ৰাজনীতি আৰু আইন
চৰকাৰ, সংবিধান, নিৰ্বাচন, সংস্থা আৰু অধিকাৰ · ৭৯৫ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
মিল্লিয়েম বিধানসভা সমষ্টি
মিল্লিয়েম বিধানসভা সমষ্টি (Mylliem Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ মেঘালয় ৰাজ্যৰ ৬০ টা বিধানসভা সমষ্টিৰ অন্যতম। মেঘালয় ৰাজ্য গঠনৰ সময়তে ১৯৭২ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। এই সমষ্টিটো পূব খাচী পাহাৰ জিলাৰ অন্তৰ্গত আৰু ই শ্বিলং লোকসভা সমষ্টিৰ এক অংশ।
-
মে'ক ইন ইণ্ডিয়া
মেক ইন ইণ্ডিয়া ভাৰত চৰকাৰৰ এক অভিলাষী কাৰ্যক্ৰম আৰু ইয়াৰ জৰিয়তে কোম্পানীসমূহক ইয়াৰ উৎপাদিত সামগ্ৰীসমূহ ভাৰতত নিৰ্মাণ কৰিবলৈ প্ৰেৰিত কৰা হয়। ২০১৪ চনৰ ২৫ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মেক ইন ইণ্ডিয়া কাৰ্যক্ৰমৰ উদ্বোধন কৰে।
-
মৌকাঈয়াও বিধানসভা সমষ্টি
মৌকাঈয়াও বিধানসভা সমষ্টি (Mowkaiaw Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ মেঘালয় ৰাজ্যৰ ৬০ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৭২ চনত মেঘালয় ৰাজ্য গঠনৰ সময়তে এই সমষ্টিটো প্ৰথমবাৰৰ বাবে সৃষ্টি কৰা হৈছিল।
-
শিক্ষাৰ অধিকাৰ
শিক্ষাৰ অধিকাৰ (Right to education)ক বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সন্মিলনত এক মানৱ অধিকাৰ হিচাপে মান্যতা প্ৰদান কৰা হৈছে, য'ত আৰ্থিক, সামাজিক, সাংস্কৃতিক অধিকাৰৰ আন্তঃৰাষ্ট্ৰীয় চুক্তিও সন্মিলিত হৈ আছে।
-
সিন্ধু জল চুক্তি
সিন্ধু জল সন্ধি বা সিন্ধু জল চুক্তি (IWT) হৈছে ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা এক জল বিতৰণ চুক্তি, যিখন বিশ্ব বেংকে ব্যৱস্থা আৰু আলোচনা কৰি সিন্ধু নদী আৰু ইয়াৰ উপনৈসমূহত উপলভ্য পানী ব্যৱহাৰ কৰে।
-
১৯৮৪ শিখ বিৰোধী সংঘৰ্ষ
১৯৮৪ শিখ বিৰোধী সংঘৰ্ষ বা ১৯৮৪ শিখ গণহত্যা বুলিলে শিখ দেহৰক্ষীৰ দ্বাৰা হোৱা ইন্দিৰা গান্ধীৰ হত্যাৰ প্ৰতিশোধ পূৰবালৈ ভাৰতীয় শিখসকলৰ বিৰুদ্ধে চলোৱা শিখ বিৰোধী উন্মত্ত জনতা, মূলতঃ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্যসকলে চলোৱা এলানি কাৰ্যসূচীকে বুজায়।
