বিবিধ
অন্যান্য বিষয়, তালিকা আৰু দিন-পঞ্জী · ২,০৪৪ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
বদ্ৰী টেইমোৰতাছ
বদ্ৰী টেইমোৰতাছ (১২৮৭-১৩৭৪ S.H) ইৰাণৰ প্ৰথম মহিলা দন্ত চিকিৎসক আৰু ইৰাণত তেওঁক "দন্ত চিকিৎসাৰ মাতৃ" বুলি কোৱা হয়। তেওঁ ইৰাণৰ চেমনান অঞ্চলৰ কালপুছ গাঁৱত জন্মগ্ৰহণ কৰিছিল
-
বলপে'ন
বলপইণ্ট কলম বা বলপে'ন (Ballpoint Pen) এবিধ কলম৷ কলমটোৰ মুখত চিয়াঁহী ওলাবলৈ এটা সৰু বল থাকে বাবে কলমবিধৰ নাম হৈছিল বলপে'ন৷ আজিকালি সমগ্ৰ বিশ্বতে বলপে'ন বহুলভাৱে ব্যৱহৃত৷ বলপে'নবোৰত চিয়াঁহীৰ পৰিৱৰ্ত্তে চিয়াঁহীৰ 'ৰিফিল'ৰ ব্যৱস্থা থাকে আৰু কাগজত লিখোঁতে বিয়পি যোৱাৰ সমস্যা নাথাকে৷ লিখাৰ লগে লগে…
-
বহাগ মাহৰ দেউল
মহাবিষুৱ সংক্ৰান্তিৰ পৰা পালন হয় অসমীয়া জাতিৰ বাপতি সাহোন ৰঙালী বিহু। এই সময়ত প্ৰকৃতিৰ ৰং চৰে। বৃক্ষ-লতা, পত্ৰে-পুষ্পে সুশোভিত হয়। প্ৰকৃতিৰ ৰাজ্য ৰং-ৰহইচেৰে উথলি উঠাৰ লগে লগে মানুহৰো হিয়া-মন ৰঙেৰে উপচি পৰে। হুঁচৰি, বিহুগীতৰ ৰোল উঠে।
-
বহুস্তৰীয় বিপণন
বহুস্তৰীয় বিপণন, যিটো ইংৰাজী ভাষাত multi-level marketing (MLM), পিৰামিড চেলিং, নেটৱৰ্ক মাৰ্কেটিং, আৰু ৰেফাৰেল মাৰ্কেটিং নামেও পৰিচিত, এখন পিৰামিড আকৃতিৰ বিপণন কৌশল য'ত তাত্ত্বিকভাৱে লাভ আহে দুই ফালৰ পৰা: ক্ৰেতাৰ পৰা পোনে পোনে বিক্ৰয় আৰু বিক্ৰয় দলৰ সদস্য, ডাউন লাইন নামত খ্যাত, তেওঁলোকৰ বিক্ৰয়ৰ…
-
বাগোদী
বাগোদী গাঁৱৰ ইতিবৃত্ত বৰপেটা চহৰৰ পৰা ১৮ কি:মি: পূৱত অবহিত বিলপৰীয়া সেউজীয়া পথাৰে আবৰি ৰখা সুন্দৰ গাঁৱৰ্থনেই মোৰ জন্মভূমি বাগোদী গাওঁ | চাৰিও ফালে বিল, অটব্য অৰণ্যৰ মাজত ভৈয়ামৰ টিলাৰ দৰে থকা | ওখ ঠাইডোখৰত ১৯১০ চনত সৰ্ব প্ৰথম মৰহুম ছৈয়দ আলী শিকদাৰৰ পদাৰ্পন ঘটিছিল |১৯১৩-১৮ চনৰ ভিতৰত ক্ৰমে…
-
বাবা দোছিয়া
