অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

ঘনত্ব

ঘনত্ব (ইংৰাজী: Density) হ'ল একক আয়তনত থকা পদাৰ্থৰ পৰিমাণ। ঘনত্বক ρ (ৰ') বা D ৰে সূচোৱা হয়। গাণিতিকভাৱে, ঘনত্ব:⟨\rho = \frac{m}{V},⟩ য'ত m ভৰ আৰু V আয়তন।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৯২ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

ঘনত্ব (ইংৰাজী ভাষা: Density) হ'ল একক আয়তনত থকা পদাৰ্থৰ পৰিমাণ। ঘনত্বক ρ (ৰ') বা D ৰে সূচোৱা হয়। গাণিতিকভাৱে, ঘনত্ব১:⟨\rho = \frac{m}{V},⟩ য'ত m ভৰ আৰু V আয়তন।

ঘনত্বৰ একক:

  1. কিলোগ্ৰাম/ঘন মিটাৰ
  2. গ্ৰাম/ঘন চেণ্টিমিটাৰ
  3. পাউণ্ড/ঘন ফুট

উদাহৰণস্বৰূপে, পানীৰ ঘনত্ব ১ গ্ৰাম/ঘন চেণ্টিমিটাৰ; অৰ্থাৎ ১ ঘন চেণ্টিমিটাৰ পানীৰ ভৰ ১ গ্ৰাম। ঘনত্বৰ মাপৰ সহায়ত কোনো বস্ত্ত পানীত (বা আন জুলীয়া পদাৰ্থত) ওপঙিব নে নাই সেয়া জানিব পাৰি। আপেক্ষিক ঘনত্ব (অৰ্থাৎ পানীৰ তুলনাত অইন পদাৰ্থৰ ঘনত্ব) মান একতকৈ কম হ'লে সি পানীত ওপঙিব আৰু একতকৈ বেছি হ'লে সি পানীত ডুব যাব।

ঘনত্বসমূহ

পানী

+ ১ বায়ুমণ্ডলীয় চাপত পানীৰ ঘনত্ব
উষ্ণতা (°C)২ঘনত্ব (কি.গ্ৰা./মি৩)
−৩০৯৮৩.৮৫৪
−২০৯৯৩.৫৪৭
−১০৯৯৮.১১৭
০৯৯৯.৮৩৯৫
৪৯৯৯.৯৭২০
১০৯৯৯.৭০২৬
১৫৯৯৯.১০২৬
২০৯৯৮.২০৭১
২২৯৯৭.৭৭৩৫
২৫৯৯৭.০৪৭৯
৩০৯৯৫.৬৫০২
৪০৯৯২.২
৬০৯৮৩.২
৮০৯৭১.৮
১০০৯৫৮.৪
Notes:

বায়ু

বায়ুৰ ঘনত্ব ''vs.'' উষ্ণতা
বায়ুৰ ঘনত্ব vs. উষ্ণতাছবি: T.seppelt · CC BY-SA 4.0
+১ atm চাপত বায়ুৰ ঘনত্ব
T (°C)ρ (kg/m3)
−251.423
−201.395
−151.368
−101.342
−51.316
01.293
51.269
101.247
151.225
201.204
251.184
301.164
351.146

অন্য পদাৰ্থ

অধিক তথ্য: Orders of magnitude (density)

