জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
ত্ৰিবেণী আচাৰ্য
ত্ৰিবেণী আচাৰ্য (Triveni Acharya;) মুম্বাইবাসী এগৰাকী ভাৰতীয় সাংবাদিক আৰু এক্টিভিষ্ট। তেওঁ ঘাইকৈ যৌন সৰবৰাহ-বিৰোধী গোট ৰেচকিউ ফাউণ্ডেচনৰ সৈতে কৰা কামৰ বাবে জনাজাত।
-
ত্ৰিভূৱন মহাদেৱী প্ৰথম
পৰমবৈষ্ণৱী গোস্বামিনী দেৱী বা ত্ৰিভূৱন মহাদেৱী প্ৰথম(Tribhuvana Mahadevi I) প্ৰাচীন উৰিষ্যাৰ ভৌমকৰ সাম্ৰাজ্যৰ প্ৰথম মহিলা শাসক আৰু ৰজা শান্তিকৰ প্ৰথমৰ বিধৱা পত্নী আছিল।
-
ত্ৰিযুগীনাৰায়ণ মন্দিৰ
ত্ৰিযুগীনাৰায়ণ মন্দিৰ (সংস্কৃত: त्रियुगी-नारायण) হৈছে ভাৰতৰ উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগ জিলাৰ ত্ৰিযুগীনাৰায়ণ গাঁৱত অৱস্থিত এটা হিন্দু মন্দিৰ। এই প্ৰাচীন মন্দিৰটো ভগৱান বিষ্ণুৰ নামত উৎসৰ্গিত।
-
ত্ৰী মহাৰাণী
ত্ৰী মহাৰাণী (কোট কেদিৰি, জাভা তিমুৰ, ৩১ আগষ্ট ১৯৭১) হৈছে ইণ্ডোনেছিয়াৰ একমাত্ৰ বিষাক্ত সাপৰ টক্সিনোলজি বিশেষজ্ঞ চিকিৎসক। তেওঁ ইণ্ডোনেছিয়াত সৰ্প দংশনৰ ঘটনাসমূহৰ তথ্য সংগ্ৰহৰ প্ৰচেষ্টা আৰম্ভ কৰিছিল, কাৰণ এই ক্ষেত্ৰত চৰকাৰীভাৱে কোনো আনুষ্ঠানিক সংস্থা নাছিল।
-
তৰুলতা কুটুম
তৰুলতা কুটুম হৈছে এগৰাকী অসমৰ মিচিং সমাজৰ গায়িকা, সুৰকাৰ, গীতিকাৰ আৰু অভিনেত্ৰী। তেওঁ মিচিং ভাষাত গান, বিশেষকৈ পৰম্পৰাগত ঐনিতম শৈলী জনপ্ৰিয় কৰাৰ বাবে জনাজাত। তেওঁৰ সংগীতত অসমীয়া আধুনিক সংগীতৰ ধাৰা আৰু মিচিং লোকসংগীতৰ সংমিশ্ৰণ দেখা যায়।
-
থমাচ হবছ
থমাচ হবছ (; ৫ এপ্ৰিল ১৫৮৮ – ৪ ডিচেম্বৰ ১৬৭৯) এজন ইংৰাজ দাৰ্শনিক আৰু ৰাজনৈতিক তত্ত্ববিদ, ১৬৫১ চনত লিখা লেভিয়াথান গ্ৰন্থৰ বাবে বিশেষভাৱে পৰিচিত, য'ত তেওঁ সামাজিক চুক্তি তত্ত্বৰ এক প্ৰভাৱশালী ধাৰণা বিশদভাৱে ব্যাখা কৰে। তেওঁক আধুনিক ৰাজনৈতিক দৰ্শনৰ অন্যতম প্ৰতিষ্ঠাপক হিচাপে গণ্য কৰা হয়।
-
থানেশ্বৰ গগৈ
থানেশ্বৰ গগৈ ( Thaneswar Gogoi) এগৰাকী ভাৰতৰ স্বাধীনতা যুঁজৰ যুঁজাৰু আছিল৷ ১৯১৬ চনৰ ভাদ মাহৰ শুক্লা অষ্টমী তিথিত জন্ম গ্ৰহণ কৰা এইগৰাকী স্বাধীনতা সংগ্ৰামীয়ে ১৯৩৫ চনত প্ৰথম বিভাগত এণ্ট্ৰেন্স পাছ কৰি উচ্চশিক্ষাৰ অভিলাষ বাদ দি মহাত্মাৰ অনুগামী হৈ লক্ষীমপুৰ জিলাত এটি সেৱাদল গঠন কৰি স্বাধীনতা আন্দোলনৰ…
-
থাৰা ৰঙ্গস্বামী স্বামী