ৰোমানিয়াৰ পৌৰাণিক কাহিনীত বাবা দোছিয়া বা দ্য অল্ড ডকিয়া হৈছে বসন্তৰ উভতি অহাৰ লগে লগে দেখা পোৱা এক ব্যক্তিত্ব। কেতিয়াবা তেওঁক "এগৰাকী বৃদ্ধা, যিয়ে মাৰ্চ মাহক অপমান কৰিবলৈ যেতিয়া তেওঁ ভেড়া বা ছাগলীৰ জাক এটা লৈ ওলাই যায়" বুলি ধৰা হয়।
-
বাবা য়াগা
বাবা য়াগা হৈছে স্লাভিক লোককথাৰ এটা ৰহস্যময় বা অস্পষ্ট চৰিত্ৰ বা একে নামৰ তিনি ভগ্নীৰ ভিতৰত এগৰাকী যাৰ দুটা বিপৰীত ভূমিকা আছে। কিছুমান চিত্ৰত তেওঁক এগৰাকী বিকৃত বা হিংস্ৰ চেহেৰাৰ বুঢ়ী বুলি বৰ্ণনা কৰা হৈছে যিয়ে শিশুক ভাজি খায়, আনহাতে আন কিছুমানত তেওঁক এগৰাকী ধুনীয়া বুঢ়ী, যিয়ে নায়কক সহায় কৰে।
-
বায়ু গুণাগুণ সূচকাংক
বায়ু গুণাগুণ সূচকাংক (এ কিউ আই) হ'ল বৰ্তমান বায়ু কিমান প্ৰদূষিত বা ভৱিষ্যতে কিমান প্ৰদূষিত হ'ব পাৰে সেইটো ভৱিষ্যৎবাণী কৰা এটা সূচক সংখ্যা। বায়ু প্ৰদূষণৰ মাত্ৰা যেতিয়া বাঢ়ে, একিউআই বৃদ্ধিৰ লগতে ৰাজহুৱা স্বাস্থ্য অৱনতিৰ আশংকাও বৃদ্ধি পায়।
-
বায়’ম
বায়’ম (Biome) বা প্ৰাকৃতিক পৰিস্থিতি বুলিলে নিৰ্দিষ্ট জলবায়ু, গছ-গছনি আৰু প্ৰাণীজগতৰ সৈতে এক সুকীয়া ভৌগোলিক অঞ্চলক বুজা হয়। ই ভৌতিক পৰিৱেশ আৰু আঞ্চলিক জলবায়ু সাপেক্ষে গঠন হোৱা এক জৈৱিক সম্প্ৰদায়ৰ দ্বাৰা গঠিত।
-
বাল্টি লোক
বাল্টিলোকসকল এটা তিব্বতী জনগোষ্ঠী, যি পাকিস্তানী প্ৰশাসিত গিলগিট−বাল্টিস্তান আৰু ভাৰতীয় প্ৰশাসিত ভূ-খণ্ড লাডাখৰ স্থানীয়, প্ৰধানকৈ কাৰ্গিল জিলাত আৰু লেহ জিলাত পাতলীয়াকৈ আছে।
-
বাষ্প উদ্ভাৱক
বাষ্প উদ্ভাৱক (ইংৰাজী: Boiler) হৈছে পানীৰ পৰা বাষ্প বা ভাপ উদ্ভাৱনৰ বাবে ব্যৱহাৰ কৰা এক প্ৰকাৰৰ বিশেষ সঁজুলি। বাষ্প উদ্ভাৱকক বৃহাদাকাৰ বন্ধ পাত্ৰৰ লগত ৰিজাব পাৰি। ইন্ধনৰ দহন কৰি পানীক বাষ্পলৈ ৰূপান্তৰিত কৰি এই বাষ্প ভাগ প্ৰয়োজনীয় কাম-কাজত ব্যৱহাৰ কৰা হয়।
-
বাৰগাৰ্ল
বাৰগাৰ্ল হৈছে এগৰাকী নাৰী যাক বাৰৰ গ্ৰাহক সকলৰ ব্যক্তিগত সেৱাৰ বাবে বা প্ৰদৰ্শক হিচাপে মনোৰঞ্জনৰ বিনিময়ত মূল্য পৰিশোধ কৰা হয়। মনোৰঞ্জনৰ সঠিক প্ৰকৃতি ঠাই ভেদে ব্যাপকভাৱে পৃথক হোৱা দেখা যায়।
