জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
এনী ৱাৰ্শ্বিং
এনী ৱাৰ্শ্বিং (২৮ মাৰ্চ, ১৯৭৭ – ২৯ জানুৱাৰী, ২০২৩) এগৰাকী আমেৰিকান অভিনেত্ৰী আছিল। তেওঁ টেলিভিছনৰ বিভিন্ন চৰিত্ৰৰ বাবে পৰিচিত আছিল, যেনে ২৪-ত ৰেনী ৱাকাৰ, বছ-ত জুলিয়া ব্ৰেচাৰ, টাইমলেছ-ত এমা হুইটম’ৰ, কেচেল-ত ড° কেলী নেইমেন, ৰাণৱেজ-ত লেছলী ডিন, দ্য ভেম্পায়াৰ ডায়েৰীজ-ত লিলি ছালভাট’ৰ আৰু দ্য ৰুকী-ত…
-
এনেট অ'টুল
এনেট অ'টুল (ইংৰাজী: Annette O'Toole; জন্ম: এনেট টুল; ১ এপ্ৰিল, ১৯৫২) এগৰাকী আমেৰিকান অভিনেত্ৰী, গায়িকা আৰু গীতিকাৰ। তেওঁ টেলিভিছন ধাৰাবাহিক নাছ ব্ৰিজেছত লিছা ব্ৰিজেছ, ষ্টিফেন কিংৰ মহাকাব্যিক ভৌতিক উপন্যাস ইটৰ ১৯৯০ চনৰ টেলিভিছন মিনি-চিৰিজ ৰূপান্তৰত প্ৰাপ্তবয়স্ক বেভাৰলী মাৰ্ছ, ছুপাৰমেন ৩ত লানা লেং,…
-
এনেট মহেন্দ্ৰু
অনিতা দেৱী "এনেট" মহেন্দ্ৰু (ইংৰাজী:Anita Devi "Annet" Mahendru; জন্ম: ৫ নৱেম্বৰ, ১৯৮৫) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ বিশেষকৈ এফএক্স পিৰিয়ড ড্ৰামা ধাৰাবাহিক দ্য আমেৰিকানছ্ত (২০১৩–২০১৬) নীনা চাৰ্গেভনা ক্ৰিলোভাৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত।
-
এন্থনী লেগেট
এন্থনী জেমছ লেগেট (২৬ মাৰ্চ ১৯৩৮ – ৮ মাৰ্চ ২০২৬)Anthony James Leggett এজন ব্ৰিটিছ–আমেৰিকান তাত্ত্বিক পদাৰ্থবিজ্ঞানী আৰু ইউনিভাৰচিটি অব ইলিনয়েছ আৰ্বানা–শ্যাম্পেইন ( University of Illinois Urbana-Champaign)-ৰ অধ্যাপক আছিল| নিম্ন-উষ্ণতাৰ পদাৰ্থবিজ্ঞানৰ তত্ত্বক্ষেত্ৰত তেওঁ বিশ্বজুৰি…
-
এন্নে অষ্টিন
এন্নে মেৰী অষ্টিন এ এম অষ্ট্ৰেলিয়াৰ এগৰাকী জৈৱ ৰসায়নবিদ আৰু ফৰেনছিক বিশেষজ্ঞ। ২০১০ চনত ভিক্টোৰিয়ান অনাৰ ৰোল অৱ উইমেনত যোগ কৰা হয় আৰু ২০১১ চনৰ কুইনছ বাৰ্থডে অনাৰ্ছ (অষ্ট্ৰেলিয়া)ত জনসেৱাৰ পদক লাভ কৰে।
-
এন্নে এছডাল
এন্নে এছডাল (জন্মনাম: মিডলটন; প্ৰায় ১৭১৮ – প্ৰায় ১৭৯৫) এগৰাকী আইৰিছ মুদ্ৰক, প্ৰকাশক আৰু গ্ৰন্থ বিক্ৰেতা আছিল।
-
এন্নে এৰণ
এন্নে এৰন এগৰাকী ফিলিপাইনছৰ অভিযন্তা আৰু নেটফ্লিক্সৰ ভিডিঅ’ এলগৰিদমৰ পৰিচালক। তেওঁৰ দায়িত্বসমূহৰ ভিতৰত "চফট্ ৱেৰ অভিযন্তা আৰু গৱেষণা বিজ্ঞানী নিযুক্তি আৰু পৰিচালনা, চফ্টৱেৰ স্থাপত্য আৰু গৱেষণাৰ কৌশলগত সিদ্ধান্ত গ্ৰহণ, প্ৰকল্প পৰিচালনা আৰু দলৰ মাজত সমন্বয়"
-
এন্নে কেথেৰিন হুফ গ্ৰীণ
এন্নে কেথেৰিন হুফ গ্ৰীণ (আনুমাণিক.১৭২০ – মাৰ্চ ২৩, ১৭৭৫) মেৰিলেণ্ডৰ এজন মুদ্ৰক আৰু প্ৰকাশক আছিল।