-
১৯৮৪ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন
১৯৮৪ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন পূৰ্ব প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ মৃত্যুৰ পিছতে তিনিটা প্ৰৰ্যায়ত ২৪, ২৭ আৰু ২৮ ডিচেম্বৰত অনুষ্ঠিত হৈছিল। আভ্যন্তৰীণ অশান্তিৰ বাবে মিজোৰাম, পাঞ্জাব আৰু অসমত অষ্টম লোকসভা গঠনৰ বাবে অনুষ্ঠিত কৰা এই নিৰ্বাচন দহমান পলমকৈ হৈছিল।
-
ৰক্ষণশীলতাবাদ
ৰক্ষণশীলতাবাদ (Conservatism) হৈছে এক নান্দনিক, সাংস্কৃতিক, সামাজিক আৰু ৰাজনৈতিক দৰ্শন, যি পৰম্পৰাগত সামাজিক প্ৰতিষ্ঠানবোৰৰ প্ৰচাৰ আৰু সংৰক্ষণ কৰিব বিচাৰে। ৰক্ষণশীলতাবাদৰ কেন্দ্ৰীয় ধাৰণাবোৰ সংস্কৃতি আৰু সভ্যতাৰ পৰম্পৰাগত মূল্যবোধ বা অনুশীলন অনুসৰি পৃথক পৃথক হ'ব পাৰে।
-
ৰঙিয়া পৌৰসভা
ৰঙিয়া পৌৰসভা (ইংৰাজী: Rangia Municipal Board) হৈছে ৰঙিয়া চহৰৰ স্থানীয় শাসন ব্যৱস্থা। ১৯৫৬ চনৰ ১ জানুৱাৰীত ৰঙিয়া পৌৰসভা খন প্ৰতিষ্ঠা কৰা হৈছিল। ২৭,৮৮৯ জনসংখ্যাৰে (২০১১ চনৰ লোকপিয়ল অনুসৰি), ৰঙিয়া পৌৰসভাৰ আয়তন ৯.২৫ বৰ্গ কিলোমিটাৰ।
-
ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ
ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ (National Green Tribunal) ভাৰতত পৰিৱেশ সম্পৰ্কীয় গোচৰসমূহ মোকাবিলা আৰু ইয়াৰ সৈতে জড়িত সিদ্ধান্তসমূহ ক্ষিপ্ৰ ৰূপায়ণৰ বাবে গঠিত বিধিগত সংস্থা। ২০১০ চনত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ আইনৰ অধীনত ইয়াক স্থাপন কৰা হৈছিল।
-
অপৰাধ
অপৰাধ (Crime, Misdemeanor, Felony) হ'ল কোনো ব্যক্তিয়ে আইনৰ বিৰুদ্ধে সংঘটিত কৰা কাৰ্য্য। কোনো দেশ বা অঞ্চলত শান্তি -শৃংখলা বজাই ৰাখিবলৈ প্ৰণয়ন কৰা আইন উলংঘা কৰা যিকোনো কামক অপৰাধ বুলি গণ্য কৰা হয়। অপৰাধ গুৰুতৰ আৰু সৰু দুয়োটা হ’ব পাৰে।
-
অসম ৰাজ্যিক মহিলা আয়োগ
অসম ৰাজ্যিক মহিলা আয়োগ (Assam State Commission for Women) বা অসম ৰাজ্যিক মহিলা আয়ুক্তালয় অসম ৰাজ্যত মহিলাৰ বিৰুদ্ধে অপৰাধ সম্পৰ্কীয় বিষয়বোৰৰ মোকাবিলা কৰিবলৈ গঠন কৰা এক বিধিবদ্ধ সংস্থা। ৰাজ্যখনত মহিলাসকলৰ কল্যাণৰ বাবে এই আয়োগ অসম চৰকাৰে এক অৰ্ধ-ন্যায়িক সংস্থা হিচাপে স্থাপন কৰিছিল।