-
বাৰ্তালাপ
বাৰ্তালাপ (Baartalaap) এটি ডিজিটেল মিডিয়া প্ৰতিষ্ঠান। ২০২১ চনৰ ২৩ জুন তাৰিখে জ্যেষ্ঠ সাংবাদিক চক্ৰপাণি পৰাশৰৰ নেতৃত্বত প্ৰতিষ্ঠা লাভ কৰা বাৰ্তালাপ হৈছে এটা মনোৰঞ্জনধৰ্মী অনুষ্ঠান।ইয়াৰ মুখ্য কাৰ্যালয় আছে গুৱাহাটীত।
-
বিকিৰিত মুকুট
এটা দীপ্তিময় বা বিকিৰিত মুকুট, যাক সৌৰ মুকুট, সূৰ্য মুকুট, পূবৰ মুকুট বা অত্যাচাৰীৰ মুকুট বুলিও জনা যায়, হৈছে সূৰ্য বা অধিক সাধাৰণভাৱে সূৰ্যৰ সৈতে জড়িত শক্তিক প্ৰতীকিত কৰা এটা মুকুট, পুষ্পমাল্য, ডায়েডেম বা অন্যান্য শিৰস্ত্ৰাণ।
-
বিছে (বতাহ)
বিছে বা বিজে (ফৰাচী: La Bise) চুইজাৰলেণ্ডৰ এক ঠাণ্ডা, শুকান বতাহ যি চুইজাৰলেণ্ডৰ মালভূমিৰ মাজেৰে উত্তৰ-পূবৰপৰা দক্ষিণ-পশ্চিমলৈ বৈ যায়। ই সাধাৰণতে তেতিয়াই হয় যেতিয়া উত্তৰ বা পূব ইউৰোপৰ ওপৰত উচ্চ চাপৰ ব্যৱস্থাই বায়ুৰ চাপৰ পাৰ্থক্য সৃষ্টি কৰে যিয়ে জুৰা পৰ্বতমালা আৰু আল্পছৰ মাজত বতাহৰ সোঁতৰ…
-
বিলহোৰড-ডনিষ্ট্ৰভস্কি দুৰ্গ
বিলহোৰড-ডনিষ্ট্ৰভস্কি দুৰ্গ বা আক্কাৰমেন দুৰ্গ ( Bilhorod-Dnistrovskyi fortress, Білгород-Дністровська фортеця, বা Акерманська фортеця; ৰুমানিয়ান: Cetatea-Albă; কোকোট নামেও জনাজাত) ত্ৰয়োদশ–চতুৰ্দশ শতিকাৰ এক ঐতিহাসিক আৰু স্থাপত্যিক স্মাৰক তথা দুৰ্গ।
-
বিশ্ব সুখ সূচক
বিশ্ব সুখ সূচক য়ুনাইটেড নেচন্স চাষ্টেইনেবল ডেভেলপ্মেণ্ট চল্যুচন্স নেটৱৰ্কৰ দ্বাৰা প্ৰকাশিত এক জোখ। ই সুখৰ এক জোখ। জুলাই ২০১১ত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই সদস্য ৰাষ্ট্ৰসমূহক তেওঁলোকৰ দেশৰ বাসিন্দাসকলৰ সুখৰ জোখ লৈ, সেই তথ্যৰে নিজৰ বিকাশৰ নীতি নিৰ্দেশিত কৰিবলৈ এক প্ৰস্তাৱ যোগে আহ্বান জনালে।
-
বিষহৰি থান
দিঘেলী, নলবাৰী, অসম। বিষহৰি থানৰ প্ৰতিষ্ঠাৰ সময়ৰ শুংসূত্ৰ বিচাৰ:
-
