কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা কলা, সাহিত্য, সংস্কৃতি আৰু বিজ্ঞান-প্ৰযুক্তিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ বৰঙণিৰ বাবে ব্যক্তিবিশেষ বা গোটক প্ৰদান কৰা এটা ভাৰতীয় বঁটা। ঠেঙাল, অসমৰ খঙীয়া বৰুৱা পৰিয়ালৰ বিদুষী মহিলা কমল কুমাৰী বৰুৱাৰ স্মৃতিত কমল কুমাৰী ফাউণ্ডেছনে ১৯৯০ চনত এই বঁটাৰ প্ৰচলন কৰে।১ এতিয়ালৈকে ৪১জন ব্যক্তিয়ে এই বঁটা লাভ কৰিছে। ১৯৯১ চনত প্ৰথমে শোভা ব্ৰহ্মক কলা-সংস্কৃতি ক্ষেত্ৰত বৰঙণিৰ বাবে এই বঁটা প্ৰদান কৰা হৈছিল। এই বঁটাত এটা ট্ৰফী, এখন মানপত্ৰ আৰু নগদ ২ লাখ টকা প্ৰদান কৰা হয়।১২
বঁটাপ্ৰাপকৰ তালিকা
| বৰ্ষ | প্ৰাপক | স্থান | পেছা | শ্ৰেণী | উৎস |
|---|---|---|---|---|---|
| ১৯৯১ | শোভা ব্ৰহ্ম | অসম | শিল্পী | কলা আৰু সংস্কৃতি | ৩ |
| ১৯৯২ | চি এন আৰ ৰাও | কৰ্ণাটক | ৰসায়নবিদ | বিজ্ঞান আৰু প্ৰযুক্তি | ৩ |
| ১৯৯২ | এছ পি ত্যাগৰাজন | তামিলনাডু | অণুজীৱবিজ্ঞানী | বিজ্ঞান আৰু প্ৰযুক্তি | ৩ |
| ১৯৯২ | শংখ ঘোষ | পশ্চিমবংগ | বঙালী কবি | কলা আৰু সংস্কৃতি | ৩ |
| ১৯৯৩ | সৰ্বেশ্বৰ বেজবৰুৱা | অসম | প্লাজমা বিজ্ঞানী | বিজ্ঞান আৰু প্ৰযুক্তি | ৩ |
| ১৯৯৩ | নীলমণি ফুকন | অসম | অসমীয়া কবি | কলা আৰু সংস্কৃতি | |
| ১৯৯৪ | দিলীপ কুমাৰ চৌধুৰী | অসম | পদাৰ্থবিদ | বিজ্ঞান আৰু প্ৰযুক্তি | ৩ |
| ১৯৯৪ | শিশিৰ কুমাৰ দাস | পশ্চিমবংগ | বঙালী কবি | কলা আৰু সংস্কৃতি | ৩ |
| ১৯৯৫ | ইন্দিৰা গোস্বামী | অসম | অসমীয়া লেখিকা | কলা আৰু সংস্কৃতি | ৩ |
| ১৯৯৫ | টি এছ আৰ প্ৰসাদ ৰাও | অন্ধ্ৰপ্ৰদেশ | আণৱিক অণুঘটন | বিজ্ঞান আৰু প্ৰযুক্তি | ৩ |
| ১৯৯৬ | অমিতা মালিক | নতুন দিল্লী | মিডিয়া সমালোচক | কলা আৰু সংস্কৃতি | ৩ |
| ১৯৯৬ | লক্ষ্মীধৰ চমপথী | ভুৱনেশ্বৰ | নিউক্লীয় পদাৰ্থবিদ | বিজ্ঞান আৰু প্ৰযুক্তি | ৩ |
| ১৯৯৭ | অচ্যুত লহকৰ | অসম | ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰযোজক | কলা আৰু সংস্কৃতি | ৩ |
| ১৯৯৭ | ৰঘূনাথ অনন্ত মাছেলকাৰ | গোৱা | সঞ্চালক প্ৰধান, CSIR, সম্পাদক, DSIR, নতুন দিল্লী | বিজ্ঞান আৰু প্ৰযুক্তি | ৩ |
| ১৯৯৮ | নৱকান্ত বৰুৱা | অসম | অসমীয়া লেখক | কলা আৰু সংস্কৃতি | ৩ |
