জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
লুডমিলা লাকুৱেভা কানুট
লুডমিলা লাকুৱেভা কানুট (জন্ম ২৮ জুলাই ১৯৭১) এগৰাকী এণ্ডোৰাৰ লেখিকা, যিয়ে উপন্যাস আৰু ইতিহাস লিখে। তেওঁ বন্দিয়া কাকতৰ মতামত স্তম্ভৰো লেখিকা।
-
লুডৱিগ ৱিটগেনষ্টাইন
লুডৱিগ ৱিটগেনষ্টাইন (ইংৰাজী: Ludwig Wittgenstein; জন্ম: ২৬ এপ্ৰিল ১৮৮৯ – মৃত্যু: ২৯ এপ্ৰিল ১৯৫১) এজন অষ্ট্ৰিয়ান দাৰ্শনিক আছিল, যি মূলত ভাষা, যুক্তি, চেতনাতত্ত্ব আৰু গণিতৰ দাৰ্শনিক ভিত্তিৰ ওপৰত কাম কৰিছিল। তেওঁক ২০শ শতিকাৰ আটাইতকৈ প্ৰভাৱশালী দাৰ্শনিকসকলৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়।
-
লুনা ব্লেইজ
লুনা ব্লেইজ বয়েড (জন্ম: ১ অক্টোবৰ, ২০০১) এগৰাকী আমেৰিকান অভিনেত্ৰী। ২০১৫ চনত তেওঁ চলচ্চিত্ৰ মেম'ৰিয়াৰ জৰিয়তে চলচ্চিত্ৰ জগতত অভিষেক কৰে। তাৰ পিছত তেওঁ ছিটকম ফ্ৰেশ অৱ দ্য বট (২০১৫–২০১৮) আৰু অতিপ্ৰাকৃতিক নাট্যধাৰা মানিফেষ্ট (২০১৮–২০২৩)-ত অভিনয় কৰি জনপ্ৰিয়তা লাভ কৰে।
-
লুনা লুইটেল
লুনা লুইটেল (নেপালী: लुना लुइटेल; জন্ম ১৯৯৯) এগৰাকী নেপালী সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে মিছ নেপাল ২০২৫ (মিছ নেপাল ৱৰ্ল্ড) ৰ মুকুট লাভ কৰিছিল। তেওঁ আগন্তুক মিছ ৱৰ্ল্ড ২০২৬ প্ৰতিযোগিতাত নেপালক প্ৰতিনিধিত্ব কৰিব।
-
লুপিতা নিয়ং'ও
লুপিতা আমোণ্ডি নিয়ং'ও (জন্ম: ১ মাৰ্চ ১৯৮৩) এগৰাকী অভিনেত্ৰী। তেওঁ বিভিন্ন সন্মান লাভ কৰিছে, যাৰ ভিতৰত অভিনেতা বঁটা, একাডেমী বঁটা আৰু ডেটাইম এমি বঁটা উল্লেখযোগ্য। লগতে তেওঁ দুটা ব্ৰিটিছ একাডেমী চলচ্চিত্ৰ বঁটা, গোল্ডেন গ্ল'ব বঁটা আৰু টনি বঁটাৰ বাবে মনোনয়ন লাভ কৰিছে।
-
লুবন আঘা
লুবনা আঘা ( Lubna Agha), জন্ম: ২ মে', ১৯৪৯ চন আৰু মৃত্যু: ৬ মে', ২০১২ চন, তেওঁ আছিল পাকিস্তানী বংশৰ এগৰাকী আমেৰিকান শিল্পী, যিয়ে আমেৰিকাৰ মেছাচুচেটছৰ ব্ৰুকলাইনত বাস কৰিছিল।
-
লূটৱিশ ফয়াৰবাশ
লূটৱিশ আণ্ড্ৰেয়াছ ফয়াৰবাশ (Ludwig Feuerbach,; ২৮ জুলাই ১৮০৪ – ১৩ ছেপ্টেম্বৰ ১৮৭২) আছিল এজন জাৰ্মান দাৰ্শনিক আৰু নৃতত্ত্ববিদ, যি তৰুণ হেগেলীয়সকলৰ মাজত এজন আগশাৰীৰ ব্যক্তিত্ব আছিল।
-
লে হোৱাং দিয়েপ থাও
