বিবিধ
অন্যান্য বিষয়, তালিকা আৰু দিন-পঞ্জী · ২,০৪৪ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
ঘড়ী
ঘড়ী (Clock) ই এনে এটা যন্ত্ৰ যি সময় নিৰ্ধাৰণত সহায় কৰে। বিভিন্ন ধৰণৰ ঘড়ী দেখিবলৈ পোৱা যায়। যেনে হাত ঘড়ী, দেৱাল ঘড়ী ইত্যাদি। সময় বুলিলে সকলো অধ্যয়ন ক্ষেত্ৰৰ বাবে প্ৰযোজ্য হোৱাকৈ অবিতৰ্কিত আৰু সুসংগত ভাৱে কাল বা সময়ৰ ব্যাখ্যা আগবঢ়াবৰ বাবে পণ্ডিত সকলে চলোৱা নিৰালস্য প্ৰচেষ্টা সাফল্যমণ্ডিত…
-
চাইকেল
চাইকেল (cycle) অথবা বাইচাইকেল (bicycle) অথবা বাইক (bike) হৈছে মানুহৰ দ্বাৰা চালিত নাইবা মটৰচালিত, পেডেল-নিয়ন্ত্ৰিত বাহন। ইয়াৰ ফ্ৰেমৰ লগত দুটা চকা অগা-পিছাকৈ সংযুক্ত হৈ আছে। চাইকেল শব্দটো হৈছে বাই-চাইকেল শব্দৰ চুটি ৰূপ। দুটা মাত্ৰ চকা—এটা আগত,এটা পিছত,চলোৱা হয় ভৰিৰে পেডেল মাৰি – গতিকে বাই-চাইকেল।
-
টমবয়
টমবয় (Tomboy) হৈছে এগৰাকী ছোৱালী যি য়ে সাধাৰণতে ল'ৰাৰ বুলি ভৱা বিশেষত্ব বা আচৰণ প্ৰদৰ্শন কৰে। এই সাধাৰণ বৈশিষ্ট্যবোৰৰ ভিতৰত আছে পুৰুষসুলভ পোছাক পিন্ধা আৰু শাৰীৰিক প্ৰকৃতিৰ খেল আৰু কাৰ্যকলাপত জড়িত হোৱা আৰু বিভিন্ন সংস্কৃতি য'ত নাৰীৰ উপস্থিতি ৰিক্ত বা ল'ৰাৰ ক্ষেত্ৰ বুলি গণ্য কৰা হয়, তেনে ক্ষেত্ৰ…
-
ডাইনী হত্যা
ডাইনী হত্যা হৈছে "ডাইনী" নামৰ সমাজৰ কোনো মায়াৱী অথবা যাদুকৰী বিদ্যাৰ অধিকাৰী বুলি বিশ্বাস কৰা লোকৰ সন্ধান কৰা আৰু হত্যা কৰা এক প্ৰথা। ই সমাজত প্ৰচলিত এটি অতি ভয়ংকৰ অন্ধবিশ্বাস। ইয়াৰ লগত নৈতিক আতংক, মুৰ্চ্ছা যোৱা আৰু জনতাৰ শাস্তি আদি জড়িত হৈ আছে।
-
তীখা
তীখা বা ইস্পাত হৈছে লো আৰু কাৰ্বনৰ এক সংকৰ ধাতু। মান ভেদে ইয়াৰ মুঠ ওজনৰ ০.২% ৰ পৰা ২.১% কাৰ্বন থাকে। মেংগানিজ, ক্ৰ'মিয়াম, ভেনেডিয়াম আৰু ট্যাংষ্টেন লোৰ সৈতে মিহলাই তীখা তৈয়াৰ কৰা হয়। ইস্পাত লোৰ তুলনাত দৃঢ়তৰ। লোৰ সৈতে বিভিন্ন ধাতু মিশ্ৰণ কৰিলে লোৰ দৃঢ়তা বৃদ্ধি হয়।
