উত্তৰ-পূব ভাৰতৰ অসমৰ সংগীতসমূহ হ’ল মূলতঃ থলুৱা লোক সংগীত আৰু ভক্তিমূলক গীত। অসমৰ সংগীতসমূহক ইয়াৰ স্বকীয় বৈশিষ্ট্যৰ বাবে ভাৰতৰ বাকী অংশৰ সংগীতসমূহৰ পৰা পৃথক কৰি চিনিব পাৰি। এই সংগীতসমূহত দাঁতি-কাষৰীয়া পাহাৰীয়া ৰাজ্য আৰু চুবুৰীয়া দেশ ম্যানমাৰ, থাইলেণ্ড আৰু চীন আদি দেশৰো প্ৰভাৱ দেখা যায়।
বিবিধ প্ৰকাৰৰ সংগীতসমূহ
অসমৰ জনসংখ্যাৰ বিবিধতা অনুসৰি লোকসংগীতৰো ততোধিক ভিন্নতা আছে। প্ৰত্যেক ধৰণৰ লোকসংগীততে প্ৰায়েই অন্যান্য এক বা ততোধিক সংগীতৰ প্ৰভাৱ দেখা যায়। বিভিন্ন প্ৰকাৰৰ লোকসংগীতসমূহৰ হ'ল —
- অপেচৰী সবাহৰ গীত
- অসমৰ জাতীয় গীত
- আইনাম
- ওজাপালি
- ঐনিতম
- কামৰূপী লোকগীত
- গৰখীয়া গীত
- গোৱালপাৰীয়া লোকগীত
- চ'ৰে পূজাৰ গীত
- চিয়াগীত
- জন্মাষ্টমী
- জ্যোতি সংগীত
- জাৰী
- জিকিৰ
- ঝালিমাটিৰ গান
- ঝুমুৰ
- টোকাৰী গীত
- দিহানাম
- দেহ বিচাৰ গীত
- ধাইনাম
- নাগাৰা নাম/নেগেৰা নাম
- নাহৰৰ গীত
- নিচুকনি গীত
- নৈদানিক মালিতা
- ফুলকোঁৱৰ-মণিকোঁৱৰৰ গীত
- বদন বৰফুকনৰ গীত
- বনঘোষা/বনগীত
- বাম্বোলপিটা গীত
- বৰগীত
- বৰফুকনৰ গীত
- বাৰমাহী গীত
- বিয়া নাম
- বিহুগীত
- ভটিমা
- ভাৰীগান১
- ভূপেন্দ্ৰ সংগীত
- ভেকুলী বিয়া
- মহো-হো গীত
- ৰসী গাহেন
- লক্ষ্মীপূজাৰ নাম
- হাইদাং গীত
- হিড়া নাম
- হুঁচৰি২
- হুদুম গীত
- হোলীগীত
অসমৰ সংগীতজ্ঞসকল
- শংকৰদেৱ
- পাৰ্ৱতি প্ৰসাদ বৰুৱা
- ৰুদ্ৰ বৰুৱা
- জ্যোতিপ্ৰসাদ আগৰৱালা
- বিষ্ণুপ্ৰসাদ ৰাভা
- ভূপেন হাজৰিকা
- জয়ন্ত হাজৰিকা
- ৰমেন বৰুৱা
- জুবিন গাৰ্গ
লগতে চাওক
গ্ৰন্থপঞ্জী
- Phukan, Mitra (2003) Musical Identity and being an Assamese, Shruti, October 2003 .
বাহ্যিক সংযোগ
- assamesesongs.org, a pay-site with popular music from Assam.
- Rupaliparda.com, a free resource for current happenings in assamese entertainment world.
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমৰ সংগীত” প্ৰবন্ধৰ সংশোধন ৬২৫৩৫০ (৮ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।