লে হোৱাং দিয়েপ থাও (Lê Hoàng Diệp Thảo) এগৰাকী ভিয়েটনামী ব্যৱসায়ী মহিলা আৰু ভিয়েটনামৰ কফি উদ্যোগক্ষেত্ৰৰ অন্যতম নেত্ৰী। তেওঁ তেওঁৰ তৎকালীন স্বামী ডাং লে ঙুৱেন ভুৰ সৈতে মিলি ট্ৰুং নুএন গ্ৰুপ প্ৰতিষ্ঠা কৰিছিল, যি দেশখনৰ প্ৰথম শ্ৰেণীৰ কফি উৎপাদন সংস্থা আৰু ভিয়েটনামৰ আটাইতকৈ পৰিচিত কেফে চেইনৰ…
-
লেই টিংজি
লেই টিংজি (চীনা: 雷挺婕; পিনইন: Léi Tǐngjié, জন্ম ১৩ মাৰ্চ ১৯৯৭) এগৰাকী চীনা দবা খেলুৱৈ। আন্তৰ্জাতিক দবা মহাসংঘই তেওঁক গ্ৰেণ্ডমাষ্টাৰ উপাধি প্ৰদান কৰিছে। তেওঁ ২০২১ চনৰ মহিলা গ্ৰেণ্ড ছুইচ চেম্পিয়ন, ২০১৭ চনৰ চীনৰ মহিলা ৰাষ্ট্ৰীয় চেম্পিয়ন আৰু ২০২২–২৩ মহিলা কেণ্ডিডেটচ বিজয়ী।
-
লেইলা ওতাদী
লেইলা ওতাদী (ফাৰ্চী: لیلا اوتادی) হৈছে এগৰাকী ইৰানী অভিনেত্ৰী, কবি আৰু স্থপতিবিদ।
-
লেইলা চুদোৰী
লেইলা ছালিখা চুদোৰী (ইংৰাজী: Leila Salikha Chudori; জন্ম: ১২ ডিচেম্বৰ, ১৯৬২) এগৰাকী ইণ্ডোনেছিয়ান সাংবাদিক, লেখিকা আৰু চলচ্চিত্ৰ সমালোচক। তেওঁৰ নাম চুটিগল্প, উপন্যাস আৰু টেলিভিছন নাটকৰ বাবে জনাজাত। লেইলা শিশু অৱস্থাতেই সাহিত্যিক হিচাপে তেওঁৰ যাত্ৰা আৰম্ভ কৰিছিল।
-
লেইলা পহ্লৱী
লেইলা পহ্লৱী (ইংৰাজী: Leila Pahlavi; ফাৰ্চী ভাষা: لیلا پهلوی; ২৭ মাৰ্চ ১৯৭০ – ১০ জুন ২০০১) আছিল ইৰানৰ এগৰাকী ৰাজকুমাৰী। তেওঁ মহম্মদ ৰেজা শ্বাহ আৰু তেওঁৰ তৃতীয়া পত্নী শ্বাহবানু ফাৰাহ পহ্লৱীৰ কনিষ্ঠ কন্যা আছিল।
-
লেইলা হাতামি
লেইলা হাতামি (ফাৰ্চী: لیلا حاتمی; জন্ম: ১ অক্টোবৰ ১৯৭২) এগৰাকী ইৰানী অভিনেত্ৰী। ইৰানী চিনেমাৰ অন্যতম শ্ৰেষ্ঠ অভিনেত্ৰী আৰু একবিংশ শতিকাৰ এগৰাকী আগশাৰীৰ শিল্পী হিচাপে পৰিগণিত হাতামি ড্ৰামা ছবিসমূহহত কৰা বাস্তৱসন্মত অভিনয়ৰ বাবে বিশেষভাৱে পৰিচিত।
-
লেইলা হোছেইনজাদেহ
লেইলা হোছেইনজাদেহ (Leila Hosseinzadeh; (জন্ম: ১৯৯১) এগৰাকী ইৰাণী ছাত্ৰ কৰ্মী আৰু এগৰাকী ৰাজনৈতিক বন্দী।
-
লেচলি এ ৱেষ্টন
লেচলি এ ৱেষ্টন'এফ এ এ, এগৰাকী উদ্ভিদ জীৱবিজ্ঞানী, যিয়ে মাটিৰ আৱৰণ আৰু কীট-পতংগ নিয়ন্ত্ৰণৰ ওপৰত অপতৃণ দমন কৰা কামৰ বাবে ২০২৩ চনত অষ্ট্ৰেলিয়ান একাডেমী অৱ চাইন্সৰ ফেলো হিচাপে সন্মানিত হৈছিল।
-
লেচলি চেচ
লেচলি চেচ (Lesley Sachs; জন্ম: ২৫ আগষ্ট ১৯৫৮) এগৰাকী ইজৰাইলী সমাজ কৰ্মী, মুখ্য কাৰ্যবাহী বিষয়া আৰু শিল্পী। ইজৰাইল উইমেনছ নেটৱৰ্ক (আই ডব্লিউ এন), ইজৰাইল ৰিলিজিয়াছ একচন চেণ্টাৰ (আই আৰ এ চি), ৱৰ্ল্ড ইউনিয়ন ফৰ প্ৰগ্ৰেছিভ ইহুদীজম (ডব্লিউ ইউ পি জে) আৰু উইমেন অৱ দ্য ৱাল (ডব্লিউ অ' ডব্লিউ)ৰ চি ই অ'…