| ১৯৯৮ | বিভা ধাৱান | নতুন দিল্লী | থিয়েটাৰ ব্যক্তিত্ব | বিজ্ঞান আৰু প্ৰযুক্তি | ৩ |
| ১৯৯৯ | হীৰেন গোহাঁই | অসম | লেখক, সমালোচক | কলা আৰু সংস্কৃতি | |
| ১৯৯৯ | অশোক সেন | কলিকতা, প্ৰয়াগৰাজ | তাত্বিক পদাৰ্থবিদ | বিজ্ঞান আৰু প্ৰযুক্তি | |
| ২০০০ | ভবেন্দ্ৰ নাথ শইকীয়া | অসম | লেখক, চলচ্চিত্ৰ নিৰ্মাতা | কলা আৰু সংস্কৃতি | ৪ |
| ২০০০ | জয়ন্ত বিষ্ণু নাৰ্লিকাৰ | মহাৰাষ্ট্ৰ | ব্ৰহ্মাণ্ডবি়জ্ঞানী | বিজ্ঞান আৰু প্ৰযুক্তি | ৪ |
| ২০০১ | আদুৰ গোপালকৃষ্ণন | তিৰুৱনন্তপুৰম | চলচ্চিত্ৰ নিৰ্মাতা | কলা আৰু সংস্কৃতি | ৪ |
| ২০০১ | তেজ পি সিং | নতুন দিল্লী | জৈৱপদাৰ্থবিদ | বিজ্ঞান আৰু প্ৰযুক্তি | ৪ |
| ২০০২ | সমীৰ ভট্টাচাৰ্য | পশ্চিমবংগ | জৈৱপ্ৰদ্যোগীবিদ | বিজ্ঞান আৰু প্ৰযুক্তি | ২৩ |
| ২০০১ | মহাৰাজ কুমাৰী বিনোদিনী দেৱী | মণিপুৰ | মণিপুৰী লেখক | কলা আৰু সংস্কৃতি | ২৩ |
| ২০০৩ | প্ৰণৱ ৰয় | পশ্চিমবংগ | Psephologist | কলা আৰু সংস্কৃতি | ৩ |
| ২০০৩ | জিতেন্দ্ৰনাথ গোস্বামী | অসম | ব্ৰহ্মাণ্ডবিজ্ঞানী | বিজ্ঞান আৰু প্ৰযুক্তি | ২৩ |
| ২০০৩ | জাহ্নু বৰুৱা | অসম | চলচ্চিত্ৰ নিৰ্মাতা | কলা আৰু সংস্কৃতি | ২৩ |
| ২০০৪ | ধ্ৰুৱজ্যোতি মুখোপাধ্যায় | পশ্চিমবংগ | ভূতত্ত্ববিদ | বিজ্ঞান আৰু প্ৰযুক্তি | ৫ |
| ২০০৪ | নৱনীতা দেৱ সেন | পশ্চিমবংগ | লেখিকা | কলা আৰু সংস্কৃতি | ৫ |
| ২০০৫ | জয়ন্তী চুতীয়া | অসম | পদাৰ্থবিদ | বিজ্ঞান আৰু প্ৰযুক্তি | |
| ২০০৫ | কনকসেন ডেকা | অসম | অসমীয়া লেখক | কলা আৰু সংস্কৃতি | |
| ২০০৬ | ধীৰেন্দ্ৰ নাথ বুঢ়াগোহাঁই | অসম | মুখ্য প্ৰযুক্তি বিষয়া, CENS, পুণে | বিজ্ঞান আৰু প্ৰযুক্তি | ১৩ |
| ২০০৬ | হেমন্ত মিশ্ৰ | নেপাল | শিল্পী | কলা আৰু সংস্কৃতি | ১৩ |
| ২০০৭ | মাছুদ চিদ্দিকি | কলিকতা | সঞ্চালক প্ৰধান, কেঞ্চাৰ ফাউণ্ডেছন অৱ ইণ্ডিয়া, কলকাতা | বিজ্ঞান আৰু প্ৰযুক্তি | ১৩ |
| ২০০৭ | অবিৰাম শ্যাম শৰ্মা | মণিপুৰ | চলচ্চিত্ৰ নিৰ্মাতা | কলা আৰু সংস্কৃতি | ১৩ |
| ২০০৮ | ভূপেন্দ্ৰ নাথ গোস্বামী | পুনে | সঞ্চালক, IITM, পুণে | বিজ্ঞান আৰু প্ৰযুক্তি | ১৩ |
