অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

বিশ্ব সুখ সূচক

বিশ্ব সুখ সূচক য়ুনাইটেড নেচন্স চাষ্টেইনেবল ডেভেলপ্মেণ্ট চল্যুচন্স নেটৱৰ্কৰ দ্বাৰা প্ৰকাশিত এক জোখ। ই সুখৰ এক জোখ। জুলাই ২০১১ত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই সদস্য ৰাষ্ট্ৰসমূহক তেওঁলোকৰ দেশৰ বাসিন্দাসকলৰ সুখৰ জোখ লৈ, সেই তথ্যৰে নিজৰ বিকাশৰ নীতি নিৰ্দেশিত কৰিবলৈ এক প্ৰস্তাৱ যোগে আহ্বান জনালে।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ১৮৩ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

বিশ্ব সুখ সূচক য়ুনাইটেড নেচন্স চাষ্টেইনেবল ডেভেলপ্মেণ্ট চল্যুচন্স নেটৱৰ্কৰ দ্বাৰা প্ৰকাশিত এক জোখ। ই সুখৰ এক জোখ।

জুলাই ২০১১ত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই সদস্য ৰাষ্ট্ৰসমূহক তেওঁলোকৰ দেশৰ বাসিন্দাসকলৰ সুখৰ জোখ লৈ, সেই তথ্যৰে নিজৰ বিকাশৰ নীতি নিৰ্দেশিত কৰিবলৈ এক প্ৰস্তাৱ যোগে আহ্বান জনালে। তাৰ পাছত, ২ এপ্ৰিল ২০১২ত ৰাষ্ট্ৰসংঘৰ উচ্চ স্তৰীয় বৈঠক অনুষ্ঠিত হ'ল, বিষয় -- "সুখ আৰু ভালে-থকা: এক নতুন অৰ্থনৈতিক দৃষ্টান্তৰ সংজ্ঞায়িত কৰা"। নেতৃত্বত আছিল ভূতানৰ প্ৰধান মন্ত্ৰী জিগ্মে' থিন্লেই। সেই সময়লৈকে ভূতানেই আছিল প্ৰথম আৰু একমাত্ৰ দেশ যিয়ে মুঠ ঘৰুৱা উৎপাদনৰ ঠাইত মুঠ ৰাষ্ট্ৰীয় সুখৰ জোখেৰেহে বিকাশৰ সূচনা প্ৰকাশ কৰিছিল।১

প্ৰথম বিশ্ব সুখ প্ৰতিবেদন প্ৰকাশ কৰা হ'ল ২ এপ্ৰিল ২০১২ত। এই প্ৰতিবেদনক বৈঠকৰ মৌলিক লেখ হিচাপে ব্যৱহাৰ কৰা হৈছিল। ই বিশ্বৰ প্ৰথম বৈশ্বিক সুখ সমীক্ষা হিচাপে আন্তঃৰাষ্ট্ৰীয় চৰ্চালৈ আহিল।২ প্ৰতিবেদনত বিশ্ব সুখৰ ৰূপ, সুখ আৰু দুখৰ কাৰণসমূহ, নীতিৰ প্ৰভাৱ আদিৰ বিষয়ে তথ্য দাঙি ধৰা হৈছিল। চেপ্টেম্বৰ ২০১৩ত দ্বিতীয় বিশ্ব সুখ প্ৰতিবেদন প্ৰকাশ কৰা হ'ল। লগতে এই প্ৰতিবেদন প্ৰতি বছৰে প্ৰকাশ কৰাৰ প্ৰস্তাৱো আগবঢ়োৱা হ'ল। তাৰ পাছৰ পৰা এই প্ৰতিবেদন বছৰি প্ৰকাশ কৰা হয়।৩ গেলাপ প'লৰ তথ্যও ব্যৱহাৰ কৰা হয়। প্ৰতিবেদনখন প্ৰতি বছৰে ৰাজহুৱাকৈ বিশ্ব সুখ প্ৰতিবেদনৰ ৱেবছাইটত প্ৰকাশ কৰা হয়।

আন্তঃৰাষ্ট্ৰীয় স্থান

২০১৬

চিহ্নাদি:

স্থান ৪৫দেশসাফল্যাংকআগৰ বছৰতকৈ সলনিজনমুৰি মুঠ ঘৰুৱা উৎপাদনসামাজিক সমৰ্থনস্বাস্থ্য জীৱন প্ৰত্যাশাজীৱন নিৰ্ণয় চয়ন কৰাৰ স্বাধীনতাদয়াশীলতাবিশ্বাস
17.526-0.401
27.5090.035
37.5010.000
47.4980.082
57.413-0.259
67.404-0.041
77.339-0.119
87.334-0.097
97.3130.002
107.291-0.017
117.2670.258
127.119-0.003
137.104-0.261
147.087-0.171
157.0390.446
166.9940.486
176.9520.474
186.929-0.311
196.907-0.238
206.8710.000
216.7780.225
226.7390.099
236.725-0.161
246.7050.826
256.7010.191
266.6500.457
276.5960.126
286.573-0.161
296.5450.804
306.4880.000
316.4810.399
326.478-0.336
336.4740.631
346.379-0.794
356.3790.190
366.3750.000
376.361-0.711
386.3550.000
396.3240.211
406.2690.000
416.2390.164
426.2180.000
436.1680.336
446.084-0.762
456.0780.814
466.0680.572
476.005-0.132
485.9921.285
495.9870.755
505.977-0.735
515.9760.966
525.956-0.495
535.921-0.446
545.9190.322
555.8970.959
565.8560.738
575.8350.098
585.8350.295
595.8220.322
605.813-0.069
615.8020.165
625.7710.000
635.768-0.044
645.7430.730
655.6580.000
665.6480.000
675.6150.000
685.5600.872
695.546-0.692
705.5380.536
715.5280.310
725.5170.165
735.510-0.698
745.488-0.333
755.458-0.053
765.4400.000
77Kosovo5.4010.298
785.3890.216
795.3140.295
805.303-0.638
815.2910.642
825.2790.425
835.2450.525
845.1960.000
855.1850.515
865.1770.426
875.1630.263
885.161-0.035
895.1550.070
905.1510.000
915.1450.070
925.132-0.374
935.1290.059
945.123-0.282
955.1210.627
965.061-0.299
97Somaliland region5.0570.000
985.0450.000
995.033-1.294
1004.9960.474
1014.9070.298
1024.876-0.344
1034.8750.075
1044.871-0.375
1054.813-0.507
1064.7950.381
1074.7930.135
108Palestinian Territories4.7540.321
1094.6550.021
1104.6430.170
1114.6351.028
1124.5750.000
1134.574-0.312
1144.5130.413
1154.5080.000
1164.459-0.686
1174.4150.037
1184.404-0.750
1194.3950.000
1204.362-0.996
1214.360-0.226
1224.356-0.044
1234.324-0.701
1244.276-0.600
1254.2720.000
1264.2520.561
1274.2360.000
1284.219-0.328
1294.2170.373
1304.2010.052
1314.1930.639
1324.156-0.205
1334.1390.000
1344.1210.000
1354.0730.059
1364.0280.274
1373.974-0.765
1383.9560.000
1393.9160.000
1403.9070.045
1413.8660.000
1423.856-0.144
1433.8320.000
1443.763-0.025
1453.739-0.170
1463.739-0.356
1473.724-0.754
1483.695-0.285
1493.666-0.460
1503.622-0.080
1513.6070.000
1523.515-0.700
1533.4840.154
1543.3600.000
1553.3030.100
1563.0690.000
1572.9050.000

তথ্যসূত্ৰ

  1. ↑ GNH Survey 2010. The Centre for Bhutan Studies
  2. ↑ Helliwell, John; Layard, Richard; Sachs, Jeffrey. (April 2, 2012). World Happiness Report. Columbia University Earth Institute
  3. ↑ Kyu Lee. (2013-09-09). Sustainable Development Solutions Network | World Happiness Report 2013. unsdsn.org
  4. ↑ 2016 Update Report download
  5. ↑ 2016 Table download

সম্পৰ্কিত শ্ৰেণী

জোখ-মাখ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিশ্ব সুখ সূচক” প্ৰবন্ধৰ সংশোধন ৩৮২১৩৪ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।