-
এন্নে গৰ্ডন
ডৰথী এন্নে গৰ্ডন (জন্ম: ২৪ ডিচেম্বৰ, ১৯৪১) এগৰাকী অষ্ট্ৰেলিয়ান প্ৰাক্তন মহিলা ক্ৰিকেটাৰ। তেওঁ বাওঁহতীয়া মিডিয়াম স্পীড বলাৰ হিচাপে খেলিছিল আৰু ১৯৬৮–১৯৭৭ চনৰ ভিতৰত অষ্ট্ৰেলিয়াৰ বাবে ন’বটা মহিলা টেষ্ট আৰু আঠটা মহিলা একদিনীয়া মেচত অংশগ্ৰহণ কৰিছিল। ১৯৭৬ চনত তেওঁ দলখনৰ অধিনায়ক আছিল।
-
এবি স্কট বেকাৰ
এবি পিয়ৰ্চ স্কট বেকাৰ (Abby Scott Baker; ২৪ জুলাই, ১৮৭১ – ১৩ মে', ১৯৪৪) এগৰাকী আমেৰিকান ভোটাধিকাৰী আৰু মহিলা অধিকাৰৰ সমৰ্থক আছিল।তেওঁ নেচনেল ৱমেনছ পাৰ্টিৰ ৰাজনৈতিক অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু আমেৰিকাৰ সংবিধানৰ ঊনবিংশ সংশোধনী অনুমোদনৰ আগৰ মাহকেইটাত এন ডব্লিউ পিক সংবাদ মাধ্যমৰ চৰ্চালৈ…
-
এবিঅ'ডান এছিয়েট
এবিঅ'ডুন এছিয়েট (Abiodun Essiet; জন্ম:-৩ জানুৱাৰী ১৯৮৬) এগৰাকী নাইজেৰিয়ান নাৰ্ছ, লিংগ কৰ্মী, সম্প্ৰদায় উন্নয়ন কৰ্মী আৰু ৰাজনীতিবিদ। বৰ্তমান তেওঁ নাইজেৰিয়াৰ ৰাষ্ট্ৰপতি বোলা টিনুবুৰ জ্যেষ্ঠ বিশেষ সহায়িকা হিচাপে সম্প্ৰদায় সংঘবদ্ধকৰণৰ দিশত কৰ্মৰত৷
-
এবিগেল জনছন
এবিগেল পিয়েৰপন্ট জনছন ( Abigail Pierrepont Johnson; জন্ম ১৯ ডিচেম্বৰ, ১৯৬১) এগৰাকী আমেৰিকান কোটিপতি ব্যৱসায়ী, উত্তৰাধিকাৰী আৰু ফিডেলিটি ইনভেষ্টমেণ্টছৰ মুখ্য কাৰ্যবাহী।
-
এবিগেল হবছ
এবিগেল হবছ আছিল প্ৰায় ১৪-১৭ বছৰীয়া এজনী ছোৱালী, যেতিয়া ১৬৯২ চনৰ ১৮ এপ্ৰিলত গিলছ ক'ৰি, মেৰী ৱাৰেন আৰু ব্ৰীজেট বিচপৰ সৈতে ডাইনীৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হয়।
-
এবেলা ডেঞ্জাৰ
এবেলা ডেঞ্জাৰ (ইংৰাজী: Abella Danger; জন্ম: ১৯ নৱেম্বৰ ১৯৯৫) এগৰাকী আমেৰিকান প্ৰাক্তন পৰ্ণগ্ৰাফিক চলচ্চিত্ৰ অভিনেত্ৰী আৰু পৰিচালক। তেওঁ ২০১০ দশকৰ মাজভাগত প্ৰাপ্তবয়স্ক চলচ্চিত্ৰ উদ্যোগত অন্যতম জনপ্ৰিয় আৰু চাহিদাসম্পন্ন অভিনেত্ৰী হিচাপে পৰিচিত হয়।
-
এম এছ শীলা
এম এছ শীলা ( M S Sheela) এগৰাকী কৰ্ণাটিক শাস্ত্ৰীয়, লঘু সংগীত আৰু ভক্তিমূলক গায়িকা। শাস্ত্ৰীয় আৰু লঘু সংগীত দুয়োটাতে এগৰাকী AIR আৰু দূৰদৰ্শন শিল্পী। ২০১৯ চনত ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকীয়ে সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত কৰিছিল।
-
এম কে সৰোজা
