ৰাজনীতি আৰু আইন
চৰকাৰ, সংবিধান, নিৰ্বাচন, সংস্থা আৰু অধিকাৰ · ৭৯৫ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
মাৰ্গাৰেট একপো
মুখ্য মাৰ্গাৰেট একপো (Chief Margaret Ekpo,২৭ জুলাই ১৯১৪ – ২১ ছেপ্টেম্বৰ ২০০৬) এগৰাকী নাইজেৰিয়ান মহিলা অধিকাৰ কৰ্মী আৰু সামাজিক সংগঠক আছিল যি দেশৰ প্ৰথম গণৰাজ্যৰ এগৰাকী অগ্ৰণী মহিলা ৰাজনীতিবিদ আৰু পৰম্পৰাগত নাইজেৰিয়ান মহিলা কৰ্মীসকলৰ এটা শ্ৰেণীৰ আগশাৰীৰ সদস্য আছিল, যিসকলে সদস্যৰ বহুতেই জাতিগত…
-
মিজোৰাম ৰাজ্যিক মহিলা আয়োগ
মিজোৰাম ৰাজ্যিক মহিলা আয়োগ হৈছে মিজোৰাম ৰাজ্যৰ মহিলাৰ বিৰুদ্ধে অপৰাধ সম্পৰ্কীয় বিষয়সমূহৰ সৈতে মোকাবিলা কৰিবলৈ ২০০৪ চনত গঠন কৰা এটা বিধিগত সংস্থা। ৰাজ্যৰ মহিলাৰকল্যাণৰ বাবে মিজোৰাম চৰকাৰে অৰ্ধ-ন্যায়িক সংস্থা হিচাপে মহিলা আয়োগ গঠন কৰিছিল।
-
মুজুন আলমেলেহান
মুজুন আলমেলেহান(Muzoon Almellehan; জন্ম ১৯৯৯) হৈছে যুক্তৰাজ্যত পুনৰ সংস্থাপিত হোৱা ছিৰিয়াৰ এগৰাকী সমাজকৰ্মী আৰু শৰণাৰ্থী। ছিৰিয়াৰ ছোৱালীক স্কুলত ৰখাৰ বাবে কৰা কামৰ বাবে তেওঁক জনা যায় আৰু তেওঁক "চিৰিয়াৰ মালালা" বুলি কোৱা হয়।
-
মেঘালয় ৰাজ্যিক মহিলা আয়োগ
মেঘালয় ৰাজ্যিক মহিলা আয়োগ হৈছে মেঘালয় ৰাজ্যৰ মহিলাৰ বিৰুদ্ধে অপৰাধ সম্পৰ্কীয় বিষয়সমূহৰ সৈতে মোকাবিলা কৰিবলৈ ২০০৪ চনত গঠন কৰা এটা বিধিগত সংস্থা। ৰাজ্যৰ মহিলাৰকল্যাণৰ বাবে মেঘালয় চৰকাৰে অৰ্ধ-ন্যায়িক সংস্থা হিচাপে মহিলা আয়োগ গঠন কৰিছিল।
-
মেহৰাংগিজ কৰ
মেহৰাংগিজ কৰ (জন্ম-১০ অক্টোবৰ ১৯৪৪) ইৰাণৰ এগৰাকী মানৱ অধিকাৰৰ অধিবক্তা৷ তেওঁ সমগ্ৰ ইছলামিক বিশ্বতে মহিলা আৰু মানৱ অধিকাৰৰ প্ৰতিৰক্ষাৰ পোষকতা কৰা এগৰাকী আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত লেখক, বক্তা আৰু কৰ্মী।
-
মেৰী মৰিছ নিব
মেৰী মৰিছ নিব, এম বি ই (Mary Morris Knibb MBE; ২৮ ফেব্ৰুৱাৰী ১৮৮৬ – ২১ ছেপ্টেম্বৰ ১৯৬৪) এগৰাকী জামাইকাৰ শিক্ষক, সমাজ সংস্কাৰক আৰু দানকৰোঁতা। তেখেতে মৰিছ নিব প্ৰিপেৰেটৰী স্কুল প্ৰতিষ্ঠা কৰিছিল আৰু এটা অট্টালিকা দান কৰিছিল যিটো জামাইকাৰ মোৰাভিয়ান গীৰ্জাৰ মুখ্য কাৰ্যালয় হিচাপে ব্যৱহাৰ কৰা হয় আৰু…