বিহঙ্গম দৃষ্টিৰ দৃশ্য
বিহঙ্গম দৃষ্টিৰ দৃশ্য হ’ল অতি ঠেক দৃষ্টিকোণৰ পৰা কোনো বস্তু বা স্থানৰ উচ্চ দৃশ্য, যাৰ ফলত পৰ্যবেক্ষকজন তললৈ চাই উৰি থকা চৰাইৰ দৰে দৃষ্টিভংগীৰ সৃষ্টি হয়।
-
বীণা ছেন্দ্ৰে
বীণা ছেন্দ্ৰে (জন্ম ১৯৯৪) হৈছে ছত্তীশগড়ৰ এগৰাকী ট্ৰান্সজেণ্ডাৰ মহিলা। তেওঁ এগৰাকী স্বেচ্ছাসেৱী সংগঠনৰ সৈতে কাম কৰিছিল আৰু লিংগ সমতাৰ দাবীত তৃণমূল স্তৰত এক আন্দোলনৰ নেতৃত্ব দিছিল। ২০১৮ চনত তেওঁ প্ৰথমবাৰৰ বাবে মিছ ট্ৰান্স কুইন খিতাপ লাভ কৰে।
-
বৃহৎকায়চৰাছ
বৃহৎকায়চৰাছ (; অৰ্থাৎ "বৃহৎ কায় থকা জেঠী") চৰপড ডাইন'চৰৰ এটি প্ৰজাতি যি ভাৰতৰ কল্লমেডু ফৰ্মেচনত আৱিষ্কাৰ কৰা হৈছিল। বৃহৱকায়চৰাছৰ ভগ্নাৱশেষক প্ৰথমে থেৰপড হিচাপে চিনাক্ত কৰা হৈছিল, কিন্তু পাছলৈ ইয়াক টাইটেন'চৰীয় চৰপড বুলি জনা গ'ল।
-
বেকিং ছ’ডা
ছডিয়াম বাইকাৰ্বনেট (IUPAC name: ছডিয়াম হাইড্ৰ'জেনকাৰ্বনেট), সাধাৰণতে বেকিং ছ’ডা বা ছ’ডাৰ বাইকাৰ্বনেট (বা সৰলভাৱে "বাইকাৰ্ব", বিশেষকৈ যুক্তৰাজ্যত), বা চেলেৰেটাছ নামেৰে জনা যায়, NaHCO3 সূত্ৰৰ এটা ৰাসায়নিক যৌগ। ই এটা লৱণ যিটো এটা ছডিয়াম কেটায়ন (Na+) আৰু এটা বাইকাৰ্বনেট এনায়ন ৰে গঠিত।
-
বেছবৰমাক
বেছবৰমাক (: Beshbarmak, কিৰ্গিজ: бешбармак, ৰোমানীজড: beşbarmak; বাছকিৰ: бишбармаҡ, ৰোমানীজড: bişbarmaq; আক্ষৰিক অৰ্থত ‘পাঁচ আঙুলি’) মধ্য এছিয়াৰ পৰম্পৰাগত খাদ্য সমূহৰ ভিতৰত এবিধ জনপ্ৰিয় খাদ্য।
-
বেজেক্লিক হাজাৰ বুদ্ধ গুহা
বেজেক্লিক হাজাৰ বুদ্ধ গুহা ( Bezeklik Thousand Buddha Caves) হৈছে পশ্চিম চীনৰ জিনজিয়াং অঞ্চলৰ জ্বলন্ত পৰ্বতমালাৰ উপত্যকা মুটৌ উপত্যকাৰ গাওচাংৰ প্ৰাচীন ধ্বংসাৱশেষৰ ওচৰত আৰু তাক্লামাকান মৰুভূমিৰ উত্তৰ-পূবত অৱস্থিত তুৰ্পান আৰু শ্বানছান (লৌলান) চহৰৰ মাজত অৱস্থিত বৌদ্ধ গুহা।
-
বেটেলগ্ৰাউণ্ড্ছ ম’বাইল ইণ্ডিয়া