থাৰা ৰঙ্গস্বামী স্বামী (: Thara Rangaswamy; জন্ম: ২৫ মে' ১৯৫৩) ভাৰতৰ এগৰাকী মনোৰোগ বিশেষজ্ঞ, ভাৰতৰ চেন্নাইত অৱস্থিত SCARF (Schizophrenia Research Foundation) নামৰ এন জি অ' এটাৰ সহ-প্ৰতিষ্ঠাপক। স্কিজ’ফ্ৰেনিয়া আৰু সম্প্ৰদায়ৰ মানসিক স্বাস্থ্যৰ গৱেষক।
-
থাৰাৱথ আম্মালু আম্মা
থাৰাৱথ আম্মালু আম্মা (Tharavath Ammalu Amma) আছিল ব্ৰিটিছ ভাৰতৰ (বৰ্তমানৰ কেৰালা, ভাৰত) মাদ্ৰাজ প্ৰদেশত জন্মগ্ৰহণ কৰা এগৰাকী মালায়ালম ভাষাৰ লেখক আৰু অনুবাদক। সংস্কৃত আৰু তামিলৰ পৰা তেওঁ মালায়ালমলৈ বহু গ্ৰন্থ অনুবাদ কৰিছিল।
-
থিনলাছ চোৰল
থিনলাছ চোৰল (: Thinlas Chorol; জন্ম: ৬ মে' ১৯৮১) ভাৰতৰ লাডাখৰ এগৰাকী সামাজিক উদ্যোগী আৰু সাহিত্যিক। লাডাখী মহিলা ভ্ৰমণ কোম্পানী প্ৰতিষ্ঠা কৰি লাডাখৰ পৰ্যটন আৰু অন্যান্য বিষয়ত প্ৰবন্ধ লিখিছে।
-
থিয়ডোৰা কোৱান
থিয়ডোৰা এষ্টাৰ কোৱান (থিও) (১৮৬৮–১৯৪৯) এজনী অষ্ট্ৰেলিয়ান শিল্পী আছিল আৰু তেওঁক অষ্ট্ৰেলিয়াত জন্মগ্ৰহণ কৰা প্ৰথমগৰাকী মহিলা ভাস্কৰ হিচাপে গণ্য কৰা হয়। তেওঁ ঊনবিংশ শতিকাৰ শেষভাগত কৰ্মৰত থকা কেইগৰাকীমান মহিলা ভাস্কৰৰ ভিতৰত অন্যতম আছিল।
-
থুছাৰী জয়শেখৰা
থুছাৰী জয়শেখৰা (ইংৰাজী: Thushari Jayasekera) এগৰাকী শ্ৰীলংকান-আমেৰিকান অভিনেত্ৰী, প্ৰদৰ্শনকাৰী আৰু লেখিকা।
-
থেলমা একিয়ৰ
থেলমা আৰিমিবি একিয়ৰ (Thelma Ekiyor) এগৰাকী নাইজেৰিয়ান অধিবক্তা, সামাজিক উদ্যোগী আৰু ইমপেক্ট বিনিয়োগকাৰী যি বহু সংস্থাৰ ভিতৰত কৰ্তৃত্বশীল পদত কাৰ্যনিৰ্বাহ কৰি আহিছে।একিয়ৰে মূলতঃ মহিলা উদ্যোগীসকলৰ ওপৰত বিনিয়োগ কৰাত গুৰুত্ব আৰোপ কৰিছে।
-
থোৰা ফিডলাৰ
থোৰা নীলচেন ফিডলাৰ (ইংৰাজী: Thora Nielsen Fiedler; ১৫ মাৰ্চ ১৮৫৪ – ১৩ মাৰ্চ ১৯৪১) এগৰাকী ডেনিছ নাৰ্ছ, কৃত্ৰিম অংগ বিশেষজ্ঞ আৰু নাৰ্ছিং হোমৰ অধ্যক্ষা আছিল। তেওঁ বিশেষভাৱে সক্ষম লোকৰ বাবে এখন নাৰ্ছিং হোম সম্প্ৰসাৰণ কৰাত সহায় কৰিছিল আৰু পৰৱৰ্তী সময়ত সেই নাৰ্ছিং হোমৰ অধ্যক্ষা হৈছিল।
-
দক্ষ নগৰকাৰ
দক্ষ নগৰকাৰ (ইংৰাজী: Daksha Nagarkar) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে মূলতঃ তেলুগু চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ ২০১৪ চনত এ কে ৰাও পি কে ৰাও ছবিৰ জৰিয়তে আত্মপ্ৰকাশ কৰিছিল আৰু তাৰ পিছত হোৰা হোৰী, হুশাৰু আৰু জম্বি ৰেডীত কাম কৰিছিল।
-
