বাৰ্তালাপ (Baartalaap) এটি ডিজিটেল মিডিয়া প্ৰতিষ্ঠান। ২০২১ চনৰ ২৩ জুন তাৰিখে জ্যেষ্ঠ সাংবাদিক চক্ৰপাণি পৰাশৰৰ নেতৃত্বত প্ৰতিষ্ঠা লাভ কৰা বাৰ্তালাপ হৈছে এটা মনোৰঞ্জনধৰ্মী অনুষ্ঠান।ইয়াৰ মুখ্য কাৰ্যালয় আছে গুৱাহাটীত। বাৰ্তালাপৰ অনুষ্ঠান সমূহে বিভিন্ন ধৰণৰ তথ্য ভিত্তিক, মনোৰঞ্জনধৰ্মী, খেল, জীৱনশৈলী, শিক্ষামূলক, আধ্যাত্মিক আদি বিষয় সাঙুৰি লয়।বাৰ্তালাপৰ মজিয়াত অসমৰ চিৰপৰিচিত ব্যক্তিসকলৰ সাক্ষাত গ্ৰহণ কৰা হয়।
মুখ্য ব্যক্তি
- মুখ্য পৰিচালন সঞ্চালক: সংযুক্তা শৰ্মা
- পৰিচালন সঞ্চালক: চক্ৰপাণি পৰাশৰ
ইতিহাস
২০২১ চনৰ ২৩ জুন তাৰিখে জ্যেষ্ঠ সাংবাদিক চক্ৰপাণি পৰাশৰৰ নেতৃত্বত বাৰ্তালাপ প্ৰতিষ্ঠা কৰা হয়।
বাৰ্তালাপৰ উদ্যোগত অসমৰ নৱপ্ৰজন্মক সাংবাদিকতাৰ আদিপাঠ শিকোৱাৰ উদ্দেশ্যে "বাৰ্তালাপ মিডিয়া অকাডেমি" নামৰ সাংবাদিকতাৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান এটি আৰম্ভ কৰা হয় ২৩জুন, ২০২১ তাৰিখে। য'ত অসমৰ প্ৰতিস্থিত সাংবাদিক সকলক মাজে সময়ে আমন্ত্ৰণ জনাই প্ৰশিক্ষাৰ্থী সকলক বিশেষ পাঠ দিবলৈ চেষ্টা কৰা হয়।
উল্লেখযোগ্য অনুষ্ঠান
- বাৰ্তালাপ শ্ৰেণীকোঠা
- বাৰ্তালাপৰ অতিথি
- আহক বাৰ্তালাপ কৰো
- প্ৰেৰণাদায়ক ব্যক্তিৰ সৈতে বাৰ্তালাপ
- জনপ্ৰিয়তা ব্যক্তিৰ সৈতে বাৰ্তালাপ
- কেনেকৈ সফল ব্যক্তি হব
- কেনেকৈ ধনী মানুহ হব
- সুখী মানুহৰ সৈতে বাৰ্তালাপ
- বাৰ্তালাপৰ ছাত্ৰ ছাত্ৰীৰ অনুষ্ঠান
তথ্য সংগ্ৰহ
- Baartalaap Youtube Video. www.youtube.com/watch?v=r4O_FSk_Gio
- Baartalaap Official Website. baartalaap.in
- Baartalaap Official Media accademy facebook page m.facebook.com/baartalaapmediaacademy.official/
বাহ্যিক সংযোগ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাৰ্তালাপ” প্ৰবন্ধৰ সংশোধন ৩৮৫৪৬৪ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।