শিৱপ্ৰসাদ বৰুৱা ৰাষ্ট্ৰীয় বঁটা সাংবাদিকতাৰ ক্ষেত্ৰত দেখুওৱা বিশেষ দক্ষতাৰ বাবে প্ৰদান কৰা হয়। কমল কুমাৰী ফাউণ্ডেছনে এই বঁটা প্ৰদান কৰে। এই বঁটাত আছে দুই লাখ টকা, এটা ট্ৰফি আৰু এখন প্ৰশস্তি পত্ৰ।১
| বৰ্ষ | প্ৰাপক |
|---|---|
| ১৯৯৯ | দ্য আছাম ট্ৰিবিউন |
| ১৯৯৯ | তুলসী গোবিন্দ বৰুৱা |
| ১৯৯৯ | প্ৰফুল্ল গোবিন্দ বৰুৱা |
| ২০০০ | সঞ্জয় হাজৰিকা |
| ২০০১ | ধীৰেন্দ্ৰ নাথ বেজবৰুৱা |
| ২০০২ | টেষ্টা ছেটালভেড |
| ২০০৩ | প্ৰণয় ৰয় |
| ২০০৪ | অৰূপ কুমাৰ দত্ত |
| ২০০৫ | চতুৰংগ |
| ২০০৬ | প্ৰফুল্ল চন্দ্ৰ বৰুৱা |
| ২০০৭ | পেট্ৰিচিয়া মুখিম |
| ২০০৮ | অৰ্ণৱ গোস্বামী |
| ২০০৯ | ৰাধিকামোহন ভাগৱতী |
| ২০১০ | সুবীৰ ভৌমিক |
| ২০১১ | এম এছ প্ৰভাকৰ২ |
| ২০১২ | প্ৰান্তিক৩ |
তথ্যসূত্ৰ
- ↑ শান্তনু কৌশিক বৰুৱা. (২০১৫). শিৱপ্ৰসাদ বৰুৱা ৰাষ্ট্ৰীয় বঁটা. জ্যোতি প্ৰকাশন. পৃ. ৬৮৭-৬৮৮
- ↑ 25 November, 2012. Kamal Kumari awards presented. The Assam Tribune
- ↑ (11 February, 2016). Kamal Kumari Foundation’s national awards. The Assam Tribune
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শিৱপ্ৰসাদ বৰুৱা ৰাষ্ট্ৰীয় বঁটা” প্ৰবন্ধৰ সংশোধন ৩৮৫৮৭৩ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।