-
দধীচি
দধীচি (বা দধ্যাংশ বা দধ্যাঙ্গ) প্ৰাচীন ভাৰতীয় পৌৰাণিক আখ্যানৰ এগৰাকী ঋষি। ঋষি দধীচি আত্মবলিদান আৰু আত্মোৎসৰ্গৰ বাবে প্ৰসিদ্ধ। পুৰাণ বৰ্ণিত কাহিনী অনুসৰি ঋষি দধীচিয়ে নিজৰ দেহ ত্যাগ কৰি দেৱৰাজ ইন্দ্ৰৰ অস্ত্ৰ বজ্ৰ তৈয়াৰ কৰিবলৈ সহায় কৰিছিল।
-
দাদৰা
দাদৰা ভাৰতীয় উপমহাদেশৰ হিন্দুস্থানী শাস্ত্ৰীয় সংগীতৰ সৈতে সম্পৰ্কিত।
-
দূৰবীক্ষণ যন্ত্ৰ
দূৰবীক্ষণ যন্ত্ৰ বা দূৰবীণ (প্ৰাচীন গ্ৰীক τῆλε, ৰোমানাইজড টেলি 'দূৰ' আৰু σκοπεῖν, skopein 'চাবলৈ বা চাবলৈ'; τηλεσκόπος, teleskopos 'দূৰ-দেখা') হৈছে লেন্স, বক্ৰ দাপোন বা দুয়োটাৰে সংমিশ্ৰণ ব্যৱহাৰ কৰা এটা আলোকীয় যন্ত্ৰ দূৰৰ বস্তু নিৰীক্ষণ কৰা, বা দূৰৰ বস্তুৰ নিৰ্গমন, শোষণ বা বিদ্যুৎচুম্বকীয়…
-
দ্ৰুতি
দৈনন্দিন জীৱন আৰু গতিবিজ্ঞানত, দ্ৰুতি হৈছে কোনো বস্তুৰ বেগৰ পৰিমাপ(magnitude) আৰু ই এটা স্কেলাৰ ৰাশি। এক নিৰ্দিষ্ট সময়সীমাত কোনো এক বস্তুৱে অতিক্ৰম কৰা মুঠ দূৰত্বক উক্ত সময়সীমাৰে হৰণ কৰিলে গড় দ্ৰুতি পোৱা যায়।
-
নাইলন
'নাইলন হৈছে এমাইড সংযোগৰদ্বাৰা চিহ্নিত সংশ্লেষিত পলিমাৰৰ এটা পৰিয়াল, সাধাৰণতে আলিফেটিক বা অৰ্ধ-সুগন্ধি গোটক সংযোগ কৰে। Synthetic polymer Amide Aliphatic semi-aromatic নাইলনবোৰ সাধাৰণতে মুগা বৰণৰ হয় আৰু এক কোমল গাঁথনি ধাৰণ কৰিব পাৰে, কিছুমান প্ৰকাৰে ৰেচমৰ দৰে চেহেৰা প্ৰদৰ্শন কৰে।
-
নিঃসঙ্গতা
নিঃসঙ্গতা হৈছে অনুভূত সামাজিক দূৰীকৰণৰ প্ৰতি সৃষ্ট এক অনুপভোগ্য বা অসন্তোষজনক আৱেগজনিত প্ৰতিক্ৰিয়া। নিঃসঙ্গতাক সামাজিক ব্যথা হিচাপেও বৰ্ণনা কৰা হয়- ই হৈছে এটা মনোগত প্ৰক্ৰিয়া যি ব্যক্তিক সামাজিক সংযোগ গঢ়িবলৈ প্ৰেৰিত কৰে।
-
পঞ্চৰথ
