ৰাষ্ট্ৰীয় উদ্যানসমূহ
| ক্ৰমিক নং | চিত্ৰ | ৰাষ্ট্ৰীয় উদ্যান | অৱস্থিতি | মাটিকালি (বৰ্গ কিঃমিঃ) | প্ৰাপ্য জীৱ-জন্তু/ আন আকৰ্ষণ |
| ১ | | কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান | গোলাঘাট জিলা, নগাঁও | ১০৯০ বৰ্গ কিঃমিঃ১ | গঁড়, বাঘ, বনৰীয়া ম'হ, হলৌ বান্দৰ, হাতী, বৰা, শিহু |
| ২ |  | ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান | তিনিচুকীয়া জিলা, ডিব্ৰুগড় | ৩৪০ বৰ্গ কিঃমিঃ | অন্য ঘৰচীয়া ঘোঁৰা, বনৰীয়া ম'হ |
| ৩ |  | ওৰাং ৰাষ্ট্ৰীয় উদ্যান | দৰং জিলা, শোণিতপুৰ জিলা | ৭৮.৮১ বৰ্গ কিঃমিঃ | গঁড়, বাঘ, হাতী |
| ৪ |  | মানস ৰাষ্ট্ৰীয় উদ্যান | বাক্সা জিলা | ৯৫০ বৰ্গ কিঃমিঃ | বাঘ, বনৰীয়া ম'হ, সোণালী বান্দৰ, নল গাহৰি, গঁড় |
| ৫ |  | নামেৰি ৰাষ্ট্ৰীয় উদ্যান | শোণিতপুৰ জিলা | ২০০ বৰ্গ কিঃমিঃ | বাঘ, ধনেশ, দেওহাঁহ, সোণালী মহাচিৰ (মাছ) |
| ৬ |  | দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান | ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা | ২৩৪.২৬ বৰ্গ কিঃমিঃ | হাতী, বাঘ, হলৌ বান্দৰ, দেওহাঁহ, ধনেশ |
| ৭ |  | ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান | কোকৰাঝাৰ | ৪২২ বৰ্গ কিঃমিঃ | সোণালী বান্দৰ, হাতী, নাহৰফুটুকী বাঘ, বনৰীয়া ম'হ, ফুটুকী হৰিণ, ধনেশ |
| ৭ |  | শিখনা জৌলাও ৰাষ্ট্ৰীয় উদ্যান | কোকৰাঝাৰ আৰু চিৰাং | ৩১৬.২৯ বৰ্গ কিঃমিঃ | সোণালী বান্দৰ, হাতী, ঢেঁকীয়াপতীয়া বাঘ, পখিলা |
অভয়াৰণ্যসমূহ
| ক্ৰমিক নং | চিত্ৰ | অভয়াৰণ্য | অৱস্থিতি | মাটিকালি (বৰ্গ কিঃমিঃ) | প্ৰাপ্য জীৱ-জন্তু/ আন আকৰ্ষণ |
| ১ |  | পবিতৰা অভয়াৰণ্য | মৰিগাঁও জিলা | ৩৮.৮০ | গঁড়, নাহৰ ফুটুকী, হুগৰি পহু, বিভিন্ন প্ৰকাৰৰ মাছ |
| ২ | | ভেঁৰজান-বৰাজান-পদুমনি অভয়াৰণ্য | তিনিচুকীয়া জিলা | ৭.২২ | হলৌ বান্দৰ, নাহৰ ফুটুকী, টুপীয়া বান্দৰ |
| ৩ | | পানী দিহিং অভয়াৰণ্য | শিৱসাগৰ জিলা | ৩৩.৯৩ | হাতী, পৰিভ্ৰমী চৰাই |
| ৪ | | হোলোঙাপাৰ গিবন অভয়াৰণ্য | যোৰহাট জিলা | ২০.৯৮ | হলৌ বান্দৰ, হাতী, বান্দৰ |
| ৫ | | নামবৰ অভয়াৰণ্য | গোলাঘাট জিলা, কাৰ্বি আংলং জিলা | ৩৭ | শৰপহু, হাতী, হলৌ বান্দৰ, বাঘ |
| ৬ | | গৰমপানী অভয়াৰণ্য | গোলাঘাট জিলা, কাৰ্বি আংলং জিলা | ৬.৩৫ | হাতী, অৰ্কিড, গৰম পানীৰ উঁহ (উষ্ণ প্ৰস্ৰৱন) |
| ৭ | | নামবৰ-দৈগ্ৰুং অভয়াৰণ্য | গোলাঘাট জিলা, কাৰ্বি আংলং জিলা | ৯৭.১৫২ | শৰপহু, হাতী, হলৌ বান্দৰ |
| ৮ | | পূব কাৰ্বি আংলং অভয়াৰণ্য | কাৰ্বি আংলং জিলা | ২২২ | শৰপহু, হাতী, হলৌ বান্দৰ, বাঘ |
| ৯ | | সোণাই-ৰূপাই অভয়াৰণ্য | শোণিতপুৰ জিলা | ২৩০ | শৰপহু, হাতী, দেওঁহাঁহ, বাঘ |
| ১০ | | বৰনদী অভয়াৰণ্য | বাক্সা জিলা, ওদালগুৰি জিলা | ২৬.২২ | নল গাহৰি, বনৰৌ, হাতী, কেটেলা পহু |
| ১১ | | চক্ৰশিলা অভয়াৰণ্য | ধুবুৰী জিলা | ৪৫.৫০ | সোণালী বান্দৰ, শৰ, হৰিণা |
| ১২ | | আমচোং অভয়াৰণ্য | কামৰূপ মহানগৰ জিলা | ৭৮.৬৪ | হাতী, শৰ, হলৌ বান্দৰ, নাহৰ ফুটুকী |
| ১৩ | | লাওখোৱা অভয়াৰণ্য | নগাঁও জিলা | ৭০.১৩ | হাতী, বাঘ, বনৰীয়া ম'হ |
| ১৪ | | বুঢ়া চাপৰি অভয়াৰণ্য | শোণিতপুৰ জিলা | ৪৪.০৬ | হাতী, বাঘ, বনৰীয়া ম'হ |
| ১৫ | | মাৰাট লংৰি অভয়াৰণ্য | কাৰ্বি আংলং জিলা | ৪৫১.০০ | বাঘ, নাহৰ ফুটুকী, হাতী, হলৌ বান্দৰ, জহামল, হুগৰি পহু, শৰপহু |
| ১৬ | | বৰাইল অভয়াৰণ্য | ডিমা হাছাও জিলা | ৩২৬.২৫ | ভালুক, হলৌ বান্দৰ, অৰ্কিড |
প্ৰস্তাৱিত অভয়াৰণ্যসমূহ
পক্ষী উদ্যানসমূহ
তথ্য সংগ্ৰহ
- A Glimpse of National Parks...... Director, Forest Communnication, Forest Dept. Assam 2006