-
আছমা জাহাংগীৰ
আছমা জিলানি জাহাংগীৰ (Asma Jahangir; ২৭ জানুৱাৰী ১৯৫২ - ১১ ফেব্ৰুৱাৰী ২০১৮) আছিল এগৰাকী পাকিস্তানী মানৱ অধিকাৰ অধিবক্তা আৰু সমাজ কৰ্মী; যি পাকিস্তানৰ মানৱ অধিকাৰ আয়োগ আৰু এ জি এইচ এছ আইনী সাহায্য কোষৰ সহ-প্ৰতিষ্ঠাপক আৰু অধ্যক্ষ আছিল।জাহাংগীৰ উকীল আন্দোলনত বিশিষ্ট ভূমিকা গ্ৰহণ কৰাৰ বাবে পৰিচিত আছিল…
-
আমপাতি বিধানসভা সমষ্টি
আমপাতি বিধানসভা সমষ্টি (ইংৰাজী: Ampati Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ মেঘালয় ৰাজ্যৰ ৬০ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। পূৰ্বে এই সমষ্টিটো 'আমপাতিগিৰি' নামেৰে জনাজাত আছিল।
-
ইলবাৰ্ট বিল
ইলবাৰ্ট বিল ১৮৮৩ চনৰ ৯ ফেব্ৰুৱাৰীত ভাৰতৰ বৃটিছ সাম্ৰাজ্ৰিক বিধায়িনী পৰিষদত (ব্ৰিটিছ ইণ্ডিয়াৰ ইম্পেৰিয়েল লেজিছলেটিভ কাউন্সিল )(আই এল চি)ত উত্থাপন কৰা এখন বিধেয়ক আছিল ইলবাৰ্ট বিল। এই বিধেয়কখনৰ যোগেদি কৃষ্ণাংগ ন্যায়াধীশে শ্বেতাংগলোকৰ সৈতে জড়িত থকা গোচৰৰ সভাপতিত্ব কৰিব পৰাৰ ব্যৱস্থা কৰা হৈছিল।
-
এস্কাজু চুক্তি
লেটিন আমেৰিকা আৰু কেৰিবিয়ানত পৰিৱেশগত বিষয়ত তথ্য, জনসাধাৰণৰ অংশগ্ৰহণ আৰু ন্যায়ৰ প্ৰৱেশাধিকাৰৰ ওপৰত আঞ্চলিক চুক্তি, যাক এস্কাজু চুক্তি (Escazu Agreement) বুলি জনা যায়, হৈছে পৰিৱেশৰ বিষয়ে তথ্য প্ৰাপ্ত কৰাৰ অধিকাৰ, পাৰিপাৰ্শ্বিক সিদ্ধান্ত লোৱাত জনসাধাৰণৰ অংশগ্ৰহণ, পাৰিপাৰ্শ্বিক ন্যায় আৰু বৰ্তমান…
-
কোম্পানী আইন ১৯৫৬
কোম্পানী আইন ১৯৫৬ (: Companies Act 1956) হৈছে ১৯৫৬ চনত প্ৰণয়ন কৰা ভাৰতীয় কোম্পানী আইন সম্পৰ্কিত এখন সংসদ আইন। যিয়ে কোম্পানীসমূহক পঞ্জীয়নৰ দ্বাৰা গঠন কৰা আৰু কোম্পানীৰ সঞ্চালক আৰু সচিবসকলৰ দায়িত্ব নিৰ্ধাৰণ কৰিছিল।
-
ঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫
ঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫ (Protection of Women from Domestic Violence Act, 2005) মহিলাসকলক ঘৰুৱা হিংসাৰ পৰা সুৰক্ষিত কৰিবলৈ ভাৰতীয় সংসদে প্ৰণয়ন কৰা এক আইন। ২০০৬ চনৰ ২৬ অক্টোবৰত ভাৰত চৰকাৰ আৰু মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে ইয়াক কাৰ্যকৰী কৰিছিল।