-
লেচলি মান
লেচলি মান (ইংৰাজী: Leslie Mann; জন্ম ২৬ মাৰ্চ, ১৯৭২) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ বহু চিনামাত অভিনয় কৰিছে, যেনে দ্য কেবল গাই (১৯৯৬), শ্বিজ দ্য ৱান (১৯৯৬), জৰ্জ অৱ দ্য জংঘল (১৯৯৭), বিগ ডেডী (১৯৯৯), অৰেঞ্জ কাউণ্টি (২০০২), দ্য ৪০-ইয়াৰ-অল্ড ভাৰ্জিন (২০০৫), নকড আপ (২০০৭), ড্ৰিলবিট টেইলৰ (২০০৮), আই…
-
লেছলি এম. কে
লেছলি এম. কে (ইংৰাজী: Leslie M. Kay) এগৰাকী আমেৰিকান স্নায়ুবিজ্ঞানী আৰু চিকাগো বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞান বিভাগৰ এগৰাকী অধ্যাপিকা। তেওঁৰ গৱেষণাই ঘ্ৰাণেন্দ্ৰীয় বাল্বৰ স্নায়ুশৰীৰবিজ্ঞান আৰু আচৰণগত পৰিপ্ৰেক্ষিতে কেনেকৈ সংবেদনশীল প্ৰক্ৰিয়াকৰণত প্ৰভাৱ পেলায় সেই বিষয়ে অধ্যয়ন কৰে।
-
লেছলী ত্ৰিপাঠী
লেছলী এন ত্ৰিপাঠী (ইংৰাজী: Leslie Ann Tripathy) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে প্ৰথমে ওড়িয়া সংগীত ভিডিঅ' আৰু চলচ্চিত্ৰত আৰু তাৰ পিছত বলীউডত অভিনয় কৰিছিল। ২০১৪ চনত ত্ৰিপাঠীয়ে ডব্লিউ ছবিৰ জৰিয়তে হিন্দী চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে।
-
লেডী মেৰী ডেৰিং
লেডী মেৰী ডেৰিং ওৰফে মেৰী হাৰ্ভি, এগৰাকী ব্যাপ্তিষ্ট আৰু তেওঁৰ ৩ ছেপ্টেম্বৰ ১৬২৯ চনত জন্ম আৰু ৭ ফেব্ৰুৱাৰী ১৭০৪ চনত মৃত্যু হৈছিল; তেওঁ আছিল বেৰক যুগৰ এগৰাকী ইংৰাজ সুৰকাৰ। ডেৰিঙৰ শিক্ষক হেনৰী লৱেছে প্ৰকাশ কৰা সংকলন চিলেক্ট আয়াৰ্ছ এণ্ড ডাইলগছ (১৬৫৫)ত তেওঁৰ তিনিটা গীত অন্তৰ্ভুক্ত কৰা হৈছিল।
-
লেডী হেৰিয়েট একলেণ্ড
লেডী খ্ৰীষ্টিয়ান হেনৰিটা কেৰ'লিন একলেণ্ড (জন্ম নাম: ফক্স-ষ্ট্ৰেংগৱেজ; ৩ জানুৱাৰী ১৭৫০ – ২১ জুলাই ১৮১৫) এগৰাকী ব্ৰিটিছ সম্ভ্ৰান্ত মহিলা আৰু দিনলিপি লিখোঁতা আছিল। স্বামীৰ লগত ব্ৰিটিছ উত্তৰ আমেৰিকালৈ গৈছিল আৰু ব্যক্তিগত সাহসৰ বাবে তেওঁ বিখ্যাত হৈ পৰিছিল।
-
লেনা
লেনা মোহন কুমাৰ (জন্ম ১৯৮১), নিজৰ মঞ্চনাম লেনা নামে পৰিচিত, এগৰাকী ভাৰত।
-
লেনা মেয়াৰ-লেণ্ডৰুট
