অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

দ্ৰৌপদী ঘিমিৰয়

দ্ৰৌপদী ঘিমিৰয়: Draupadi Ghimiray; এগৰাকী ভাৰতীয় সমাজ কৰ্মী। তেখেত ২০১৯ চনত ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰীৰে সন্মানিত হয়। ২০১১ চনত, ভাৰতৰ তেতিয়াৰ ৰাষ্ট্ৰপতি প্ৰতিভা সিং পাতিলে স্ত্ৰী শক্তি পুৰস্কাৰ বিতৰণী অনুষ্ঠানত “ৰাণী গাইদিন্লিউ জেলিয়াং বঁটা” সিক্কিমৰ এই গৰাকী মহান নাৰী দ্ৰৌপদী…

হালনাগাদ: ৩ এপ্ৰিল ২০২৫ ৭৩ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

দ্ৰৌপদী ঘিমিৰয়: Draupadi Ghimiray; এগৰাকী ভাৰতীয় সমাজ কৰ্মী।১ তেখেত ২০১৯ চনত ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰীৰে সন্মানিত হয়।২

২০১১ চনত, ভাৰতৰ তেতিয়াৰ ৰাষ্ট্ৰপতি প্ৰতিভা সিং পাতিলে স্ত্ৰী শক্তি পুৰস্কাৰ বিতৰণী অনুষ্ঠানত “ৰাণী গাইদিন্লিউ জেলিয়াং বঁটা” সিক্কিমৰ এই গৰাকী মহান নাৰী দ্ৰৌপদী ঘিমিৰায়ক প্ৰদান কৰে যিয়ে মহিলাৰ অধিকাৰ, শিক্ষা, স্বাৱলম্বিতা, আৰু সমাজ কল্যাণৰ ক্ষেত্ৰত অনবদ্য অৱদান আগ বঢ়াইছিল।

উল্লেখযোগ্য কাম

ঘিমাৰয়ে ছিকিমৰ বিশেষভাৱে সক্ষম লোকসকলৰ সুবিধাৰ্থে ছিকিম বিকলাঙ্গ সহায়তা সমিতি (Viklang Sahayata Samiti-SVSS) প্ৰতিষ্ঠা কৰে।৩

তথ্যসূত্ৰ

  1. ↑ (2019-03-11). Padma Awards 2019: President Ram Nath Kovind confers the awards; check full list of recipients. Business Today
  2. ↑ Padma Awards. Padma Awards, Government of India
  3. ↑ Padma Awards 2019: Social, Environment, Animal Welfare, Education Categories; wannathankyou; 28th Jan. 2019

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দ্ৰৌপদী ঘিমিৰয়” প্ৰবন্ধৰ সংশোধন ৫০১৭৪২ (৩ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।