-
চহিয়ং বিধানসভা সমষ্টি
চহিয়ং বিধানসভা সমষ্টি (Sohiong Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ মেঘালয় ৰাজ্যৰ ৬০ টা বিধানসভা সমষ্টিৰ অন্যতম। ১৯৭৮ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। এই সমষ্টিটো পূব খাচী পাহাৰ জিলাৰ অন্তৰ্গত আৰু ই শ্বিলং লোকসভা সমষ্টিৰ এক অংশ।
-
চাপাগুৰি বিধানসভা সমষ্টি
চাপাগুৰি বিধানসভা সমষ্টি অসম বিধানসভা ৰ ১২৬টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। চাপাগুৰি কোকৰাঝাৰ (লোকসভা সমষ্টি)ৰ অন্তৰ্গত। চাপাগুৰি বিধানসভা সমষ্টি অনুসূচিত জনজাতি (ST)ৰ বাবে সংৰক্ষিত।
-
ছেক্স ষ্ট্ৰাইক
ছেক্স ষ্ট্ৰাইক বা ছেক্স বয়কট (Sex strike বা Sex boycott) হৈছে এক প্ৰকাৰৰ ধৰ্মঘট, ই এক অহিংস প্ৰতিৰোধৰ পদ্ধতি য'ত এজন বা একাধিক ব্যক্তিয়ে (সাধাৰণতে মহিলা) কিছুমান লক্ষ্য প্ৰাপ্তিৰ উদ্দেশ্যে তেওঁলোকৰ সঙ্গীৰ সৈতে যৌন সম্ভোগৰ পৰা সাময়িক ভাৱে বিৰত থাকে।
-
ছৌদি আৰবত নাৰীৰ অধিকাৰ
ছৌদি আৰৱত মহিলাৰ অধিকাৰ আন্তৰ্জাতিক পৰ্যায়ত উদ্বেগ আৰু বিতৰ্কৰ বিষয়। ১৯৭৯ চনৰ পৰা ধৰ্মীয় মৌলবাদী আধিপত্যৰ সন্মুখীন হোৱাৰ পিছত ২০১৭ চনৰ পৰা ছৌদি মহিলাসকলে গুৰুত্বপূৰ্ণ অধিকাৰ সংস্কাৰৰ অভিজ্ঞতা লাভ কৰিছে।
-
জাপান চৰকাৰ
জাপান চৰকাৰ (Government of Japan) বিধানসভা, কাৰ্যবাহী, ন্যায়পালিকাৰ শাখা আৰু জনপ্ৰিয়তাৰে সাৰ্বভৌমত্বৰ ওপৰত ভিত্তি কৰি গঠিত। ১৯৪৭ চনত গ্ৰহণ কৰা জাপানৰ সংবিধানে স্থাপন কৰা আইনৰ অধীনত চৰকাৰ চলি থাকে। সম্ৰাটক ৰাষ্ট্ৰৰ মুৰব্বী হিচাপে লৈ ই এক একক ৰাষ্ট্ৰ, যাৰ সাতাল্লিশটা প্ৰশাসনিক বিভাগ আছে।
-
জীয়াই থকাৰ অধিকাৰ
জীয়াই থকাৰ অধিকাৰ(Right to Life) হৈছে এক বিশ্বাস, যি এজন ব্যক্তিৰ জীৱন সম্পৰ্কীয় অধিকাৰৰ কথা কয় লগতে চৰকাৰ তথা অন্য কোনো অস্তিত্বৰ দ্বাৰা এটা জীৱনৰ বিনাশ কাৰ্য অযুক্তিকৰ বুলি দাবী উত্থাপন কৰে।
-
দক্ষিণ নৌসেনাৰ কমাণ্ড
