জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
এলিচ ৰ'গফ
এলিচ নিকল ৰ’গফ (ইংৰাজী: Alice Rogoff, জন্ম ১০ নৱেম্বৰ ১৯৫১) এগৰাকী আমেৰিকান বাতৰি কাকত প্ৰকাশকাৰী কাৰ্যনিৰ্বাহী, সমাজসেৱী, লেখিকা আৰু বিমান চালক।
-
এলিচ ৱাকাৰ
এলিছ মেলচেনিয়ৰ টেলুলাহ-কেট ৱাকাৰ (জন্ম ৯ ফেব্ৰুৱাৰী, ১৯৪৪) এগৰাকী আমেৰিকান ঔপন্যাসিক, চুটি গল্প লেখিকা, কবি আৰু সামাজিক সক্ৰিয়তাবাদী। ১৯৮২ চনত, তেওঁ দ্য কালাৰ পাৰ্পল নামৰ উপন্যাসৰ বাবে পুলিটজাৰ প্ৰাইজ জয় কৰা প্ৰথম আফ্ৰিকান-আমেৰিকান মহিলা হিচাপে পৰিচিত হৈ উঠে।
-
এলিচিয়া বিকান্দৰ
এলিচিয়া আমাণ্ডা বিকান্দৰ (জন্ম ৩ অক্টোবৰ ১৯৮৮) এগৰাকী ছুইডেনৰ অভিনেত্ৰী। তেওঁৰ সাফল্যসমূহৰ ভিতৰত আছে এটা একাডেমী বঁটা আৰু এটা স্ক্ৰীণ এক্টৰছ গিল্ড বঁটা, লগতে তিনিটা ব্ৰিটিছ একাডেমী চলচ্চিত্ৰ বঁটা আৰু দুটা গ'ল্ডেন গ্ল'ব বঁটা বাবে মনোনয়ন।
-
এলিছ কলাৰ
এলিছ কলাৰ (১৩ ছেপ্টেম্বৰ, ১৯২৫ – ২১ জুলাই, ২০২০) আছিল এগৰাকী আমেৰিকান লেখিকা আৰু শিক্ষাবিদ।
-
এলিছ কেণ্ডেলেফ্ট কচমা
এলিছ কেণ্ডেলেফ্ট কচমা (Alice Kandaleft Cosma; c. 1895 – c. 1965) এগৰাকী ছিৰিয়ান কূটনীতিবিদ আৰু মহিলা অধিকাৰ কৰ্মী আছিল। ১৯৪৭ চনত ৰাষ্ট্ৰসংঘৰ মহিলাৰ মৰ্যাদা আয়োগৰ প্ৰথম অধিবেশনৰ প্ৰতিনিধি হিচাপে তেওঁ স্বীকৃতি লাভ কৰে।
-
এলিছ পেৰী
এলিছ আলেক্সান্দ্ৰা পেৰী (জন্ম ৩ নৱেম্বৰ ১৯৯০) এগৰাকী অষ্ট্ৰেলীয় আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ আৰু প্ৰাক্তন ফুটবল খেলুৱৈ। ১৬ বছৰ বয়সত তেওঁ অষ্ট্ৰেলিয়াৰ জাতীয় ক্ৰিকেট দল আৰু জাতীয় ফুটবল দল দুয়োটাৰ হৈ অভিষেক কৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলা সৰ্বকনিষ্ঠ অষ্ট্ৰেলীয় খেলুৱৈ হিচাপে পৰিচিত হয় আৰু একে…
-
এলিছ ভিকেৰী
এলিছ ভিকেৰী (এ. ভিকেৰী ড্ৰাইছডেল আৰু এ. ড্ৰাইছডেল ভিকেৰী নামেৰেও পৰিচিত) জন্ম: ১৮৪৪ চন আৰু মৃত্যু: ১২ জানুৱাৰী ১৯২৯ চন; এগৰাকী ইংৰাজ চিকিৎসক, মহিলাৰ অধিকাৰৰ দাবী প্ৰচাৰক আৰু ৰসায়নবিদ আৰু ফাৰ্মাচিষ্ট হিচাপে যোগ্যতা অৰ্জন কৰা প্ৰথমগৰাকী ব্ৰিটিছ মহিলা।
-
এলিছ মান
এলিছ মান (জন্মনাম: বাৰ্নেট; ১৭৯১–১৮৬৫) লিডছত জন্মগ্ৰহণ কৰা এগৰাকী উগ্ৰপন্থী আৰু প্ৰকাশক আছিল। সশস্ত্ৰ বিদ্ৰোহত জড়িত থকাৰ সন্দেহত স্বামীক গ্ৰেপ্তাৰ কৰাৰ লগতে প্ৰয়োজনীয় কৰ নিদিয়াকৈ বাতৰি কাকত বিক্ৰী কৰাৰ অপৰাধত এসপ্তাহ আৰু ছমাহৰ কাৰাদণ্ড ভুগিছিল।
