অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

নাহৰৰ গীত

নাহৰৰ গীত হৈছে অসমৰ প্ৰাচীন বুৰঞ্জীমূলক এক শ্ৰেণীৰ জনপ্ৰিয় কাহিনী গীত। আহোম স্বৰ্গদেউ চুকাফাৰ ৰাণী কাঞ্চনীৰ লগত নাহৰ নামৰ ডেকা এজনৰ গোপন প্ৰণয়েই এই গীতৰ ঘাই উপজীব্য। নাহৰৰ কৰুণ কাহিনীক লৈ নাহৰ-চেনামুৱাৰ গীত ৰচিত হ'ল।

হালনাগাদ: ১ এপ্ৰিল ২০২৪ ৫১ শব্দ · ১ মিনিট সংগৃহীত ৫৫
সংশোধনৰ পৰামৰ্শ

নাহৰৰ গীত হৈছে অসমৰ প্ৰাচীন বুৰঞ্জীমূলক এক শ্ৰেণীৰ জনপ্ৰিয় কাহিনী গীত। আহোম স্বৰ্গদেউ চুকাফাৰ ৰাণী কাঞ্চনীৰ লগত নাহৰ নামৰ ডেকা এজনৰ গোপন প্ৰণয়েই এই গীতৰ ঘাই উপজীব্য। নাহৰৰ কৰুণ কাহিনীক লৈ নাহৰ-চেনামুৱাৰ গীত ৰচিত হ'ল। নাহৰৰ গীত প্ৰাচীনতম কাৰণ নাহৰ ডেকা খোৰাৰাজাৰ (১৫৫২ চনৰ পৰা ১৬০৩) কুঁৱৰী এগৰাকীৰ তোলনীয়া ল'ৰা আছিল।

সম্পৰ্কিত শ্ৰেণী

অসমৰ সংগীত

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাহৰৰ গীত” প্ৰবন্ধৰ সংশোধন ৪১৬৫৭২ (১ এপ্ৰিল ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।