মাদ্ৰাচ কাদিৰাভেলু সৰোজা ( Madras Kadiravelu Saroja; ৭ এপ্ৰিল ১৯৩১ – ১৩ জুন ২০২২), এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী, যাক ভাৰতনাট্যমৰ শাস্ত্ৰীয় নৃত্যৰূপৰ এগৰাকী প্ৰতিপাদক আৰু শিক্ষক হিচাপে তেওঁৰ বিশেষজ্ঞতাৰ বাবে পৰিচিত।
-
এম চি ৰাজহ
মাইলাই চিন্না থাম্বি পিল্লাই ৰাজহ (জন্ম ১৭ জুন ১৮৮৩ – ২৩ আগষ্ট ১৯৪৩) ভাৰতীয় কেন্দ্ৰীয় ৰাজ্য তামিলনাডুৰ এজন তামিল ৰাজনীতিবিদ, শিক্ষাবিদ, সামাজিক আৰু ৰাজনৈতিক কৰ্মী আছিল। ৰাজহৰ জন্ম হৈছিল মাদ্ৰাজৰ তামিল পৰিয়ালত। স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত ৰাজনীতিত নামি অহাৰ লগতে জাষ্টিচ পাৰ্টিৰ নেতা আছিল।
-
এম বিহোল্ড
এমিলি মাহিন "এম" বিহোল্ড (; জন্ম ২১ জানুৱাৰী, ১৯৯৯) হৈছে এগৰাকী আমেৰিকান গায়িকা-গীতিকাৰ। তেওঁ ২০১৭ চনত তেওঁৰ প্ৰথম ইপি ইনফ্ৰাৰেড মুক্তি কৰে। ২০২১ চনত ৰিপাব্লিক ৰেকৰ্ডছৰ সৈতে চুক্তিবদ্ধ হোৱাৰ পিছত তেওঁ ২০২২ চনত মুখ্য লেবেলৰ অধীনত প্ৰথম একক গীত নাম্ব লিটল বাগ মুক্তি লাভ কৰে, যিয়ে তেওঁক ব্যাপক…
-
এম ভি ৰাজাম্মা
এম ভি ৰাজাম্মা (M. V. Rajamma; ১০ মাৰ্চ ১৯১৮ – ২৩ এপ্ৰিল ১৯৯৯) ১৯৩০ৰ দশকৰ পৰা ১৯৭০ৰ দশকলৈ বেছিভাগ তামিল, কানাড়ী আৰু তেলুগু ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰা এগৰাকী অভিনেত্ৰী, চলচ্চিত্ৰ নিৰ্মাতা আৰু নেপথ্য কণ্ঠশিল্পী।
-
এম. জয়শ্ৰী
এম. জয়শ্ৰী (ইংৰাজী: M. Jayashree; ১৯২১ – ২০০৬), এগৰাকী ভাৰতীয় অভিনেত্ৰী৷ তেওঁ মূলতঃ কানাড়া ছবিত অভিনয় কৰিছিল। ৰায়ৰা ছ'ছে (১৯৫৭), নাগাৰহাভু (১৯৭২), এৰাডু কানাছু আৰু শ্ৰী শ্ৰীনিবাস কল্যাণ আদি ছবিত কৰা সহযোগী চৰিত্ৰত অভিনয় কৰাৰ বাবে তেওঁ পৰিচিত। এম.
-
এম. দি. বালছাম্মা
মানাতুৰ দেৱাশিয়া বালছাম্মা (ইংৰাজী: Manathoor Devasia Valsamma; জন্ম: ২১ অক্টোবৰ ১৯৬০) এগৰাকী অৱসৰপ্ৰাপ্ত ভাৰতীয় খেলুৱৈ। তেওঁ এছিয়ান গেমছত ব্যক্তিগত স্বৰ্ণ পদক লাভ কৰা দ্বিতীয়গৰাকী ভাৰতীয় মহিলা আৰু ভাৰতীয় ভূমিত এই পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা।
-
এম. ভি. পদ্মা শ্ৰীবাস্তৱ
মদাকাশিৰা বসন্ত পদ্মা শ্ৰীবাস্তৱ (M. V. Padma Srivastava; জন্ম ১৯৬৫) এগৰাকী ভাৰতীয় স্নায়ু বিশেষজ্ঞ, চিকিৎসা শিক্ষাবিদ, প্ৰাক্তন অধ্যাপক, লেখক আৰু গুৰুগ্ৰামৰ পাৰস হেল্থকেয়াৰত স্নায়ুবিজ্ঞানৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
-
এম. হালিমা বীবি