পঞ্চৰথ (পাঁচ ৰথ বা পাণ্ডৱ ৰথ বা আইন্থনাই কোভিল বুলিও কোৱা হয়) ভাৰতৰ তামিলনাডু ৰাজ্যৰ চেংগালপট্টু জিলাৰ বংগ উপসাগৰৰ ক'ৰ'মেণ্ডেল উপকূলৰ মহাবলীপুৰমত অৱস্থিত এটা কীৰ্তিচিহ্ন সংকলন। একক ভাৰতীয় শিল কটা স্থাপত্যৰ নিদৰ্শন হৈছে পঞ্চৰথ।
-
পাঞ্জাবাৰী
পাঞ্জাবাৰী গুৱাহাটী মহানগৰৰ এক কাৰ্যালয় আৰু আবাসিক এলেকা। ই দিশপুৰ সমষ্টিৰ ৫২ নং ৱাৰ্ডৰ অন্তৰ্ভূক্ত। ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰত ই মহানগৰখনৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ অঞ্চল। ইয়াত বিভিন্ন চৰকাৰী কাৰ্যালয় আৰু উন্নত মানদণ্ডৰ আবাসিক আন্তঃগাথঁনিৰ দ্বাৰা পৰিবেষ্টিত।
-
পুৰুষাৰ্থ
পুৰুষাৰ্থ (Puruṣārtha) শব্দটোৰ আক্ষৰিক অৰ্থ “মানৱ বা পুৰুষৰ উদ্দেশ্য” বা “মানৱৰ অনুসৰণযোগ্য লক্ষ্য”। হিন্দুধৰ্মত ই এক মূল ধাৰণা, য’ত মানৱজীৱনৰ “চাৰিটা যথোচিত লক্ষ্য” উল্লেখ কৰা হয়: ধৰ্ম, অৰ্থ (সমৃদ্ধি বা অৰ্থনৈতিক-মূল্য), কাম (সুখ-প্ৰেম/মনস্তাত্ত্বিক-মূল্য) আৰু মোক্ষ (মুক্তি/আধ্যাত্মিক-মূল্য,…
-
পেডিকিউৰ
পেডিকিউৰ (pedicure) হৈছে ভৰি আৰু ভৰিৰ নখৰ প্ৰসাধন চিকিৎসা, যিটো মেনিকিউৰৰ সৈতে সাদৃশ্যপূৰ্ণ। পেডিকিউৰৰ সময়ত ৰুক্ষ শিল (প্ৰায়ে পিউমিচ ষ্টোন) ব্যৱহাৰ কৰি ভৰিৰ তলৰ পৰা মৃত ছালৰ কোষবোৰ ঘঁহি লোৱা হয়।
-
ফেশ্বন
ফেশ্বন হৈছে বিভিন্ন সাংস্কৃতিক নান্দনিকতাৰ কাপোৰ, জোতা, আনুষংগিক সামগ্ৰী, প্ৰসাধন সামগ্ৰী আৰু গহনা সৃষ্টি আৰু ইয়াৰ মিশ্ৰণ আৰু মিলক সামাজিক মৰ্যাদা, আত্মপ্ৰকাশ আৰু গোটৰ অন্তৰ্গততাৰ চিহ্ন হিচাপে সাজ-পোছাকৰ সুকীয়া পদ্ধতি (শৈলী আৰু ধাৰা) চিত্ৰিত কৰা সাজ-পোছাকত বিনিময়ভাৱে ব্যৱহাৰ কৰা এটা শব্দ।
-
বন্দিশ
বন্দিশ, চিজ বা গত হৈছে হিন্দুস্তানী শাস্ত্ৰীয় সংগীত বা বাদ্যসংগীতৰ এক নিৰ্দিষ্ট, সুৰীয়া ৰচনা। ই এক নিৰ্দিষ্ট ৰাগত নিৰ্ধাৰিত, তবলা বা পখাৱজৰ তালবদ্ধ সংগতত, স্থিৰ দ্ৰোনৰ সৈতে, আৰু সাৰংগী, বেহেলা বা হাৰমনিয়ামৰ সুৰীয়া সংগতত পৰিবেশিত হয়। এটা ৰচনাৰ অংশবোৰ ব্যৱস্থিত কৰাৰ বিভিন্ন উপায় আছে।