লেনা জোহানা থেৰেজ মেয়াৰ-লেণ্ডৰুট (জন্ম ২৩ মে' ১৯৯১) এগৰাকী জাৰ্মান গায়িকা। ২০১০ চনত অস্লোত অনুষ্ঠিত হোৱা ইউৰোভিছন গীত প্ৰতিযোগিতাত জাৰ্মানীক প্ৰতিনিধিত্ব কৰাৰ পাছত তেওঁ খ্যাতি লাভ কৰে আৰু চেটেলাইট গীতটোৰে এই অনুষ্ঠানত জয়লাভ কৰে।
-
লেয়লা মিলানি
লেয়লা মিলানি খোশবিন (জন্ম ২ এপ্ৰিল, ১৯৮২) হৈছে এগৰাকী ইৰানী-কানাডিয়ান-আমেৰিকান মডেল, দূৰদৰ্শন তৰণী আৰু অৱসৰপ্ৰাপ্ত অভিনেত্ৰী। মিলানিৰ জন্ম ইৰানত হৈছিল আৰু মাত্ৰ ৪ বছৰ বয়সতে তেওঁ কানাডাৰ টৰণ্টোলৈ স্থানান্তৰিত হৈছিল।
-
লোইটংবাম আশালতা দেৱী
লোইটংবাম আশালতা দেৱী ( ইংৰাজী: Loitongbam Ashalata Devi; জন্ম: ৩ জুলাই ১৯৯৩) আশালতা দেৱী নামেৰে পৰিচিত এগৰাকী ভাৰতীয় পেছাদাৰী ফুটবলাৰ যিয়ে ইণ্ডিয়ান মহিলা লীগ ক্লাব ইষ্ট বেংগলৰ ডিফেণ্ডাৰ হিচাপে খেলে আৰু ভাৰতীয় মহিলা জাতীয় দলৰ অধিনায়ক।
-
লোকনাথ ব্ৰহ্মচাৰী
লোকনাথ ব্ৰহ্মচাৰী (জন্ম: ৩১ আগষ্ট ১৭৩০ - মৃত্যু: ১ জুন ১৮৯০
-
লোগান ব্ৰাউনিং
লোগান লৰিচ ব্ৰাউনিং (ইংৰাজী: Logan Browning; জন্ম: ৯ জুন, ১৯৮৯) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ ২০১৭ চনৰ নেটফ্লিক্স ধাৰাবাহিক ডিয়াৰ হোৱাইট পিপলত চামান্থা হোৱাইটৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে পৰিচিত।
-
লোটে লেনিয়া
লোটে লেনিয়া (ইংৰাজী: Lotte Lenya; জন্ম: কেৰোলিন উইলহেলমিন চাৰ্লট ব্লামাউয়াৰ; ১৮ অক্টোবৰ ১৮৯৮ – ২৭ নৱেম্বৰ ১৯৮১) আছিল এগৰাকী অট্ৰিয়ান-আমেৰিকান গায়িকা আৰু অভিনেত্ৰী, যিয়ে দীৰ্ঘদিন ধৰি আমেৰিকা যুক্তৰাষ্ট্ৰত বসবাস কৰিছিল।
-
লোপামুদ্ৰা ৰাউত
লোপামুদ্ৰা ৰাউত (Lopamudra Raut) এগৰাকী ভাৰতীয় অভিনেত্ৰী, অভিযন্তা আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী যিয়ে মিছ ইউনাইটেড মহাদেশত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল আৰু ইকুৱেডৰ (দক্ষিণ আমেৰিকা)ত আন ৪৫খন দেশৰ মাজত এই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত জয়ী হৈছিল।ভাৰতৰ আটাইতকৈ বাঞ্ছনীয় মহিলাৰ তালিকাতো…
-
লোলা টাং
লোলা মেৰি টাং (জন্ম ২৮ অক্টোবৰ ২০০২) এগৰাকী আমেৰিকান অভিনেত্ৰী, গায়িকা আৰু মডেল। তেওঁ আমাজন প্ৰাইম ভিডিঅ’ৰ ধাৰাবাহিক দ্য ছামাৰ আই টাৰ্ন্ড প্ৰিটি-ত ইজাবেল “বেলি” কনকলিন চৰিত্ৰত অভিনয় কৰি বিশেষ জনপ্ৰিয়তা লাভ কৰে। এই ধাৰাবাহিকখন জেনী হানৰ একে নামৰ উপন্যাস শ্ৰেণীৰ আধাৰত নিৰ্মিত।