-
এলিছ ষ্টাৰলিং হনিগ
এলিছ ষ্টাৰলিং হনিগ ( ইংৰাজী: Alice Sterling Honig; ১৯ এপ্ৰিল, ১৯২৯ – ৭ মাৰ্চ, ২০২৩) হ'ল এগৰাকী আমেৰিকান কলেজৰ অধ্যাপিকা আৰু শিশু মনোবিজ্ঞানী। তেওঁ ছাইৰাকিউজ বিশ্ববিদ্যালয়ৰ শিশু বিকাশৰ অধ্যাপিকা আছিল।
-
এলিছ ৰেইলি
এলিছ ৰেইলি (১৭০১/১৭০২ – ১৯ এপ্ৰিল ১৭৭৮) এগৰাকী আইৰিছ মুদ্ৰক আৰু প্ৰকাশক আছিল।
-
এলিছন কাফেৰ
এলিছন কাফেৰ এগৰাকী আমেৰিকান একাডেমিক যিয়ে নাৰীবাদী, কুইয়াৰ, আৰু অক্ষমতা তত্ত্বৰ বিশেষজ্ঞ। ২০১৯ চনৰ হিচাপত তেওঁ অষ্টিনৰ টেক্সাছ বিশ্ববিদ্যালয়ৰ নাৰীবাদী অধ্যয়নৰ সহযোগী অধ্যাপিকা। তেওঁ ফেমিনিষ্ট, কুইয়াৰ, ক্ৰিপ নামৰ কিতাপখনৰ লেখিকা।
-
এলিছন ব্ৰী
এলিছন ব্ৰী শ্বাৰমাৰহৰ্ণ ( ইংৰাজী: Alison Brie Schermerhorn; জন্ম: ২৯ ডিচেম্বৰ, ১৯৮২) এগৰাকী আমেৰিকান অভিনেত্ৰী, লেখিকা আৰু প্ৰযোজক। তেওঁ ড্ৰামা ছিৰিজ মেড মেন (২০০৭–২০১৫)ত ত্ৰুডি কেম্পবেলৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে জনপ্ৰিয়তা লাভ কৰিছিল, আৰু ছিটকাম কমিউনিটি (২০০৯–২০১৫)ত এনি এডিছনৰ চৰিত্ৰত অভিনয় কৰি…
-
এলিছন মেক
এলিছন মেক (জন্ম: ২৯ জুলাই, ১৯৮২) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ ছুপাৰহিৰো ধাৰাবাহিক স্মলভিলত (২০০১–২০১১) ক্লয় ছালিভানৰ চৰিত্ৰত অভিনয় কৰিছিল আৰু কমেডী ধাৰাবাহিক ৱিলফ্ৰেডত (২০১২–২০১৪) এটা আবৰ্তক চৰিত্ৰত অভিনয় কৰিছিল।
-
এলিছা এছ আমোৰে
এলিছা এছ আমোৰে ( Elisa S. Amore), ১৩ এপ্ৰিল, ১৯৮৪ চনত জন্ম লাভ কৰা এগৰাকী ইটালীৰ ঔপন্যাসিক। হেভেন এণ্ড হেলৰ বিষয়ে লিখা অতিপ্ৰাকৃতিক ৰোমাঞ্চ কাহিনী "টাচড" ছিৰিজৰ তেওঁ লেখিকা। তেওঁৰ ধাৰাবাহিকখন আন্তৰ্জাতিক সফলতা যিটো প্ৰথমে ইটালীৰ প্ৰধান প্ৰকাশক এডিট্ৰাইচ নৰ্ডে ইটালীয় ভাষাত প্ৰকাশ কৰিছিল।
-
এলিছা কাথবাৰ্ট
এলিছা এন কাথবাৰ্ট (জন্ম: ৩০ নৱেম্বৰ, ১৯৮২) এগৰাকী কানাডিয়ান অভিনেত্ৰী। শিশু অভিনেত্ৰী হিচাপে তেওঁ প্ৰথমবাৰৰ বাবে টেলিভিছনত এক্সট্ৰা হিচাপে অভিনয় কৰিছিল আৰ ইউ এফ্ৰেইড অৱ দ্য ডাৰ্ক? অনুষ্ঠানত আৰু জনপ্ৰিয় মেকানিক্স ফৰ কিডছ অনুষ্ঠানৰ সহ-উপস্থাপক আছিল।
-
এলিছা কাৰ্ছন