ভাৰতীয় নৌসেনাৰ তিনিটা, কমাণ্ড পৰ্যায়ৰ গঠনৰ ভিতৰত দক্ষিণ নৌসেনাৰ আদেশ অন্যতম। দক্ষিণ নৌসেনাৰ কমাণ্ড ভাৰতৰ সৰ্ববৃহৎ নৌসেনাৰ কমাণ্ড আৰু ইয়াৰ মুখ্য কাৰ্যালয় কেৰেলাৰ কোচিত আই এন এছ ভেণ্ডুৰুথিত আছে। ই ভাৰতীয় নৌসেনাৰ ট্ৰেইনিং কমাণ্ড।
-
দেৱানী আইন
দেৱানী আইন হৈছে আইনৰ এটা প্ৰধান শাখা, ইংলেণ্ড, ৱেলছ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি সাধাৰণ আইনৰ আইনী ব্যৱস্থাত, ই অপৰাধমূলক আইনৰ বিপৰীতে থিয় দিছে। ব্যক্তিগত আইন, যি দেৱানী অন্যায় আৰু অৰ্ধ-চুক্তিৰ সৈতে জড়িত, দেৱানী আইনৰ অংশ, চুক্তি আইন আৰু সম্পত্তিৰ আইন (সম্পত্তিৰ সৈতে জড়িত অপৰাধ, যেনে চুৰি বা…
-
নতুন সংসদ ভৱন
সংসদ ভৱন (IAST: Sansad Bhavan) হৈছে ভাৰতৰ সাংসদৰ সভা। ই দেশৰ ৰাজধানী নতুন দিল্লীত অৱস্থিত। ইয়াত লোকসভা আৰু ৰাজ্যসভা আছে, যিবোৰ ভাৰতৰ দ্বি-সদস্যীয় সংসদত ক্ৰমে নিম্ন আৰু উচ্চ সদন। ভাৰতৰ "চেন্ট্ৰেল ভিষ্ট্ৰা" প্ৰকল্পৰ অংশ হিচাপে নতুন দিল্লীত এই নতুন সংসদ ভৱনটো নিৰ্মাণ কৰা হয়।
-
নাৰীৰ ভোটাধিকাৰ
নাৰীৰ ভোটাধিকাৰ মানে নিৰ্বাচনত মহিলাৰ ভোট দানৰ অধিকাৰ। ঐতিহাসিকভাৱে মহিলাসকলৰ ভোটাধিকাৰ খুব কমেইহে আছিল, আনকি কথিতভাৱে গণতান্ত্ৰিক চৰকাৰ ব্যৱস্থাতো। ১৯ শতিকাত "সাৰ্বজনীন(পুৰুষ) ভোটাধিকাৰৰ" পোষকতা কৰা বহুতো আন্দোলন দেখা গৈছিল, বিশেষকৈ ইউৰোপ আৰু উত্তৰ আমেৰিকাত; ইয়াৰ পিছত মহিলাৰ ভোটাধিকাৰৰ বাবে বহুতো…
-
নিৰ্বাচনী চিয়াঁহী
নিৰ্বাচনী চিয়াঁহী, মচিব নোৱাৰা চিয়াঁহী বা নিৰ্বাচনী দাগ, নিৰ্বাচনৰ সময়ত ভোটাৰৰ তৰ্জনী আঙুলিত (সাধাৰণতে) প্ৰয়োগ কৰা অৰ্ধস্থায়ী চিয়াঁহী বা ৰং। যিবোৰ দেশত নাগৰিকৰ বাবে চিনাক্তকৰণৰ নথিপত্ৰ সদায় প্ৰামাণিক বা প্ৰতিষ্ঠানিক নহয়, সেইবোৰ দেশৰ বাবে ই এক ফলপ্ৰসূ পদ্ধতি।
-
নেচনেল কেডেট কৰ্পছ (ভাৰত)
নেচনেল কেডেট কৰ্পছ চমুকৈ এন চি চি (The National Cadet Corps (NCC)) ভাৰতীয় সশস্ত্ৰ বাহিনীৰ যুৱ শাখা, ইয়াৰ মুখ্য কাৰ্যালয় ভাৰতৰ নতুন দিল্লীত আছে। ভাৰতীয় সেনা, নৌসেনা আৰু বায়ুসেনাক লৈ গঠিত ট্ৰাই-চাৰ্ভিচ অৰ্গেনাইজেচনৰ অংশ হিচাপে স্কুল আৰু কলেজৰ ছাত্ৰ-ছাত্ৰীৰ বাবে মুকলি আৰু ই স্বেচ্ছামূলক৷…