অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

সিন্ধী ভাষা

সিন্ধী (আৰৱী লিপিতে: سنڌي, দেৱনাগৰী লিপিত: सिन्धी) পাকিস্তানৰ সিন্ধু প্ৰদেশেৰ প্ৰায় ৩ কোটি ৫০ লাখ আৰু ভাৰতৰ প্ৰায় ৮০ লাখ মানুহে এই ভাষাত কথা কয়।

হালনাগাদ: ২৮ জানুৱাৰী ২০২৬ ১০২ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

সিন্ধী (আৰৱী লিপিতে: سنڌي, দেৱনাগৰী লিপিত: सिन्धी) পাকিস্তানৰ সিন্ধু প্ৰদেশেৰ প্ৰায় ৩ কোটি ৫০ লাখ আৰু ভাৰতৰ প্ৰায় ৮০ লাখ মানুহে এই ভাষাত কথা কয়।

ব্যৱহাৰ

পাকিস্তানত প্ৰচলিত ভাষাবিলাকৰ মাজত ইয়াৰ স্থান তৃতীয়। সিন্ধী পাকিস্তান আৰু ভাৰতৰ চৰকাৰী ভাষা হিচাবে স্বীকৃত। ইণ্ডো-আৰ্য্য ভাষা হ'লেও সিন্ধী ভাষাৰ ওপৰত দ্ৰাবিড় ভাষা গোষ্ঠীৰ ভাষাৰ বিশেষ প্ৰভাৱ পৰিলক্ষিত হয়।

লিখন পদ্ধতি

পাকিস্তানত সিন্ধীসকলে পাৰ্চী-আৰবী লিপিৰ এটা সংস্কৰণ সিন্ধী ধ্বনিবিজ্ঞানৰ লগত খাপ খোৱা নতুন আখৰৰ সৈতে ব্যৱহাৰ কৰে, আনহাতে ভাৰতত দেৱনাগৰী লিপি, খুদাবাদী, খোজকি আৰু গুৰমুখীকে ধৰি বহুতো লিপি ব্যৱহাৰ কৰা হয়।১ সিন্ধীৰ বাবে পাৰ্চী-আৰবী ভাষাও তুলনামূলকভাৱে আগতেই ডিজিটেলভাৱে সুলভ কৰি তোলা হৈছিল।২

সিন্ধী ভাষাৰ আটাইতকৈ প্ৰাচীন প্ৰমাণিত তথ্য ১৫ শতিকাৰ।

তথ্যসূত্ৰ

  1. ↑ Nair, Manoj R. (2018-07-30). The dispute over script still endures among Sindhis. হিন্দুস্তান টাইমছ
  2. ↑ (Dec 7, 2020). Sindhi becomes the first language from Pakistan to be selected for digitization.. Geo News

সম্পৰ্কিত শ্ৰেণী

ভাষাভাৰতৰ ভাষাপোখালি (ভাষা)

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সিন্ধী ভাষা” প্ৰবন্ধৰ সংশোধন ৫৭২১৮৩ (২৮ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।