-
বিজুলী বাতি
বিজুলী বাতি বা বৈদ্যুতিক বাল্ব হৈছে এক পোহৰৰ উৎস য'ত ফিলামেণ্টৰ মাজেৰে বৈদ্যুতিক প্ৰবাহ যোৱাৰ ফলত গৰম হৈ পোহৰৰ সৃষ্টি কৰে। গৰম ফিলামেণ্টডাল জ্বলি যোৱাৰ পৰা বচাবলৈ বায়ু শূন্য বা সম্ভ্ৰান্ত গেছেৰে পৰিপূ্ৰ্ণ কাঁচ বা কোৱাটৰ্জেৰে তৈয়াৰী পাত্ৰৰ ভিতৰত ৰখা হয়।
-
ভাৰতৰ ভৌগোলিক সূচকৰ তালিকা
ভৌগোলিক সূচক (GI) মানে নিৰ্দিষ্ট ভৌগোলিক অৱস্থান বা উৎপত্তিৰ সৈতে মিল খোৱা (যেনে: কোনো চহৰ, অঞ্চল বা দেশ) কিছুমান বিশেষ সামগ্ৰীৰ ওপৰত ব্যৱহৃত এটা নাম বা চিন।
-
মহাকৰ্ষণিক তৰংগ
পদাৰ্থ বিজ্ঞানত মহাকৰ্ষণিক তৰংগ হৈছে মহাজাগতিক সময়-স্থানৰ বক্ৰত সৃষ্টি হোৱা আৰু উৎসৰপৰা বহিৰ্মুখে গতি কৰা তৰংগৰূপী একপ্ৰকাৰ শক্তি। ১৯১৬ চনত এলবাৰ্ট আইনষ্টাইনে তেওঁৰ সাধাৰণ আপেক্ষিকতাবাদ তত্বৰ আধাৰত ইয়াৰ ভৱিষ্যবাণী কৰিছিল। মহাকৰ্ষণিক তৰংগৰাশীয়ে একপ্ৰকাৰ মহাকৰ্ষনিক শক্তিৰূপে গতি কৰে।
-
মাগোল
মাগোল (Muggle) হৈছে জে. কে. ৰাউলিং ৰচিত হেৰী পটাৰ ছিৰিজত কোনো যাদুকৰী ক্ষমতা নথকা বা যাদুৰ জগতখনত জন্ম নোহোৱা মানুহক বুজাবলৈ ব্যৱহৃত এক শব্দ।মাগোলৰ কোনো যাদুকৰী তেজ নাথাকে। মাগোল শব্দটি স্কুইব বা মাগোল-জন্মা মাগোল-বৰ্ণ শব্দৰ পৰা পৃথক।
-
মেনিকিউৰ
মেনিকিউৰ ( Manicure) মানে হ’ল, ঘৰতে বা নখৰ চেলুনত কৰা হাতৰ আঙুলিৰ নখ আৰু হাতৰ বাবে কৰা প্ৰসাধনমূলক সৌন্দৰ্যবৰ্ধন কাৰ্য। মেনিকিউৰত সাধাৰণতে নখৰ মুকলি দাঁতি ফাইলিং আৰু আকৃতি দিয়া হয়, আঙুলি আৰু নখৰ কাষৰ মৰা কোষ বা ছাল ঠেলি আৰু ক্লিপ কৰি (কিউটিকল পুচাৰ আৰু কিউটিকল নিপাৰৰ সহায়ত), বিভিন্ন তৰল পদাৰ্থৰে…
-
যৌন প্ৰৱেশক্ৰিয়া
