আনন্দ পুৰস্কাৰ (Ananda Puraskar)) হ'ল ভাৰতৰ পশ্চিমবঙ্গৰ আনন্দ প্ৰকাশন গোটে বাৰ্ষিকভাৱে প্ৰদান কৰা এক সাহিত্য বঁটা।
ইতিহাস
১৯৫৮ চনৰ ২০ এপ্ৰিলত আনন্দ প্ৰকাশন গোটে বাংলা সাহিত্যলৈ আগ বঢে়াৱা অৱদানৰ বাবে এই বঁটা মুকলি কৰে। প্ৰথমে আনন্দবাজাৰ কাকতৰ প্ৰতিষ্ঠাতা প্ৰফুল্লকুমাৰ সৰকাৰ আৰু সুৰেশচন্দ্ৰ মজুমদাৰৰ স্মৃতিত এই পুৰস্কাৰ প্ৰদান আৰম্ভ কৰিছিল। ১৯৮৪ চনত অশোক কুমাৰ সৰকাৰৰ স্মৃতিত দেশ আলোচনীৰ সোণালী জয়ন্তী উপলক্ষে আন এক বঁটা শুভাৰম্ভ কৰা হয়। ২০০০ খ্ৰীষ্টাব্দত এই তিনিটা বঁটাক একত্ৰিত কৰা হয়।
পুৰস্কাৰ বিজয়ীসকল
- ১৯৫৮ - বিভূতিভূষণ মুখোপাধ্যায় (অযাচী সন্ধানে)
- ১৯৫৯ - সমৰেশ বসু (শ্ৰীমতী ক্যাফে)
- ১৯৬০ - প্ৰমথনাথ বিশী (কেৰি সাহেবেৰ মুন্সি)
- ১৯৬১ - সৈয়দ মুজতবা আলী (দেশে বিদেশে)
- ১৯৬২ - কালিদাস ৰায় (ক্ষুদকুঁড়া)
- ১৯৬৩- সুকুমাৰ সেন (বাংলা সাহিত্যেৰ ইতিহাস)
- ১৯৬৪ - জ্যোতিৰিন্দ্ৰ নন্দী (বাৰো ঘৰ এক উঠোন)
- ১৯৬৫- নীৰদ চি. চৌধুৰী (আত্মঘাতী বাঙালী)
- ১৯৬৬- প্ৰবোধ কুমাৰ স্যান্যাল (মহাস্থবিৰ জাতক)
- ১৯৬৭ - বিমল কৰ (অসময়)
- ১৯৬৮ - গোপালচন্দ্ৰ ভট্টাচাৰ্য (বাংলাৰ কীটপতঙ্গ)
- ১৯৬৯ - শৈলেশকুমাৰ বন্দ্যোপাধ্যায় (জিন্না পাকিস্তান - নতুন ভাবনা)
- ১৯৭০ - গৌৰকিশোৰ ঘোষ (প্ৰেম নেই)
- ১৯৭১ - সত্যজিৎ ৰায়, সন্তোষকুমাৰ ঘোষ (কিনু গোয়ালাৰ গলি)
- ১৯৭২ - সুনীল গংগোপাধ্যায় (সেই সময়)
- ১৯৭৩ - শীৰ্ষেন্দু মুখোপাধ্যায়১ (মানবজমিন)
- ১৯৭৪ - মতি নন্দী (সাদা খাম)
- ১৯৭৫ - শক্তি চট্টোপাধ্যায় (যেতে পাৰি কিন্তু কেন যাব)
- ১৯৭৬ - বুদ্ধদেব গুহ (হলুদ বসন্ত)
- ১৯৭৭ - দিব্যেন্দু পালিত (সহযোদ্ধা)
- ১৯৭৮ - নিখিল সৰকাৰ (শ্ৰীপান্থেৰ কলকাতা)
- ১৯৭৯ - সৈয়দ মুস্তাফা সিৰাজ (অলীক মানুষ)
- ১৯৮০- সুশোভন অধিকাৰী (ৰঙেৰ ৰবীন্দ্ৰনাথ)
- ১৯৮১ - সঞ্জীব চট্টোপাধ্যায় (লোটাকম্বল)
- ১৯৮২ - সমৰেশ মজুমদাৰ (কালবেলা)
- ১৯৮৩ - অন্নদাশঙ্কৰ ৰায় (পথে প্ৰবাসে)
- ১৯৮৪ - সুভাষ ভট্টাচাৰ্য (আধুনিক বাংলা প্ৰয়োগ অভিধান), সুকুমাৰ সেন (বাংলাৰ স্থান নাম), সাগৰময় ঘোষ (একটি পেৰেকেৰ কাহিনি), বিমল মিত্ৰ(বেগম মেৰি বিশ্বাস)