বেটেলগ্ৰাউণ্ড্ছ ম’বাইল ইণ্ডিয়া (Battlegrounds Mobile India; চমুকৈ বিজিএমআই, BGMI), বা পূৰ্বৰ পাব্জি ম’বাইল ইণ্ডিয়া হৈছে ভাৰতত উপলভ্য পাব্জি ম’বাইলৰ এটা সংস্কৰণ। ই ক্ৰাফ্টন কোম্পানীৰ এটা অনলাইন মাল্টিপ্লেয়াৰ বেটেল ৰয়াল গে’ম।
-
বেফানা
ইটালীয় লোককথাত, বেফানা এগৰাকী বৃদ্ধা মহিলা যি এপিফেনি (গ্ৰীক: ἐπιφάνεια, epifáneia) (৫ জানুৱাৰীৰ নিশা) উৎসৱৰ সময়ত সমগ্ৰ ইটালীত ছেইণ্ট নিকোলাছ বা চান্টাক্লজৰ দৰে ল'ৰা-ছোৱালীৰ মাজত উপহাৰ বিতৰণ কৰে। প্ৰথমে এই উৎসৱ কিছুমান ইটালীয় অঞ্চলত পালিত হৈছিল, পিছত ই সমগ্ৰ ইটালীত বিয়পি পৰে।
-
বেলা ভাটিয়া
বেলা ভাটিয়া (Bela Bhatia) ভাৰতৰ দক্ষিণ ছত্তীশগড়ৰ বস্তৰ সংমণ্ডলৰ জিলা আদালতত কৰ্মৰত এগৰাকী স্বতন্ত্ৰ লেখিকা আৰু মানৱ অধিকাৰ অধিবক্তা।
-
বেৰেটা এম নাইন
বেৰেটা এম নাইন (Beretta M9) এবিধ ৯x১৯ মিলিমিটাৰ পাৰাবেলাম (9×19mm Parabellum) ধৰণৰ পিষ্টল। ইয়াক পূৰ্বতে অৰ্ধস্বয়ংক্ৰিয় ৯ মি. মি. এম-নাইন পিষ্টল (Pistol, Semiautomatic, 9mm, M9) বুলিহে জনা গৈছিল। ১৯৮৫ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্যবাহিনীয়ে ইয়াক প্ৰথমবাৰৰ বাবে তেওঁলোকৰ ব্যৱহাৰত লগাইছিল।
-
বেৰেড স্পাইৰেল গেলেক্সী (দণ্ডযুক্ত সৰ্পিল হাতীপটি)
বাৰ্ড স্পাইৰেল গ্যালাক্সী (দণ্ডযুক্ত সৰ্পিল হাতীপটি) হৈছে এক ধৰণৰ স্পাইৰেল গ্যালাক্সী যাৰ কেন্দ্ৰত তৰাৰে গঠিত বাৰ-আকৃতিৰ গঠন থাকে। স্থানীয় বিশ্বব্ৰহ্মাণ্ডত দেখা হোৱা স্পাইৰেল গ্যালাক্সীৰ প্ৰায় দুই-তৃতীয়াংশত এই ধৰণৰ বাৰ গঠন উপস্থিত।
-
ব্যক্তিগত আখ্যান
ব্যক্তিগত আখ্যান (ইংৰাজী: Personal narrative) হৈছে সাধাৰণতে প্ৰথম পুৰুষে (নিজে) কোৱা ব্যক্তিগত অভিজ্ঞতাক সম্পৰ্কীয় গদ্য আখ্যান; ইয়াৰ বিষয়বস্তু অগতানুগতিক। "ব্যক্তিগত" বুলিলে নিজৰ জীৱন বা অভিজ্ঞতাৰ কাহিনীক বুজোৱা হয়। "অগতানুগতিক" বুলিলে আখ্যানৰ সাধাৰণ মাপকাঠীৰ লগত খাপ নোখোৱা সাহিত্যক বুজোৱা হয়।