| ২০০৮ | ৰমা কান্ত নাথ | ওড়িশা | কবি ভূতপূৰ্ব সভাপতি, সাহিত্য অকাডেমি | কলা আৰু সংস্কৃতি | ১৩ |
| ২০০৯ | ৰোদ্দম নৰসিম্হা | কৰ্ণাটক | মহাকাশ বিজ্ঞানী | বিজ্ঞান আৰু প্ৰযুক্তি | ৬ |
| ২০০৯ | পাৰৱীন চুলতানা | অসম | গায়িকা | কলা আৰু সংস্কৃতি | ৬ |
| ২০১০ | অমৰেশ দত্ত | অসম | কলা আৰু সংস্কৃতি | ৭ | |
| ২০১০ | ৰমেশ চন্দ্ৰ ডেকা | অসম | বিজ্ঞান আৰু প্ৰযুক্তি | ৪৮ | |
| ২০১১ | হেইছনাম কানহাইলাল | মণিপুৰ | নাট্যশিল্পী | কলা আৰু সংস্কৃতি | |
| ২০১১ | কৃষ্ণ যোশী | উত্তৰাখণ্ড | পদাৰ্থ বিজ্ঞানী | বিজ্ঞান আৰু প্ৰযুক্তি | ৯ |
| ২০১২ | ধীৰাজ বৰা | গান্ধী নগৰ | পদাৰ্থ বিজ্ঞানী | বিজ্ঞান আৰু প্ৰযুক্তি | ১০ |
| ২০১২ | ঐচৰ্য্য পি. কোঁৱৰ | অসম | চিত্ৰশিল্পী | কলা আৰু সংস্কৃতি | ১০ |
| ২০১২ | পুষ্পা ভূঞা | অসম | শাস্ত্ৰীয় নৃত্য | কলা আৰু সংস্কৃতি | ১০ |
অতিৰিক্ত তথ্য
- হেমেন্দ্ৰ প্ৰসাদ বৰুৱা
- কমল কুমাৰী বৰুৱা
- কমল কুমাৰী ফাউণ্ডেছন
- শিৱপ্ৰসাদ বৰুৱা ৰাষ্ট্ৰীয় বঁটা
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Staff Reporter. (19 April 2009). Kamal Kumari awards announced. The Assam Tribune
- ↑ (June 29, 2009). Kamal Kumari awards presented. The Assam Tribune
- ↑ Hueiyen News Service. (20 April 2009). Syam Sharma selected for Kamal Kumari Award. e-pao.net
- ↑ UNI. (21 Sep 2002). Bhabendra Nath, Adoor win Kamal Kumari awards. Dailyexcelsior.com
- ↑ ((2 April 2006)). Kamal Kumari National Awards Presented. High beam
- ↑ (November 11, 2010). Kamal Kumari awards presented. The Assam Tribune
- ↑ (Jan 9. 2012). Kamal Kumari awards presented. The Assam Tribune
- ↑ (January 12, 2012). AIIMS Director falicitated with Kamal Kumari National Award. MSN
- ↑ 25 November, 2012. Kamal Kumari awards presented. The Assam Tribune
- ↑ (February 10, 2016). Kamal Kumari National Awards to Puspa Bhuyan. The Eastern Today
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা” প্ৰবন্ধৰ সংশোধন ৫৭০৩৬১ (১৮ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।