এলিছা কাৰ্ছন (ইংৰাজী: Alyssa Carson; জন্ম: ১০ মাৰ্চ, ২০০১) এগৰাকী আমেৰিকান মহাকাশ অনুৰাগী যিয়ে বহুতো মহাকাশ শিবিৰত অংশগ্ৰহণ কৰিছে আৰু নাছাৰ প্ৰতিটো দৰ্শনাৰ্থী কেন্দ্ৰ ভ্ৰমণ কৰিছে।
-
এলিছা ডি আলমেইডা
এলিছা ফ্ল'ৰে ডি আলমেইডা (ইংৰাজী: Elisa Flore de Almeida; জন্ম: ১১ জানুৱাৰী ১৯৯৮) এগৰাকী ফৰাচী পেছাদাৰী ফুটবলাৰ যিয়ে প্ৰিমিয়াৰ লিগ ক্লাব পেৰিছ চেণ্ট জাৰ্মেইন আৰু ফ্ৰান্সৰ জাতীয় দলৰ বাবে চেণ্টাৰ বেক বা ৰাইট বেক হিচাপে খেলে।
-
এলিছা ফ্ৰেইহা
এলিছা ফ্ৰেইহা (: Elissa Freiha, আৰবী: إليسا فريحة; জন্ম ১৯৮৯ বা ১৯৯০ (বয়স ৩৫–৩৬) ) এগৰাকী আমীৰাটী-লেবাননী-আমেৰিকান ব্যৱসায়ী, উদ্যোগী, বিনিয়োগকাৰী, কাৰ্যবাহী প্ৰযোজক আৰু নাৰীবাদী কৰ্মী। তেওঁ উইমেনাৰ নামৰ মহিলাকেন্দ্ৰিক মিডিয়া কোম্পানী এটাৰ প্ৰতিষ্ঠাপক।
-
এলিছিয়া নাইটেকি
এলিছিয়া নাইটেকি/নিʼটেট্স্কি (২ জানুৱাৰী ১৯৪২ – ৫ ছেপ্টেম্বৰ ২০২১) আছিল এগৰাকী আমেৰিকান লেখিকা আৰু ব্ৰেণ্টলি বিশ্ববিদ্যালয়, ৱালথাম, মেছাচুছেট্ছৰ ইংৰাজী সাহিত্যৰ অধ্যাপিকা।
-
এলিছৱা ভাকাইল
এলিছা ভাকাইল (Eliswa Vakayil) (ধৰ্মীয় নাম ধন্য কুমাৰী মেৰী এলিছা; ১৫ অক্টোবৰ ১৮৩১ – ১৮ জুলাই ১৯১৩) কেৰালাৰ এগৰাকী ধৰ্মীয় সন্ন্যাসিনী আছিল। তেওঁ ভাৰতৰ মহিলাসকলৰ বাবে প্ৰথমটো স্বদেশী কাৰ্মেলাইট ধৰ্মীয় সম্প্ৰদায় ডিছকেলচড কাৰ্মেলাইটছৰ তৃতীয় সংঘ (TOCD)প্ৰতিষ্ঠা কৰিছিল।
-
এলিজাবেথ আডেকোগবে
চিফ এলিজাবেথ আডেকোগবে (Elizabeth Adekogbe, ১৯১৯ – ১৯৬৮) এগৰাকী নাইজেৰিয়ান জাতীয়তাবাদী, ৰাজনীতিবিদ, মহিলা অধিকাৰৰ নেত্ৰী আছিল। ইবাডানস্থিত নাইজেৰিয়াৰ মহিলা আন্দোলনৰ তেওঁ নেত্ৰী আছিল।
-
এলিজাবেথ আৰ্মষ্ট্ৰং
এলিজাবেথ কেৰ'লিন আৰ্মষ্ট্ৰং (২৮ ছেপ্টেম্বৰ ১৮৫৯ – ২১ ফেব্ৰুৱাৰী ১৯৩০), লিজি আৰ্মষ্ট্ৰং নামেৰে পৰিচিত, এগৰাকী অষ্ট্ৰেলিয়ান শিল্পী আৰু শিল্প শিক্ষয়িত্ৰী আছিল।
-
এলিজাবেথ গিলিজ
এলিজাবেথ ইগান গিলিজ (: Elizabeth Egan Gillies; জন্ম: ২৬ জুলাই, ১৯৯৩), যাক লিজ গিলিজ নামেৰেও জনা যায়, এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু গায়িকা। তেওঁ কিশোৰ অৱস্থাতে কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু ২০০৮ চনত সংগীত নাটক ১৩-ৰ জৰিয়তে ব্ৰডৱেত আত্মপ্ৰকাশ কৰিছিল।
-
এলিজাবেথ প্ৰথম