এম. হালিমা বীবি (ইংৰাজী: M. Haleema Beevi; ১৯১৮–২০০০) এগৰাকী ভাৰতীয় সাংবাদিক, সমাজ কৰ্মী, স্বাধীনতা সংগ্ৰামী, ইছলামিক নাৰীবাদী, বাতৰি কাকতৰ সম্পাদক আৰু প্ৰকাশক আছিল। কেৰালাৰ তিনিখন মহিলা সাময়িকী আৰু এখন সাধাৰণ আলোচনীৰ স্বত্বাধিকাৰী।
-
এমা থম্পছন
ডেম এমা থম্পছন (ইংৰাজী: Emma Thompson; জন্ম: ১৫ এপ্ৰিল ১৯৫৯) এগৰাকী ব্ৰিটিছ অভিনেত্ৰী আৰু চিত্ৰনাট্যকাৰ। চাৰি দশকৰো অধিক সময় ধৰি তেওঁ মঞ্চ আৰু পৰ্দাত কাম কৰি আহিছে। তেওঁৰ সফলতাসমূহৰ ভিতৰত দুটা একাডেমী বঁটা, তিনিটা বাফটা (BAFTA) বঁটা, দুটা গোল্ডেন গ্ল'ব বঁটা আৰু এটা প্ৰাইমটাইম এমি বঁটা অন্যতম।
-
এমা মায়াৰ্ছ
এমা এলিজাবেথ মায়াৰ্ছ (ইংৰাজী: এমা এলিজাবেথ মায়াৰ্ছ; জন্ম: ২ এপ্ৰিল, ২০০২) এগৰাকী আমেৰিকান অভিনেত্ৰী। নেটফ্লিক্সৰ ধাৰাবাহিক ৱেডনেছডে (২০২২–বৰ্তমান)ত এনাইড চিনক্লেয়াৰৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত।
-
এমা মেকি
এমা মাৰ্গাৰেট মেৰী টাচাৰ্ড-মেকি (জন্ম ) ইয়াৰ পিছত মেকিয়ে ৰহস্য চলচ্চিত্ৰ ডেথ অন দ্য নাইল (২০২২) ত অভিনয় কৰে আৰু নাট্য চলচ্চিত্ৰ এমিলি (২০২২) ত এমিলি ব্ৰণ্টেৰ চৰিত্ৰত অভিনয় কৰে। তেওঁ ২০২৩ চনত BAFTA Rising Star Award লাভ কৰে।
-
এমা মেগনোলিয়া
এমা মেগনোলিয়া (ইংৰাজী: Emma Magnolia; জন্ম: ১০ এপ্ৰিল, ১৯৯২) এগৰাকী আমেৰিকান পৰ্ণগ্ৰাফিক অভিনেত্ৰী আৰু মডেল। তেওঁ এভিএন এৱাৰ্ডছ (২০২৪), পৰ্ণহাব এৱাৰ্ডছ (২০২৪), আৰু এক্সএমএ এৱাৰ্ডছ (২০২৬)ত বিজয়ী হৈছিল।
-
এমা ষ্টোন
এমিলি জিন "এমা" ষ্টোন (Emily Jean "Emma" Stone; জন্ম: ৬ নৱেম্বৰ, ১৯৮৮) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু চলচ্চিত্ৰ প্ৰযোজক। তেওঁ দুটা একাডেমী বঁটা, দুটা ব্ৰিটিছ একাডেমী চলচ্চিত্ৰ বঁটা, আৰু দুটা গোল্ডেন গ্ল’ব বঁটা এতিয়ালৈকে লাভ কৰিছে।
-
এমা ৰবাৰ্টছ
এমা ৰোজ ৰবাৰ্টছ (ইংৰাজী: Emma Roberts; জন্ম: ১০ ফেব্ৰুৱাৰী, ১৯৯১) এগৰাকী আমেৰিকান অভিনেত্ৰী, গায়িকা আৰু প্ৰযোজক। চলচ্চিত্ৰ আৰু টেলিভিছনৰ বিভিন্ন ধাৰাত তেওঁৰ অভিনয়ৰ বাবে পৰিচিত, বিশেষকৈ ভয়ানক আৰু থ্ৰিলাৰ ধাৰাত তেওঁৰ কামে তেওঁক এগৰাকী "চিঞৰ ৰাণী" হিচাপে প্ৰতিষ্ঠা কৰিছে।
-
এমা ৱাটছন
এমা চাৰ্ল'ট ডুয়েৰ ৱাটছন (ইংৰাজী: Emma Charlotte Duerre Watson; জন্ম: ১৫ এপ্ৰিল ১৯৯০) এগৰাকী ইংৰাজী অভিনেত্ৰী। তেওঁক ফৰ্বছ আৰু ভেনিটি ফেয়াৰ-এ বিশ্বৰ সৰ্বাধিক দৰমহা পোৱা অভিনেত্ৰীসকলৰ ভিতৰত স্থান দিছে আৰু ২০১৫ চনত টাইম আলোচনীয়ে তেওঁক বিশ্বৰ ১০০ গৰাকী সৰ্বাধিক প্ৰভাৱশালী ব্যক্তিৰ ভিতৰত অন্যতম…