অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কে শিৱ ৰেড্ডী

কে শিৱ ৰেড্ডী (K Siva Reddy) এগৰাকী ভাৰতীয় তেলেগু ভাষাৰ কবি। অন্ধ্ৰ প্ৰদেশৰ গুন্তুৰত তেওঁৰ জন্ম হৈছিল। ১৯৯৬ চনত তেওঁ তেওঁৰ কাব্য-সংকলন ‘মহানা-অ’-মহানা’ৰ বাবে তেলেগু ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।

হালনাগাদ: ২৬ নৱেম্বৰ ২০২৫ ১৯৬ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

কে শিৱ ৰেড্ডী (K Siva Reddy) এগৰাকী ভাৰতীয় তেলেগু ভাষাৰ কবি। অন্ধ্ৰ প্ৰদেশৰ গুন্তুৰত তেওঁৰ জন্ম হৈছিল। ১৯৯৬ চনত তেওঁ তেওঁৰ কাব্য-সংকলন ‘মহানা-অ’-মহানা’ৰ১ বাবে তেলেগু ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।২ ২০১৮ চনত কাব্য-সংকলন ‘পক্কাকি অট্টিগিলেতি’ (Pakkaki Ottigilite)ৰ বাবে তেওঁক সৰস্বতী সন্মানেৰে সন্মানিত কৰা হয়।৩

কৰ্মজীৱন

কে শিৱ ৰেড্ডী হায়দৰাবাদৰ বিবেক বৰ্ধিনী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ আছিল আৰু তেওঁ তাত পঁয়ত্ৰিশ বছৰ ইংৰাজী পঢ়াইছিল। তেওঁ আফ্ৰিকান আৰু ইউৰোপীয় কবিতা তেলেগুলৈ অনুবাদ কৰিছে।

গ্ৰন্থপঞ্জী

স্বীকৃতি

তথ্যসূত্ৰ

  1. ↑ sahitya-akademi.gov.in-Telugu
  2. ↑ K. Siva Reddy. Poetry International Rotterdam
  3. ↑ K Siva Reddy to get Saraswati Samman. Hindustan Times, New Delhi
  4. ↑ Bibliography
  5. ↑ prakritifoundation.com

সম্পৰ্কিত শ্ৰেণী

সাহিত্যিকসৰস্বতী সন্মান বিজয়ীতেলুগু ব্যক্তিকবি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কে শিৱ ৰেড্ডী” প্ৰবন্ধৰ সংশোধন ৫৫৭৫৩৩ (২৬ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।