-
মেৰী য়ানিক মেজিল
মেৰী য়ানিক মেজিল (Marie Yanick Mezile) এগৰাকী হাইটিয়ান মহিলা অধিকাৰৰ সমৰ্থক। ২০১৩ চনৰ পৰা ২০১৫ চনৰ জানুৱাৰীলৈকে তেওঁ মহিলা আৰু মহিলাৰ অধিকাৰৰ মৰ্যাদা মন্ত্ৰী আছিল
-
মোছাদেগবাদ
মোছাদেগবাদ (Mosaddeghism ) হ'ল ইৰাণৰ প্ৰধানমন্ত্ৰী মহম্মদ মোছাদেগে ১৯৫১ চনৰপৰা ১৯৫৩ চনলৈকে গ্ৰহণ কৰা ৰাজনৈতিক তত্ত্ব আৰু নীতিক বুজায়। মোছাদেগবাদ এক উদাৰ সমাজবাদী মতাদৰ্শ।
-
মোনা ডেমাইডি
মোনা নবিল ডেমাইদি (Mona Demaidi) এগৰাকী উদ্যোগী আৰু মহিলা অধিকাৰৰ সমৰ্থক। ১৯৮৮ চনৰ ১৪ ডিচেম্বৰত পেলেষ্টাইনৰ নাবলুছত তেওঁ জন্মগ্ৰহণ কৰিছিল। তেওঁ ব্ৰিটেইনৰ মানচেষ্টাৰ বিশ্ববিদ্যালয়ৰ পৰা এডভান্সড চফটৱেৰ ইঞ্জিনিয়াৰিং আৰু মেচিন লাৰ্নিঙত পি এইচ ডি আৰু চফট্ ৱেৰ ইঞ্জিনিয়াৰিং আৰু ডাটা মেনেজমেণ্টত…
-
মোস্তাফা কামাল আতাতুৰ্ক
মুস্তাফা কেমাল আতাতুৰ্ক (প্ৰায় ১৮৮১ – ১০ নৱেম্বৰ ১৯৩৮) এজন তুৰ্কী ফিল্ড মাৰ্শ্বাল আৰু বিপ্লৱী ৰাষ্ট্ৰনেতা আছিল, যিয়ে তুৰ্কী গণৰাজ্যৰ প্ৰতিষ্ঠাপক পিতৃ হিচাপে পৰিচিত। ১৯২৩ চনৰ পৰা মৃত্যুলগ্ন ১৯৩৮ চনলৈকে তেওঁ গণৰাজ্যৰ প্ৰথম ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
ম্যানমাৰৰ টাউনশ্বিপসমূহ
টাউনশ্বিপ (မြို့နယ်) হৈছে ম্যানমাৰৰ তৃতীয় পৰ্যায়ৰ প্ৰশাসনিক বিভাগ। লগতে ই ম্যানমাৰৰ জিলাসমূহৰ মহকুমা। ম্যানমাৰ তথ্য ব্যৱস্থাপনা ইউনিট (মিমু)ৰ তথ্য অনুসৰি ২০১৫ চনৰ ডিচেম্বৰ মাহলৈকে ম্যানমাৰত ৩৩০খন টাউনশ্বিপ আছে।
-
ম্যানমাৰৰ প্ৰশাসনিক বিভাগ
ম্যানমাৰক একবিংশটা প্ৰশাসনিক মহকুমাত বিভক্ত কৰা হৈছে, য'ত ৭টা অঞ্চল, ৭টা ৰাজ্য, ১টা কেন্দ্ৰীয় শাসিত অঞ্চল, ১টা স্ব-প্ৰশাসিত বিভাগ, আৰু ৫টা স্ব-প্ৰশাসিত মণ্ডল অন্তৰ্ভুক্ত কৰা হৈছে।
-
মৰিয়ম উৱাইছ
