অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

নৱেম্বৰ

নৱেম্বৰ গ্ৰেগৰীয় বৰ্ষপঞ্জী বা খ্ৰীষ্টিয় বৰ্ষপঞ্জী অনুসৰি বছৰৰ একাদশ মাহ। এই মাহত মুঠ ৩০ দিন।

হালনাগাদ: ২৪ এপ্ৰিল ২০২৩ ৩৫ শব্দ · ১ মিনিট সংগৃহীত ৬৪
সংশোধনৰ পৰামৰ্শ

নৱেম্বৰ গ্ৰেগৰিয়ান বৰ্ষপঞ্জী বা খ্ৰীষ্টিয় বৰ্ষপঞ্জী অনুসৰি বছৰৰ একাদশ মাহ। এই মাহত মুঠ ৩০ দিন।

নামকৰণ

জানুৱাৰী আৰু ফেব্ৰুৱাৰী সংযোজনৰ আগতে নৱেম্বৰ মাহটো নৱম মাহ আছিল। নৱেম্বৰ মাহটো নামৰ উৎপত্তি হয় লেটিন novem অৰ্থাৎ নৱমৰ পৰা।

সম্পৰ্কিত শ্ৰেণী

ইংৰাজী মাহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নৱেম্বৰ” প্ৰবন্ধৰ সংশোধন ৩৫৫৪৮৯ (২৪ এপ্ৰিল ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।