- ১৯৮৫ - আলোকৰঞ্জন দাশগুপ্ত (গিলেটিনে আলপনা)
- ১৯৮৬ - কেতকী কুশাৰী ডাইসন২ (ৰবীন্দ্ৰনাথ ও ভিক্টোৰিয়া ওকাম্পো সন্ধানে)
- ১৯৮৭ - অমলেশ ত্ৰিপাঠী (ইতিহাস ও ঐতিহাসিক)
- ১৯৮৮ - আবুল বাশাৰ (ফুলবউ)
- ১৯৮৯ - সুনীল গংগোপাধ্যায় (প্ৰথম আলো), অমিতাভ ঘোষ(শ্যাডো লাইন)
- ১৯৯০ – শীৰ্ষেন্দু মুখোপাধ্যায়১ (পাৰ্থিব), জয় গোস্বামী৩ (আলেয়া হ্ৰদ)
- ১৯৯১ – সুভাষ মুখোপাধ্যায় (একটু পা চালিয়ে ভাই), জয়া মিত্ৰ (হন্যমান)
- ১৯৯২ - তসলিমা নাসৰিন (নিৰ্বাচিত কলাম)
- ১৯৯৩ - ক্লিণ্টন বি সীলি৪ (ৰামপ্ৰসাদ - গানেৰ সন্ধানে)
- ১৯৯৪ - অন্নদাশঙ্কৰ ৰায় (জাপানে), শামসুৰ ৰহমান (খণ্ডিত গৌৰব), আনিসুজ্জামান(স্বৰূপেৰ সন্ধানে), নৰেন বিশ্বাস(ঐতিহ্যেৰ অঙ্গীকাৰ-অডিও)
- ১৯৯৫ - নজৰুল ইসলাম৫(বকুল), দেবাৰতি মিত্ৰ (ভূতেৰা ও খুকি)
- ১৯৯৬ - আখতাৰুজ্জামান ইলিয়াস (খোয়াবনামা)
- ১৯৯৭ - বাণী বসু৬ (মৈত্ৰেয় জাতক)
- ১৯৯৮ - জয় গোস্বামী ৩ (যাৰা বৃষ্টিতে ভিজেছিল)
- ১৯৯৯ - মন্দাক্ৰান্তা সেন (হৃদয় অবাধ্য মেয়ে)
- ২০০০ - তসলিমা নাসৰিন (আমাৰ মেয়েবেলা)
- ২০০১ - গৌৰীপ্ৰসাদ ঘোষ৭( এভৰিম্যানস ডিকশনাৰি)
- ২০০২ - সুধীৰ চক্ৰবৰ্তী৮ (বাউল ফকিৰ কথা)
- ২০০৩ - তিলোত্তমা মজুমদাৰ৯ (বসুধাৰা)
- ২০০৪ - শ্ৰীজাত১০ (উড়ন্ত সব জোকাৰ)
- ২০০৫ - মিহিৰ সেনগুপ্ত১১(বিষাদবৃক্ষ)
- ২০০৬ - উৎপলকুমাৰ বসু১২(পুৰী সিৰিজ)
- ২০০৭ - ধৃতিকান্ত লাহিড়ী চৌধুৰী১৩ ( হাতিৰ বই)
- ২০০৮ - হাসান আজিজুল হক১৪ (আগুনপাখী)
- ২০০৯ - ৰণজিত গুহ১৫ (কবিৰ নাম ও সৰ্বনাম)
- ২০১০ - সুনন্দা শিকদাৰ১৬ (দয়াময়ীৰ কথা)
- ২০১১ - গৌতম ভদ্ৰ১৭( নেড়া বটতলায় ক- বাৰ যায়)
- ২০১২ - পিনাকী ঠাকুৰ১৮ ( চুম্বনেৰ ক্ষত)
- ২০১৩ - ৰামকুমাৰ মুখোপাধ্যায়১৯ (ধনপতিৰ সিংহলযাত্ৰা)
- ২০১৪ - অৰিন্দম চক্ৰবৰ্তী২০(ভাত কাপড়েৰ ভাবনা)
- ২০১৫ - স্বপ্নময় চক্ৰবৰ্তী (হলদে গোলাপ)
- ২০১৬ - সুধীৰ দত্ত (তাঁবু মই ও শ্ৰেষ্ঠ কবিতাগুচ্ছ)
- ২০১৭ - আনিসুজ্জামান (বিপুলা পৃথিবী)
- ২০১৮ - সন্তোষ ৰানা (ৰাজনীতিৰ এক জীবন)
- ২০১৯ - নলিনী বেৰা (সুবৰ্ণৰেণু সুবৰ্ণৰেখা)
- ২০২০-২০২২ - কৰোনা অতিমাৰীৰ জন্য পুৰস্কাৰ দেওয়া হয়নি।
- ২০২৩-পূৰ্ণেন্দুবিকাশ সৰকাৰ (গীতবিতান তথ্যভাণ্ডাৰ)
