সৰস্বতী সন্মান (Saraswati Samman) হৈছে ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত উল্লেখিত ২২টা ভাষাৰ যিকোনো এটাত লিখিত শ্ৰেষ্ঠ কাব্য বা গদ্যৰ বাবে প্ৰদান কৰা এক উল্লেখযোগ্য সাহিত্য পুৰস্কাৰ।১২ হিন্দু ধৰ্মৰ জ্ঞানৰ দেৱী সৰস্বতীৰ নামেৰে এই বঁটাৰ নামাকৰণ কৰা হৈছে।২
কে কে বিৰলা ফাউণ্ডেচনে ১৯৯১ চনৰপৰা এই বঁটা প্ৰদানৰ আনুষ্ঠানিকতা আৰম্ভ কৰে। এই বঁটাৰ অংশ ৰূপে ১৫,০০,০০০ নগদ টকাৰে৩ সৈতে এখন প্ৰমাণ পত্ৰ আৰু এটি ফলক প্ৰদান কৰা হয়।১২৪ বিদগ্ধ পণ্ডিত আৰু প্ৰাক্তন বঁটা বিজয়ীৰে গঠিত এখন নিৰ্বাচনী সমিতিয়ে বঁটাৰ বাবে মনোনীত প্ৰাৰ্থী গৰাকীক বিগত দহ বছৰত প্ৰকাশিত তেওঁৰ সাহিত্য কৰ্মৰ ভিত্তিত এই বঁটাৰ বাবে নিৰ্বাচন কৰে। এই বঁটাৰ আৰম্ভণি স্বৰূপে প্ৰথমটো পুৰস্কাৰ হৰিবংশ ৰায় বচ্চনক চাৰিটা খণ্ডত প্ৰকাশিত তেওঁৰ আত্মজীৱনীৰ বাবে প্ৰদান কৰা হৈছিল। ৫
বঁটা বিজয়ীসকল
| + | |||||
| বছৰ | আলোকচিত্ৰ | প্ৰাপক | সাহিত্য কৰ্ম | ভাষা | তথ্যসূত্ৰ |
|---|---|---|---|---|---|
| ১৯৯১ | হৰিবংশ ৰায় বচ্চন | চাৰিটা খণ্ডত প্ৰকাশ পোৱা আত্মজীৱনী (আত্মজীৱনী) | হিন্দী ভাষা | ২৬ | |
| ১৯৯২ | ৰমাকান্ত ৰাঠ | শ্ৰী ৰাধা (কবিতা) | ওড়িয়া | ২ | |
| ১৯৯৩ | বিজয় টেণ্ডুলকাৰ | কন্যাদান (নাটক) | মাৰাঠী | ২ | |
| ১৯৯৪ | কবি হৰভজন সিং | ৰুখ তে ৰিষি (কাব্য সংকলন) | পাঞ্জাৱী | ২ | |
| ১৯৯৫ | বালামণি আম্মা | নিৱেদ্যম (কাব্য সংকলন) | মালয়ালম ভাষা | ২ | |
| ১৯৯৬ | শমচুৰ ৰহমান ফাৰুকী | শ্বেৰ-এ শৌৰ-অংগেজ | উৰ্দু ভাষা | ২ | |
| ১৯৯৭ | মনুভাই পাঞ্চলি | কুৰুক্ষেত্ৰ | গুজৰাটী ভাষা | ২ | |
| ১৯৯৮ | শংখ ঘোষ | গন্ধৰ্ব কবিতা গুচ্ছ (কাব্য সংকলন) | বঙালী ভাষা | ২ | |
| ১৯৯৯ | ইন্দিৰা পাৰ্থসাৰথি | ৰামানুজা (নাটক) | তামিল ভাষা | ২ | |
| ২০০০ | মনোজ দাস | Amruta Phala (উপন্যাস) | ওড়িয়া | ২৭ | |
| ২০০১ | দলিপ কৌৰ তিৱানা | কথা কহৌ উৰ্বশী (উপন্যাস) | পাঞ্জাৱী | ২৮ | |
| ২০০২ | মহেশ এলকুঞ্চৱাৰ | য়ুগান্ত (নাটক) | মাৰাঠী | ২ | |
| ২০০৩ | গোৱিন্দ চন্দ্ৰ পাণ্ডে | ভাগীৰথী (কাব্য সংকলন) | সংস্কৃত ভাষা | ২ | |
| ২০০৪ | সুনীল গংগোপাধ্যায় | প্ৰথম আলো (উপন্যাস) | বঙালী ভাষা | ২ | |
| ২০০৫ | কে আয়াপ্পা পানিকাৰ | আয়াপ্পাপানিকুড়ে কৃতিকাল (কাব্য সংকলন) | মালয়ালম ভাষা | ২৯ | |
| ২০০৬ | জগন্নাথ প্ৰসাদ দাস | পৰিক্ৰমা (কাব্য সংকলন) | ওড়িয়া | ১০ | |
| ২০০৭ | নাইয়াৰ মাছুদ | তাঊচ চমন কী মেইনা (গল্প সংকলন) | উৰ্দু ভাষা | ১১১২ | |
| ২০০৮ | লক্ষ্মীনন্দন বৰা | কায়কল্প (উপন্যাস) | অসমীয়া | ১৩ | |
| ২০০৯ | সুৰজিৎ পাটৰ | লফজৌ ডি দৰগাহ | পাঞ্জাৱী | ১৪ | |
| ২০১০ | এচ এল ভৈৰপ্পা | Mandra | কন্নড় ভাষা | ৪ | |
| ২০১১ | A. A. Manavalan | Irama Kathaiyum Iramayakalum | তামিল ভাষা | ১৫ | |
| ২০১২ | সুগতা কুমাৰী | Manalezhuthu (কাব্য সংকলন) | মালয়ালম ভাষা | ১৬ | |
| ২০১৩ | গোৱিন্দ মিশ্ৰ | ধুল পধৌ পৰ (উপন্যাস) | হিন্দী ভাষা | ১৭ | |
| ২০১৪ | ৱীৰাপ্পা মৈলি | Ramayana Mahanveshanam (কবিতা) | কন্নড় ভাষা | ১৮ | |
| ২০১৫ | পদ্মা সচদেৱ | "Chitt-Chete" (আত্মজীৱনী) | ডোগ্ৰী | ||
| ২০১৬ | মহাবালেশ্বৰ চৈল | হাবটন (উপন্যাস) | কোংকণী | ১৯ | |