দক্ষা ব্যাস
দক্ষা ব্যাস (ইংৰাজী: Daksha Vyas; জন্ম: ২৬ ডিচেম্বৰ ১৯৪১) ভাৰতৰ গুজৰাটৰ এগৰাকী গুজৰাটী ভাষাৰ কবি, সমালোচক আৰু সম্পাদক। ১৯৭৮ চনত তেওঁ স্বাতন্ত্ৰ্যোত্তৰ গুজৰাটী কবিতা: পৰিদৰ্শন শীৰ্ষক গৱেষণা পত্ৰৰ বাবে পিএইচডি ডিগ্ৰী লাভ কৰিছিল।
-
দমিথা আবেৰত্ন
দমিথা আবেৰত্ন (ইংৰাজী: Damitha Abeyratne; জন্ম: ১৪ ছেপ্টেম্বৰ ১৯৭৫), সম্পূৰ্ণ নাম সেধাৱী মুদিয়ানসেলেজ দমিথা বুদ্ধিনী আবেৰত্ন বন্দৰা, এগৰাকী জনপ্ৰিয় শ্ৰীলংকান চলচ্চিত্ৰ আৰু টেলিড্ৰামা অভিনেত্ৰী।
-
দয়া বাই
দয়া বাই(মাৰ্চি মেথিউ) কেৰালাৰ এগৰাকী সমাজকৰ্মী। তেওঁ মধ্য ভাৰতৰ জনজাতীয় লোকসকলৰ মাজত কাম কৰে। তেওঁ বৰ্তমান মধ্য প্ৰদেশৰ ছিন্দৱাৰা জিলাৰ বাৰুল গাঁৱত বাস কৰে।
-
দয়া বৈদ্য
দয়া ভিভিয়ান বৈদ্য (ইংৰাজী: Daya Vivian Vaidya; জন্ম: ২০ মে’, ১৯৮০) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ বিশেষকৈ টেলিভিছন ধাৰাবাহিক আনফৰ্গেটেবল (২০১১–১২), বছ (২০১৬–২১) আৰু দ্য ব্লেক হেম্পটনছ (২০২২–বৰ্তমান)ত কৰা অভিনয়ৰ বাবে পৰিচিত।
-
দয়ামণি বাৰলা
দয়ামণি বাৰলা (Dayamani Barla) ভাৰতীয় ঝাৰখণ্ড ৰাজ্যৰ এগৰাকী ভাৰতীয় জনজাতীয় সাংবাদিক আৰু কৰ্মী। পূব ঝাৰখণ্ডত আৰ্চেলৰ মিট্টালৰ তীখা উদ্যোগৰ বিৰোধিতা কৰা সক্ৰিয়তাৰ বাবে তেওঁ উল্লেখযোগ্য হৈ পৰিছিল, জনজাতীয় কৰ্মীসকলে কয় যে এই তীখা উদ্যোগে চল্লিশখন গাঁও স্থানচ্যুত কৰিব।
-
দলবীৰ চেতন
ডালবীৰ সিং ঝণ্ড, ডালবীৰ চেতন নামেৰে বেছি পৰিচিত ' আছিল সমসাময়িক পাঞ্জাবী সাহিত্যৰ এজন আগশাৰীৰ চুটিগল্পকাৰ। তেওঁ আঞ্চলিক আৰু ৰাষ্ট্ৰীয় দুয়োটা বঁটা লাভ কৰিছিল, আৰু বহুলভাৱে অনুবাদিত লেখক আছিল। ভাৰতীয় বায়ুসেনাৰ বিষয়া হিচাপে অৱসৰ গ্ৰহণ কৰে।
-
দশৰথ মাঝি
দশৰথ মাঝি ( ১৯৩৪ – ১৭ আগষ্ট, ২০০৭), (মাউন্টেইন মেন হিচাপে বিখ্যাত) বিহাৰৰ গয়াৰ সমীপৰ গেহলুৰ নামৰ এখন গাঁৱৰ এজন দুখীয়া শ্ৰমিক, যি কেৱল এটা হাতুৰী আৰু বটালী লৈ এটা পাহাৰ কাটি তাৰ মাজেদি ৰাস্তা উলিয়াইছিল৷ সুদীৰ্ঘ ২২ বছৰৰ অন্তত গয়াৰ আট্ৰি আৰু ৱাজিগাওৰ মাজৰ ৫৫ কিমি দৈঘ্যৰ পথটো তেওঁ পাহাৰৰ মাজেৰে বাট…
-
দস্যুৰাণী পুতলী বাই
পুতলী বাই(১৯২৬ বা ১৯২৯ - ১৯৫৮) আছিল এগৰাকী ভয়ংকৰ মহিলা ডকাইত, যাক প্ৰায়ে "ভাৰতীয় দস্যুৰাণী" উপনামেৰে জনা যায়। তেওঁ ভাৰতৰ প্ৰথম মহিলা ডকাইত আছিল। তেওঁৰ ডকাইতৰ অঞ্চল আছিল বিখ্যাত চম্বল উপত্যকা, যিটো দীৰ্ঘদিন ধৰি ডকাইতৰ দুৰ্গ হৈয়েই আছিল।
