অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

জুলাই

জুলাই গ্ৰেগৰীয় বৰ্ষপঞ্জী বা খ্ৰীষ্টিয় বৰ্ষপঞ্জী অনুসৰি বছৰৰ সপ্তম মাহ। এই মাহত মুঠ ৩১ দিন।

হালনাগাদ: ১৭ মে’ ২০২৫ ৪৪ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

জুলাই গ্ৰেগৰিয়ান বৰ্ষপঞ্জী বা খ্ৰীষ্টিয় বৰ্ষপঞ্জী অনুসৰি বছৰৰ সপ্তম মাহ। এই মাহত মুঠ ৩১ দিন।

নামকৰণ

ৰোমান সেনাপতি জুলিয়াছ চিজাৰ এই মাহত জন্মগ্ৰহণ কৰিছিল। সেয়ে তেওঁৰ নামানুসাৰে এই মাহৰ নাম জুলাই ৰখা হৈছে।

প্ৰতীক

জুলাই মাহৰ জন্মশিল হৈছে ৰুবি, যি সন্তুষ্টিৰ প্ৰতীক।
জুলাই মাহৰ জন্মশিল হৈছে ৰুবি, যি সন্তুষ্টিৰ প্ৰতীক।ছবি: Humanfeather · CC BY 3.0
নীলা ডেলফিনিয়াম
নীলা ডেলফিনিয়ামছবি: Pacific Southwest Region USFWS from Sacramento, US · Public domain
ইয়াৰ জন্মৰ ফুল হ'ল লাৰ্কস্পাৰ আৰু জলশেৱালি৷
ইয়াৰ জন্মৰ ফুল হ'ল লাৰ্কস্পাৰ আৰু জলশেৱালি৷ছবি: Jacek Halicki · CC BY-SA 4.0

ৰাশিবোৰ হ’ল কৰ্কট ৰাশি (২২ জুলাইলৈকে) আৰু সিংহ ৰাশি (২৩ জুলাইৰ পৰা)।১২

তথ্যসূত্ৰ

  1. ↑ The Earth passed the junction of the signs at 08:36 UT/GMT July 22, 2020, and will pass it again at 14:26 UT/GMT July 22, 2021
  2. ↑ Astrology Calendar. yourzodiacsign. Signs in UT/GMT for 1950–2030

সম্পৰ্কিত শ্ৰেণী

ইংৰাজী মাহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জুলাই” প্ৰবন্ধৰ সংশোধন ৫০৯৬৪৫ (১৭ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।