| ২০১৭ | সীতাংশু য়শচন্দ্ৰ | Vakhar (কাব্য সংকলন) | গুজৰাটী ভাষা | ২০ | |
| ২০১৮ | কে শিৱ ৰেড্ডী | পক্কাকি অট্টিগিলেতি (কবিতা) | তেলুগু ভাষা | ২১ | |
| ২০১৯ | বাসদেৱ মহী | "চেকবুক" (গল্প সংকলন) | সিন্ধী | ২২ | |
| ২০২০ | চৰণকুমাৰ লিম্বালে | "সনাতন (Sanatan)" (উপন্যাস) | মাৰাঠী ভাষা | ২৩ | |
| ২০২১ | ৰাম দৰশ মিশ্ৰ | "ম্যে তৌ য়হা হ্যুঁ" (কবিতা) | হিন্দী ভাষা | ২৪ | |
| ২০২২ | শিৱশংকৰী | "Surya Vamsam" (স্মৃতিকথা) | তামিল ভাষা | ২৫ |
বাহ্যিক সংযোগ
- Saraswati Samman webpage. কে কে বিৰলা ফাউণ্ডেচন
- Saraswati Samman Recipients, Official listings. কে কে বিৰলা ফাউণ্ডেচন
তথ্যসূত্ৰ
- ↑ About Saraswati Samman. K.K. Birla Foundation
- ↑ (19 February 2006). Saraswati Samman for Prof Paniker. The Tribune
- ↑ Padma Sachdev to get Saraswati Samman
- ↑ (6 April 2011). Saraswati Samman for writer Bhyrappa. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Saraswati Samman Recipients. K.K. Birla Foundation
- ↑ Harivansh Rai Bachchan. LitGloss, University at Buffalo
- ↑ Choudhury, Ashok K. (17 June 2001). Manoj Das: True interpreter of India's cultural and spiritual heritage. Daily Excelsior
- ↑ (24 January 2002). Saraswati Samman for Dalip Kaur Tiwana. The Tribune
- ↑ Joshua, Anita. (18 February 2006). Saraswati Samman for Ayyappa Paniker, Malayalam poet. The Hindu
- ↑ (13 February 2007). Saraswati Samman for eminent Oriya writer. দ্য হিন্দু
- ↑ (15 February 2008). Saraswati Samman for Urdu author. দ্য হিন্দু
- ↑ (24 February 2008). I view the whole story like a movie: Naiyer Masud. The Tribune
- ↑ (12 February 2009). "Kayakalpa" gets Saraswati Samman. The Hindu
- ↑ (19 September 2010). Punjabi poet Surjit Patar gets Saraswati Samman. The Hindu
- ↑ (23 March 2012). Honour for Tamil writer. The Hindu
- ↑ (3 August 2013). Award for Sugathakumari. The Hindu
- ↑ (22 September 2014). Govind Mishra gets Saraswati Samman 2013 for novel 'Dhool Paudhon Par'. Daily News & Analysis
- ↑ M. Veerappa Moily bags prestigious Saraswati Samman 2014. english.dcbooks.com
- ↑ Konkani author Mahabaleshwar Sail gets Saraswati Samman | Goa News - Times of India. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ PTI. (2018-04-27). Gujarati poet Sitanshu Yashaschandras "Vakhar" chosen for Saraswati Samman. India Today
- ↑ K Siva Reddy to get Saraswati Samman. Hindustan Times, New Delhi
- ↑ Meet the author, Vasdev Mohi. sahitya-akademi.gov.in
- ↑ Saraswati award conferred on Marathi Writer Limbale. The free press journal
- ↑ Ramdarash Mishra selected for Saraswati Samman 2021
- ↑ (16 March 2023). Tamil writer Sivasankari to be awarded Saraswati Samman for memoir ‘Surya Vamsam’. hindustantimes.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সৰস্বতী সন্মান” প্ৰবন্ধৰ সংশোধন ৫৯২৮৩৭ (২৩ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।