+এক নিৰ্দিষ্ট পৰিসৰলৈকে কিছুমান পদাৰ্থৰ ঘনত্ব
পদাৰ্থρ (কি.গ্ৰা./মি৩)৩টোকা
হিলিয়াম০.১৭৯
Aerographite0.2৪৫৬
Metallic microlattice0.9৪
Aerogel1.0৪
বায়ু১.২সমুদ্ৰ পৃষ্ঠত
Tungsten hexafluoride12.4One of the heaviest known gases at standard conditions
তৰল হাইড্ৰ'জেন৭০প্ৰায় –২৫৫ °ছে.ত
Styrofoam75Approx.৭
Cork240Approx.৭
Pine373৮
লিথিয়াম535
Wood700Seasoned, typical৯১০
Oak710৮
Potassium860১১
Sodium970
বৰফ৯১৬.৭< ০ °ছে. উষ্ণতাত
পানী (নিৰ্মল)১,০০০৪ °ছে.ত, সৰ্বাধিক ঘনত্বৰ উষ্ণতা
পানী (লৱণযুক্ত)১,০৩০
নাইল'ন১,১৫০
প্লাস্তিক১,১৭৫আনুমানিক; পলিপ্ৰ'পাইলিন আৰু পিইটিই/পিভিচি
Tetrachloroethene1,622
Magnesium1,740
বেৰিলিয়াম1,850
গ্লিচাৰল1,261১২
কংক্ৰিট২,০০০১৩
Silicon2,330
এলুমিনিয়াম2,700
Diiodomethane3,325liquid at room temperature
হীৰা৩,৫০০
Titanium4,540
Selenium4,800
Vanadium6,100
Antimony6,690
জিংক7,000
Chromium7,200
টিন7,310
Manganese7,325Approx.
লো৭,৮৭০
Niobium8,570
Brass8,600১৩
Cadmium8,650
Cobalt8,900
নিকেল৮,৯০০
তাম৮,৯৪০
Bismuth9,750
Molybdenum10,220
ৰূপ১০,৫০০
সীহ১১,৩৪০
থ'ৰিয়াম১১,৭০০
ৰ'ডিয়াম১২,৪১০
মাৰ্কাৰি১৩,৫৪৬
টেণ্টালাম১৬,৬০০
ইউৰেনিয়াম১৮,৮০০
টাংষ্টেন১৯,৩০০
সোণ১৯,৩২০
প্লুট'নিয়াম১৯,৮৪০
প্লেটিনাম২১,৪৫০
ইৰিডিয়াম২২,৪২০
অ'ছমিয়াম২২,৫৭০
টোকা:

তথ্যসূত্ৰ

  1. ↑ The National Aeronautic and Atmospheric Administration'sGlenn Research Center. Gas Density Glenn research Center. grc.nasa.gov
  2. ↑ Values below 0 °C refer to supercooled water
  3. ↑ টোকা উল্লেখ নকৰা সকলো মান প্ৰমাণ উষ্ণতা আৰু চাপত, অৰ্থাৎ, 273.15 K আৰু 100 kPaত দিয়া হৈছে।
  4. ↑ Air contained in material excluded when calculating density
  5. ↑ New carbon nanotube struructure aerographite is lightest material champ. Phys.org (July 13, 2012). Retrieved on July 14, 2012
  6. ↑ Aerographit: Leichtestes Material der Welt entwickelt – SPIEGEL ONLINE. Spiegel.de (July 11, 2012). Retrieved on July 14, 2012
  7. ↑ Re: which is more bou styrofoam or cork. Madsci.org
  8. ↑ Raymond Serway; John Jewett. (2005). Principles of Physics: A Calculus-Based Text. Cengage Learning. পৃ. 467. ISBN 0-534-49143-X
  9. ↑ Wood Densities. www.engineeringtoolbox.com
  10. ↑ Density of Wood. www.simetric.co.uk
  11. ↑ CRC Press Handbook of tables for Applied Engineering Science, 2nd Edition, 1976, Table 1-59
  12. ↑ glycerol composition at. Physics.nist.gov. Retrieved on July 14, 2012
  13. ↑ Hugh D. Young; Roger A. Freedman. University Physics with Modern Physics. Addison-Wesley; 2012. ISBN 978-0-321-69686-1. p. 374

সম্পৰ্কিত শ্ৰেণী

ভৌতিক ৰাশি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঘনত্ব” প্ৰবন্ধৰ সংশোধন ৩৮০৭৪৭ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।