of India
  6. ↑ Special Correspondent. (20 September 2011). Jnanpith for Kambar. The Hindu
  7. ↑ The living bard. Deccan Herald

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় সাহিত্যিকজ্ঞানপীঠ বঁটা বিজয়ীপদ্মশ্ৰী বঁটা বিজয়ীপদ্মভূষণ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চন্দ্ৰশেখৰ কম্বাৰ” প্ৰবন্ধৰ সংশোধন ৩৮০৭৮৩ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।