এলিজাবেথ প্ৰথম ( Elizabeth I; ৭ ছেপ্তেম্বৰ ১৫৩৩ – ২৪ মাৰ্চ ১৬০৩) আছিল ইংলেণ্ড আৰু আয়াৰলেণ্ডৰ ৰাণী, যিয়ে ১৫৫৮ চনৰ পৰা ১৬০৩ চনলৈকে ৰাজত্ব কৰিছিল। তেওঁ আছিল হেনৰী অষ্টম আৰু এন্ বোলিনৰ কন্যা আৰু টিউডৰ বংশৰ শেষ শাসক।
-
এলিজাবেথ মিচেল
এলিজাবেথ মিচেল (জন্ম নাম: এলিজাবেথ জোয়ানা ৰবাৰ্টছন; জন্ম: ২৭ মাৰ্চ, ১৯৭০) এগৰাকী আমেৰিকান অভিনেত্ৰী। এবিচিৰ ৰহস্যময় নাটক ধাৰাবাহিক লষ্ট (২০০৬–২০১০)ত জুলিয়েট বাৰ্কৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে তেওঁ প্ৰাইমটাইম এমি বঁটাৰ বাবে মনোনয়ন লাভ কৰে।
-
এলিজাবেথ মেলেট
এলিজাবেথ মেলেট (fl. ১৬৭২–১৭০৬) ইংৰাজী মুদ্ৰক আৰু কিতাপ বিক্ৰেতা আছিল যিয়ে ইংলেণ্ডৰ প্ৰথমখন দৈনিক কাকত দ্য ডেইলী ক’ৰেণ্ট প্ৰস্তুত কৰিছিল।
-
এলিজাবেথ লেইল
এলিজাবেথ ডিন লেইল (ইংৰাজী: Elizabeth Dean Lail; জন্ম: ২৫ মাৰ্চ ১৯৯২) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ ফেণ্টাচি ধাৰাবাহিক ৱান্স আপোন এ টাইম (২০১৪)ত আন্না, থ্ৰিলাৰ ধাৰাবাহিক ইউ (২০১৮–২০২৫)ত গিনিভেৰ বেক আৰু ফাইভ নাইটছ এট ফ্ৰেডিজ চলচ্চিত্ৰসমূহত (২০২৩–২০২৫) ভেনেছা আফটনৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে বিশেষভাৱে…
-
এলিজাবেথ হাৰ্টলেণ্ড
এলিজাবেথ এল হাৰ্টলেণ্ড নামেৰে প্ৰকাশ কৰা এলিজাবেথ লুইজ হাৰ্টলেণ্ড এ এম এগৰাকী অণুজীৱবিজ্ঞানী আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাবিদ আৰু ইউৰেকা বঁটাৰ বিচাৰক। ২০২৪ চনত তেওঁক অৰ্ডাৰ অৱ অষ্ট্ৰেলিয়াৰ সদস্য হিচাপে নিযুক্তি দিয়া হয়, "চিকিৎসা গৱেষণা, বিশেষকৈ অণুজীৱবিজ্ঞান আৰু তৃতীয় পৰ্যায়ৰ শিক্ষা"ৰ সেৱাৰ বাবে।
-
এলিদা আমিগো ই মন্তান্যা
এলিদা আমিগো ই মন্তান্যা (ইংৰাজী: Elida Amigó i Montanya; ৫ ছেপ্তেম্বৰ ১৯৩৫ – ৯ ছেপ্তেম্বৰ ২০২০) এণ্ডোৰাৰ এগৰাকী ইতিহাসবিদ, আৰ্কাইভিষ্ট, কৰ্মী আৰু ভোটাধিকাৰী আছিল। তেওঁ ১৯৭০ চনত এণ্ডোৰান মহিলাসকলক ভোটাধিকাৰ লাভ কৰিবলৈ সহায় কৰা নাৰীবাদী আন্দোলনৰ নেত্ৰী আছিল।
-
এলিন বাৰ্নছডাল
লুইছ এলিন বাৰ্নছডাল (Aline Barnsdall) আমেৰিকাৰ এগৰাকী তেলৰ উত্তৰাধিকাৰী আছিল, যি লছ এঞ্জেলছৰ হলিহক হাউছৰ বাবে ফ্ৰেংক লয়ড ৰাইটৰ ক্লায়েণ্ট হিচাপে বেছিকৈ পৰিচিত আছিল, যিটো এতিয়া চহৰখনৰ বাৰ্নছডাল আৰ্ট পাৰ্কৰ কেন্দ্ৰবিন্দু।