মৰিয়ম উৱাইছ (Maryam Hajiya Uwais)নাইজেৰিয়াৰ এগৰাকী ব্যৱসায়ী, অধিবক্তা, মানৱ অধিকাৰ কৰ্মী আৰু ৰাজনীতিবিদ। ২০১৫ চনৰ পৰা ২০২৩ চনলৈকে তেওঁ ৰাষ্ট্ৰপতি মুহাম্মাদু বুহাৰীৰ সামাজিক বিনিয়োগৰ বিশেষ উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
মৰিয়ম চেম্বাৰলেইন
মৰিয়ম চেম্বাৰলেন (Mariam Chamberlain; ২৪ এপ্ৰিল, ১৯১৮ – ১ এপ্ৰিল, ২০১৩) এগৰাকী নাৰীবাদী কৰ্মী আছিল।
-
মৰিয়াম আমিদ
মৰিয়াম আমিদ-চেমনানী (Maryam Amid) কুৰি শতিকাৰ আৰম্ভণিতে সক্ৰিয় হৈ থকা এগৰাকী ইৰাণী বুদ্ধিজীৱী আৰু সাংবাদিক আছিল। ইৰাণত তেওঁক শ্বোকুফেহ নামৰ এখন প্ৰভাৱশালী মহিলা আলোচনী প্ৰতিষ্ঠা কৰাৰ বাবে স্মৰণ কৰা হয়।তেওঁ ইৰাণী মহিলা সমিতিও প্ৰতিষ্ঠা কৰিছিল, যাৰ এসময়ত ৫,০০০ সদস্য আছিল বুলি কোৱা হয়।
-
ল'ৰেন বেথেল
ল'ৰেন বেথেল (Lauran Bethell) এগৰাকী আমেৰিকান বেপ্টিষ্ট মিছনেৰীআৰু পূব ইউৰোপত বাস কৰা মানৱ অধিকাৰৰ সমৰ্থক। থাইলেণ্ডৰ নিউ লাইফ চেণ্টাৰ চিয়াং মাইৰ তেওঁ অন্যতম প্ৰতিষ্ঠাপক, য'ত প্ৰাক্তন বেশ্যা বা যৌন সৰবৰাহৰ বলি হোৱা লোকসকলক সাক্ষৰ আৰু নিয়োগযোগ্য কৰি তোলাৰ লক্ষ্যৰে খ্ৰীষ্টান ভিত্তিক শিক্ষা প্ৰদান কৰা…
-
লাডাখ স্বায়ত্ত্বশাসিত পাৰ্বত্য উন্নয়ন পৰিষদ, লেহ
লাডাখ স্বায়ত্ত্বশাসিত পাৰ্বত্য উন্নয়ন পৰিষদ, লেহ (LAHDC, Leh) লাডাখ কেন্দ্ৰীয় শাসিত অঞ্চলৰ দুটা স্বায়ত্তশাসিত জিলা পৰিষদৰ ভিতৰত এটা।
-
লিজ-মেৰী ডেজিয়ান
লিজ-মেৰী ডেজিয়ান (Lise-Marie Déjean) হৈছে হাইটিৰ এগৰাকী মহিলা অধিকাৰ ৰক্ষাকাৰী আৰু সংগঠক যিয়ে হাইটিত মহিলাৰ মৰ্যাদা আৰু অধিকাৰ মন্ত্ৰালয়ৰ প্ৰথম মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
লুচিয়া আলবাৰ্টি
লুচিয়া এন আলবাৰ্টি ( Lucía N. Alberti; জন্ম: ১৩ ডিচেম্বৰ ১৯৪৪ চন), এগৰাকী আৰ্জেণ্টিনাৰ উগ্ৰ নাৰীবাদী আৰু ৰাজনীতিবিদ। তেওঁ ইউনিয়ন চিভিকা ৰেডিকেল (UCR)ৰ এগৰাকী নেত্ৰী।
-
শ্বাদী আমিন
শ্বাদী আমিন (Shadi Amin) এগৰাকী ইৰাণী লেখিকা আৰু কৰ্মী। ৰাজনৈতিক কাৰ্যকলাপৰ বাবে ১৯৮০ চনৰ আৰম্ভণিতে তেওঁ ইৰাণ এৰি যাবলৈ বাধ্য হৈছিল। বৰ্তমান আমিন জাৰ্মানীত নিৰ্বাসিত জীৱন কটাই আছে।.
