হৃষিকেশ (সংস্কৃত ভাষা:हृषीकेश) আক্ষৰিক অৰ্থ ইন্দ্ৰিয়ৰ প্ৰভু হিন্দু সংৰক্ষক দেৱতা বিষ্ণুৰ এটা উপনাম।১ বিষ্ণুৰ সহস্ৰনামত ই ৪৭ নং নাম। বিষ্ণু সহস্ৰনামৰ ওপৰত আদি শংকৰৰ টীকা অনুসৰি এই নামটোৰ কেইবাটাও অৰ্থ আছে:
- ইন্দ্ৰিয়ৰ প্ৰভু।
- যাৰ নিয়ন্ত্ৰণত ইন্দ্ৰিয়বোৰ জীয়াই থাকে।
- যাৰ চুলি সূৰ্য্য আৰু চন্দ্ৰৰ ৰশ্মিৰে গঠিত, যিয়ে জগতক আনন্দ দিয়ে।
হৃষিকেশ ভাৰতৰ উত্তৰাখণ্ড ৰাজ্যৰ হৃষিকেশৰ নামেৰে নামাকৰণ কৰা এখন চহৰ।২
তথ্যসূত্ৰ
- ↑ www.wisdomlib.org. (2012-06-29). Hrishikesha, Hṛṣīkeśa, Hrishika-isha: 18 definitions. www.wisdomlib.org
- ↑ Gérard Huet. hṛṣīkeśa. sanskrit.inria.fr
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হৃষিকেশ (বিষ্ণু)” প্ৰবন্ধৰ সংশোধন ৫৬৫৯০৮ (২৩ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।