-
দাউদ কামাল
দাউদ কামাল (Daud Kamal; ৪ জানুৱাৰী ১৯৩৫ - ৫ ডিচেম্বৰ ১৯৮৭) এজন পাকিস্তানী কবি৷তেওঁ বেছিভাগ লেখা-মেলা ইংৰাজী ভাষাত কৰিছিল। এজৰা পাউণ্ড, ডব্লিউ. বি. ইয়েটছ আৰু টি. এছ. এলিয়ট দৰে আধুনিক ইংৰাজী ভাষাৰ কবিসকলৰ দ্বাৰা তেওঁ প্ৰভাৱিত হৈছিল।
-
দাদা মাছিটি
দাদা মাছিটি, ( Dada Masiti) প্ৰকৃত নাম: মানা ছিত্তী হাবিব জামালাদ্দিন, জন্ম আনুমানিক ১৮১০ চন আৰু মৃত্যু ১৫ জুলাই, ১৯১৯,), এগৰাকী চোমালি কবি, ৰহস্যবাদী আৰু ইছলামিক বিদূষী মহিলা আছিল। বৰাৱাত প্ৰচলিত কথিত ভাষা ব্ৰাভানিজ উপভাষাত তেওঁ কবিতা ৰচনা কৰিছিল।
-
দাদোজী কোণ্ডাদেৱ
দাদোজী কোণ্ডাদেও বা দাদোজী কোণ্ডাদেৱ (Dadoji Kondadeo) পুনে জাগিৰৰ এজন প্ৰশাসক আছিল।
-
দানা দ্ৰাবোভা
দানা দ্ৰাবোভা (ইংৰাজী: Dana Drábová; ৩ জুন ১৯৬১ – ৬ অক্টোবৰ ২০২৫) এগৰাকী চেক পদাৰ্থ বিজ্ঞানী আৰু ৰাজনীতিবিদ আছিল। তেওঁ ১৯৯৯ চনৰ পৰা ২০২৫ চনলৈকে ষ্টেট অফিচ ফৰ নিউক্লিয়েৰ চেফটিৰ অধ্যক্ষ আছিল আৰু ২০২৩ চনত কনভেনচন অন নিউক্লিয়েৰ চেফটিৰ সদস্য দেশসমূহৰ বৈঠকৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
দানিলা এলনচো
দানিলা এলনচো (ইংৰাজী: Daniella Alonso) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু প্ৰাক্তন ফেশ্বন মডেল। তেওঁ দ্য হিলচ হেভ আইজ ২ আৰু ৰং টাৰ্ণ ২: ডেড এণ্ড (দুয়োখন ২০০৭) আদিকে ধৰি কেইবাখনো হৰৰ ছবিত অভিনয় কৰিছে।
-
দাশদৰ্জিন নাটচাগডৰ্জ
দাশদৰ্জিন নাটচাগডৰ্জ মংগোলীয়: Дашдоржийн Нацагдорж; (জন্ম ১৭ নৱেম্বৰ ১৯০৬ – মৃত্যু ১৩ জুলাই ১৯৩৭) আছিল এজন মংগোলীয় লেখক, কবি, নাট্যকাৰ আৰু সাংবাদিক। যদিও তেওঁ মাথোঁন ৩১ বছৰহে জীৱনকাল আছিল।তেওঁক আধুনিক মংগোলীয় সাহিত্যৰ প্ৰতিষ্ঠাপক আৰু এগৰাকী ভাল লেখক, আৰু 'সমাজতান্ত্ৰিক বাস্তৱবাদ'ৰ প্ৰতিবেদক বুলি…
-
দাৰিউছ ফৌৰৌহৰ
দাৰিউছ ফৌৰৌহাৰ (Dariush Forouhar) (জন্ম, ১৮ আগষ্ট ১৯২৮ – মৃত্যু,২২ নৱেম্বৰ ১৯৯৮) এজন ইৰাণী ৰাজনীতিবিদ, প্যান-ইৰানিষ্ট পাৰ্টিৰ প্ৰাৰম্ভিক সদস্য আৰু ইৰাণৰ নেচন পাৰ্টিৰ নেতা আছিল। ১৯৯৮ চনত তেওঁ আৰু তেওঁৰ পত্নী পৰ্বনেহ ফৌহৰক ঘৰতে ছুৰীৰে আঘাত কৰি হত্যা কৰিছিল।