-
শ্বেকেলিয়া জেকচন
শ্বেকেলিয়া জেকচন (Shackelia Jackson; জন্ম: ২৭ ছেপ্টেম্বৰ ১৯৮২) এগৰাকী জামাইকাৰ মানৱ অধিকাৰ কৰ্মী যি ২০১৪ চনত তেওঁৰ ভাতৃৰ মৃত্যুৰ পিছত ন্যায়ৰ বাবে প্ৰচাৰ চলাইছিল৷
-
শ্বেৰন ছেইলছ বেল্টন
শ্বেৰন ছেইলছ বেল্টন (Sharon Sayles Belton; জন্ম: ১৩ মে', ১৯৫১) এগৰাকী আমেৰিকান সম্প্ৰদায়ৰ নেতা, ৰাজনীতিবিদ আৰু কৰ্মী। থমছন ৰয়টাৰছ লিগেল ব্যৱসায়ৰ বাবে তেওঁ সমূদায় সম্পৰ্কৰক্ষী বিষয়া আৰু চৰকাৰী পৰিক্ৰমাৰ উপ-সভানেত্ৰী।
-
শ্বেৰন বাৰ্কাৰ
শ্বেৰন বাৰ্কাৰ (Sharon Barker; ২৯ জুলাই, ১৯৪৯ – ১৮ নৱেম্বৰ, ২০২৩)এগৰাকী কানাডিয়ান-আমেৰিকান মহিলা অধিকাৰ কৰ্মী, মহিলা স্বাস্থ্যৰ সমৰ্থক আৰু নাৰীবাদী আছিল।
-
শ্ৰীলংকাৰ সংসদ
শ্ৰীলংকা গণতান্ত্ৰিক সমাজতান্ত্ৰিক গণৰাজ্যৰ সংসদ (Parliament of the Democratic Socialist Republic of Sri Lanka; (সিংহলা: ශ් රී ලංකා පාර්ලිමේන්තුව Śrī Laṇkā Pārlimentuvā, তামিল: இலங்கை நாடாளுமன்றம் Ilaṅkai nāṭāḷumaṉṟam) হৈছে শ্ৰীলংকাৰ সৰ্বোচ্চ আইনী সংস্থা।
-
শ্ৰীলংকাৰ সেনাবাহিনীৰ মহিলা বাহিনী
শ্ৰীলংকা সেনাবাহিনীৰ মহিলা বাহিনী (SLAWC) শ্ৰীলংকা সেনাবাহিনীৰ এটা কৰ্পছ। ১৯৭৯ চনৰ ১ ছেপ্টেম্বৰত এই কৰ্পছটো গঠন কৰা হয়। এই কৰ্পছৰ ৰেজিমেণ্টৰ মুখ্য কাৰ্যালয় কলম্বোৰ ব'ৰেলাত আছে।
-
শৰ্মা মন্ত্ৰীসভা
হিমন্ত বিশ্ব শৰ্মা ২০২১ চনৰ ১০ মে' তাৰিখে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। তেওঁৰ লগতে আন ১৩ গৰাকী বিধায়কে কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ২০২১ চনৰ ১০ মে’ৰ পৰা অসম চৰকাৰৰ বৰ্তমানৰ মন্ত্ৰী পৰিষদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ১৬ জন কেবিনেট মন্ত্ৰীৰে গঠিত মন্ত্ৰালয়।
-
সংসদ সদস্য, লোকসভা
লোকসভাৰ সাংসদ (ইংৰাজী: Member of Parliament, Lok Sabha; চমুকৈ 'সাংসদ' বা 'MP') হ'ল ভাৰতৰ সংসদৰ নিম্ন সদন লোকসভাত একোটা নিৰ্বাচনী সমষ্টিক প্ৰতিনিধিত্ব কৰা জনপ্ৰতিনিধিসকল। প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তিত অনুষ্ঠিত প্ৰত্যক্ষ নিৰ্বাচনৰ জৰিয়তে ভাৰতৰ নাগৰিকসকলে লোকসভাৰ সাংসদসকলক নিৰ্বাচিত কৰে।
-
সংহত শিশু বিকাশ সেৱা
সংহত শিশু বিকাশ সেৱা (ICDS) হৈছে ভাৰতৰ এক চৰকাৰী কাৰ্যসূচী যিয়ে ৬ বছৰৰ তলৰ শিশু আৰু তেওঁলোকৰ মাতৃক পুষ্টিকৰ খাদ্য, প্ৰাক-বিদ্যালয় শিক্ষা, প্ৰাথমিক স্বাস্থ্যসেৱা, প্ৰতিষেধক, স্বাস্থ্য পৰীক্ষা, আৰু ৰেফাৰেল সেৱা প্ৰদান কৰে।
-
সমীৰা ইব্ৰাহিম
সমীৰা ইব্ৰাহিম (Samira Ibrahim; জন্ম: প্ৰায় ১৯৮৭) এগৰাকী ইজিপ্তৰ কৰ্মী যি ইজিপ্তৰ বিপ্লৱৰ সময়ত বিশিষ্টতা লাভ কৰিছিল।
-
সামাজিক গণতন্ত্ৰ
সামাজিক গণতন্ত্ৰ (ইংৰাজী: Social Democracy) হৈছে সমাজবাদৰ অন্তৰ্গত এক ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক দৰ্শন যিয়ে এখন উদাৰ-গণতান্ত্ৰিক ৰাষ্ট্ৰ আৰু পুঁজিবাদী মিশ্ৰ অৰ্থনীতিৰ গাঁথনিৰ ভিতৰত থাকিয়ে সামাজিক ন্যায় প্ৰতিষ্ঠা কৰাৰ পোষকতা কৰে।