অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

উমাশংকৰ যোশী

উমাশংকৰ যোশী (Umashankar Jethalal Joshi; জন্ম:২১ জুলাই’ ১৯১১ - মৃত্যু: ১৯ ডিচেম্বৰ ১৯৮৮) এগৰাকী ভাৰতীয় কবি, পণ্ডিত আৰু লেখক। গুজৰাটী সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক জনা যায়। তেওঁ গুজৰাটী ভাষাতে অধিকাংশ কাম কৰিছে।

হালনাগাদ: ২৬ নৱেম্বৰ ২০২৫ ৩৩ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

উমাশংকৰ যোশী (Umashankar Jethalal Joshi; জন্ম:২১ জুলাই’ ১৯১১ - মৃত্যু: ১৯ ডিচেম্বৰ ১৯৮৮) এগৰাকী ভাৰতীয় কবি, পণ্ডিত আৰু লেখক। গুজৰাটী সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক জনা যায়। ১ তেওঁ গুজৰাটী ভাষাতে অধিকাংশ কাম কৰিছে।

তথ্যসূত্ৰ

  1. ↑ Jnanpith Laureates Official listings. জ্ঞানপীঠ বঁটা Website

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় সাহিত্যিকগুজৰাটী ভাষাৰ সাহিত্য অকাডেমি বঁটা বিজয়ীগুজৰাটৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উমাশংকৰ যোশী” প্ৰবন্ধৰ সংশোধন ৫৫৭৫৩০ (২৬ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।