অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ঘৰে বাইৰে

ঘৰে বাইৰে (Ghare Baire ) ১৯৮৪ চনৰ সত্যজিৎ ৰায় পৰিচালিত আৰু ৰচিতএখন ভাৰতীয় বাংলা ভাষাৰ ৰোমান্টিক নাট্যধৰ্মী চলচ্চিত্ৰ। ৰবীন্দ্ৰনাথ ঠাকুৰৰ একে নামৰ উপন্যাসৰ আধাৰত নিৰ্মিত এই ছবিখনত অভিনয় কৰিছে সৌমিত্ৰ চেটাৰ্জী, ভিক্টৰ বেনাৰ্জী, স্বাতীলেখা চেটাৰ্জী আৰু জেনিফাৰ কেণ্ডেলে।

হালনাগাদ: ১৫ ডিচেম্বৰ ২০২৫ ১২০ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

ঘৰে বাইৰে (Ghare Baire ) ১৯৮৪ চনৰ সত্যজিৎ ৰায় পৰিচালিত আৰু ৰচিতএখন ভাৰতীয় বাংলা ভাষাৰ ৰোমান্টিক নাট্যধৰ্মী চলচ্চিত্ৰ। ৰবীন্দ্ৰনাথ ঠাকুৰৰ একে নামৰ উপন্যাসৰ আধাৰত নিৰ্মিত এই ছবিখনত অভিনয় কৰিছে সৌমিত্ৰ চেটাৰ্জী, ভিক্টৰ বেনাৰ্জী, স্বাতীলেখা চেটাৰ্জী আৰু জেনিফাৰ কেণ্ডেলে। ছবিখনত জাতীয়তাবাদ, নাৰী মুক্তি, জীৱনৰ আধ্যাত্মিক আৰু ভৌতিক দৃষ্টিকোণ, পৰম্পৰা বনাম আধুনিকতাবাদ আদি কেইবাটাও বিষয়বস্তুৰ জটিল চিত্ৰায়ণ কৰা হৈছে।১২৩৪

ৰায়ে প্ৰথমখন ছবি পথেৰ পাঁচালী নিৰ্মাণৰ বহু আগতেই ১৯৪০ চনত ইয়াৰ চিত্ৰনাট্য প্ৰস্তুত কৰিছিল। ১৯৮৪ চনৰ কান চলচ্চিত্ৰ মহোৎসৱত এই ছবিখনে পালম্ ডি অৰৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল।৫ ৩২তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত ই বাংলা ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ বঁটা লাভ কৰে।

বঁটা

৩২তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (১৯৮৫)৬

  • বাংলা ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবি
  • শ্ৰেষ্ঠ সহযোগী অভিনেতা- ভিক্তৰ বেনাৰ্জী
  • শ্ৰেষ্ঠ বেশভূষা- হাৰুদাস আৰু বাপুল দাস

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Pauline Kael, State of the Art
  2. ↑ Ghatpande, Neha. (8 May 2017). Ghare-Baire: Bimala's Transgression Of Boundaries Between The Home And The World. Feminism in India
  3. ↑ Basu, Sanjukta. (18 May 2020). Gender, Sexuality and Nation – Tagore's Ghare Baire (Home and the World). This Is My Truth
  4. ↑ Mahapatra, Anirban. (22 March 2020). What Satyajit Ray's Ghare Baire tells us about our age of aggressive nationalism. The Indian Express
  5. ↑ Festival de Cannes: Ghare Baire. festival-cannes.com
  6. ↑ 32nd National Film Awards (PDF). Directorate of Film Festivals

সম্পৰ্কিত শ্ৰেণী

বঙালী চলচ্চিত্ৰ১৯৮৪ বৰ্ষৰ চলচ্চিত্ৰভাৰতৰ নাৰী সম্পৰ্কীয় চলচ্চিত্ৰনাৰীৰ অধিকাৰসত্যজিৎ ৰায়

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঘৰে বাইৰে” প্ৰবন্ধৰ সংশোধন ৫৬৪১২৪ (১৫ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।