যৌন প্ৰৱেশক্ৰিয়া বুলিলে মহিলাৰ যোনি অথবা পুৰুষ বা মহিলাৰ মলদ্বাৰত লিংগ সুমুৱাই দিয়াক বুজোৱা হয়। তাৰোপৰি ডিলডো বা কৃত্ৰিম লিংগ সুমুৱাই দিয়াকো যৌন প্ৰৱেশৰ এক প্ৰকাৰ বুলি গণ্য কৰা হয়। আনহাতে যোনি বা মলদ্বাৰত আঙুলি সোমোৱাই দিয়াটো যৌন প্ৰৱেশ বুলি গণ্য কৰা নহয়।
-
শূদ্ৰ
শূদ্ৰ প্ৰাচীন ভাৰতীয় সমাজৰ চাৰি মুখ্য বৰ্ণৰ অন্যতম, যাক বৈদিক আৰু পৰৱৰ্তী সংস্কৃত সাহিত্যত সাধাৰণতে সেৱামূলক আৰু শ্ৰমভিত্তিক কাৰ্যৰ সৈতে সংযোগ কৰা হয়। বৰ্ণ ব্যৱস্থাৰ তাত্ত্বিক কাঠামোত শূদ্ৰসকলক আন তিনিওটা বৰ্ণৰ, অৰ্থাৎ ব্ৰাহ্মণ, ক্ষত্ৰিয় আৰু বৈশ্যৰ তলত স্থান দিয়া হৈছিল।
-
সাত বিহু
বিহু অসমৰ জাতীয় উৎসৱ। আমাৰ তিনিটা বিহুৰ ভিতৰত ব’হাগ বিহু বা ৰঙালী বিহুৱেই প্ৰধান। চ’ত মাহৰ শেষ দিনা বা সংক্ৰান্তিৰ পৰা ব’হাগ বিহু আৰম্ভ হয়। ইয়াক চ’তৰ বিহু বুলিও জনা যায়।
-
স্তন সংগম
স্তন সংগম হৈছে এক নন-পেনেট্ৰেটিভ যৌন কাৰ্য্য য'ত মহিলাই পুৰুষৰ লিংগটো স্তনৰ মাজত ঠেলি দি যৌন কাৰ্য্য সম্পূৰ্ণ কৰে।
-
হ’ৰক্ৰাক্স
হ'ৰক্ৰাক্স (Horcrux) হৈছে ইংৰাজ লেখিকা জে. কে. ৰাউলিং ৰচিত হেৰী পটাৰ গ্ৰন্থ শৃংখলাত উল্লিখিত এবিধ যাদুকৰী সামগ্ৰী। এই যাদুকৰী সামগ্ৰীৰ মাজত এজন লোকে নিজৰ প্ৰাণশক্তিৰ একাংশ লুকুৱাই ৰাখিব পাৰে। হ'ৰক্ৰাক্সটো সুৰক্ষিত অৱস্থাত থাকিলে উক্ত লোকজনৰ জীৱনো সুৰক্ষিত হৈ থাকে। এক কথাত তেওঁক মাৰিব পৰা নাযায়।
-
১ ছেপ্টেম্বৰ
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
২০২৪ কলকাতা ধৰ্ষণ আৰু হত্যাৰ ঘটনা
২০২৪ চনৰ ৯ আগষ্টত ভাৰতৰ পশ্চিম বংগৰ কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজৰ দ্বিতীয় বৰ্ষৰ স্নাতকোত্তৰ প্ৰশিক্ষাৰ্থী (পি জি টি) চিকিৎসকক মহাবিদ্যালয় চৌহদৰ এটা আলোচনা চক্ৰ কোঠাত মৃত অৱস্থাত উদ্ধাৰ কৰা হয়। পিছত মৰণোত্তৰ পৰীক্ষাত নিশ্চিত হয় যে তেওঁক ধৰ্ষণ কৰি হত্যা কৰা হৈছে।
-
অসীম
গণিতত অসীম (Infinity) শব্দটো প্ৰধানত দুটি অৰ্থত ব্যৱহাৰ কৰা হয়:-