- ২০২৪ - অসীম চট্টোপাধ্যায় ( নকশালবাড়িনামা)
- ২০২৫- স্মৰণজিৎ চক্ৰবৰ্তী ( শূন্য পথেৰ মল্লিকা)
তথ্যসূত্ৰ
- ↑ www.parabaas.com/translation/database/authors/te
- ↑ www.virgiliolibro.com/kkd/awards.htm
- ↑ parabaas.com/translation/database/authors/texts/
- ↑ books.google.co.in/books?id=HG7DIrX3YeEC&pg=
- ↑ Bhattacharjee, C S. (March 28, 2014). Nazrul Islam: Maverick lone ranger in West Bengal
- ↑ www.loc.gov/acq/ovop/delhi/salrp/banibasu.html
- ↑ বৈশাখী সন্ধ্যায় অভিধানগ্ৰন্থকে আনন্দ সম্মান, আনন্দবাজাৰ পত্ৰিকা, এপ্ৰিল 22, 2001
- ↑ আনন্দ পুৰস্কাৰ পাচ্ছেন বাউল–ফকিৰদেৰ কথাকাৰ, আনন্দবাজাৰ পত্ৰিকা, এপ্ৰিল 15, 2002
- ↑ প্ৰবীণেৰ উচ্ছ্বাস‚ নবীনেৰ অঙ্গীকাৰে উদ্বেল আনন্দসন্ধ্যায় পুৰস্কৃত তিলোত্তমা, আনন্দবাজাৰ পত্ৰিকা, এপ্ৰিল 27, 2003
- ↑ আনন্দ–সন্ধ্যায় শ্ৰীজাতকে সাহিত্য–শিৰোপা, আনন্দবাজাৰ পত্ৰিকা, এপ্ৰিল 18, 2004
- ↑ অকপট আত্মজীবনীকে কুৰ্নিশ আনন্দ–সন্ধ্যায়, আনন্দবাজাৰ পত্ৰিকা, এপ্ৰিল 24, 2005
- ↑ আত্মস্থ‚ মিতভাষ কবিকে আনন্দ শিৰোপা, আনন্দবাজাৰ পত্ৰিকা, এপ্ৰিল 30, 2006
- ↑ যুক্তিকে কুৰ্নিশ কৰছে আনন্দ পুৰস্কাৰ, আনন্দবাজাৰ পত্ৰিকা, এপ্ৰিল 15, 2007
- ↑ হৃদয় ও মস্তিষ্কেৰ মেলবন্ধনে উজ্জ্বল আনন্দসন্ধ্যা, আনন্দবাজাৰ পত্ৰিকা, এপ্ৰিল 27, 2008
- ↑ আনন্দ-সম্মানই ঘৰে ফেৰাল প্ৰবাসী ৰণজিৎকে, আনন্দবাজাৰ পত্ৰিকা, এপ্ৰিল 26, 2009
- ↑ নাৰীৰ 'সাদা' ভাষাকেই আনন্দ-অভিবাদন, আনন্দবাজাৰ পত্ৰিকা, এপ্ৰিল 25, 2010
- ↑ বটতলায় গিয়েই আনন্দ ন্যাড়াৰ, আনন্দবাজাৰ পত্ৰিকা, এপ্ৰিল 15, 2011
- ↑ কাব্যেৰ আলো ছড়াল বিস্তৃত ভুবনডাঙায়, আনন্দবাজাৰ পত্ৰিকা, এপ্ৰিল 29, 2012
- ↑ হাৰানো শব্দেৰ মায়ায় মুগ্ধ আনন্দ-সন্ধ্যা, আনন্দবাজাৰ পত্ৰিকা, এপ্ৰিল 28, 2013
- ↑ নামযশেৰ সুখ নয়, বৈশাখী আনন্দসন্ধ্যায় আনন্দ-সন্ধান, আনন্দবাজাৰ পত্ৰিকা, এপ্ৰিল 16, 2014
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আনন্দ পুৰস্কাৰ” প্ৰবন্ধৰ সংশোধন ৫২১৩৫৮ (২৯ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।