২০১৯ − ২০২০ চনৰ ক'ৰ'ণা ভাইৰাছৰ বিশ্বমাৰীৰ প্ৰথম ঘটনা ভাৰতত ৩০ জানুৱাৰী ২০২০ ত হৈছিল, ই চীনৰ পৰা আৰম্ভ হৈছিল। ১৩ এপ্ৰিল ২০২০ পৰ্যন্ত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে দেশত মুঠ ৯,১৫২টা সংক্ৰমণ, ৮৫৭জন আৰোগ্য, ১টা প্ৰৱজন আৰু ৩০৮জন মৃত্যু হোৱাৰ তথ্য নিশ্চিত কৰিছে।
মহামাৰীটো দিল্লী,১ হাৰিয়ানা,২ কৰ্ণাটক,৩ মহাৰাষ্ট্ৰ৪ গুজৰাট,৫ আৰু উত্তৰ প্ৰদেশ৬ ইত্যাদি এক ডজনতকৈও অধিক ৰাজ্য আৰু কেন্দ্ৰশাসিত অঞ্চলত গুৰুতৰ ৰূপ ধাৰণ কৰিছে, সেই অঞ্চলসমূহত মহামাৰী ৰোগ আইন, ১৮৯৭ ৰ বিধানসমূহ আহ্বান কৰা হৈছে। বহু শিক্ষাপ্ৰতিষ্ঠান আৰু বাণিজ্যিক প্ৰতিষ্ঠান বন্ধ কৰি দিয়া হৈছে। বেছিভাগক্ষেত্ৰতে এই ভাইৰাছ সংক্ৰমণ নিশ্চিত হোৱাৰ ঘটনা অন্যান্য দেশৰ সৈতে সংযুক্ত থকাৰ বাবে ভাৰতভত সকলো পৰ্যটন ভিছা স্থগিত ৰখা হৈছে।৭২৩খন ৰাজ্য আৰু সাতটা কেন্দ্ৰশাসিত অঞ্চল অন্তৰ্ভুক্ত ৫৪৮খন জিলা সম্পূৰ্ণৰূপে লকডাউন বা অৱৰুদ্ধকৰণৰ অধীনত আছে।৮
২০২০ চনৰ ২২ মাৰ্চ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশত ভাৰতত ১৪ ঘণ্টা স্বেচ্ছাসেৱামূলক জনতা সান্ধ্য আইন পালন কৰিছে। যিবোৰ অঞ্চলত ক’ভিড-১৯ সংক্ৰমণ ঘটিছে সেই ৭৫খন জিলাৰ কাষৰ সকলে ডাঙৰ চহৰবোৰতো চৰকাৰে অৱৰুদ্ধকৰণ বা লকডাউন কৰি দিছে।৯১০ পিছত, ২৪ মাৰ্চত প্ৰধানমন্ত্ৰীয়ে ১৩০ কোটি জনসংখ্যা সমৃদ্ধ সমগ্ৰ ভাৰতে ২১ দিনৰ বাবে লকডাউনৰ নিৰ্দেশ দিয়ে।১১
বিশ্ব স্বাস্থ্য সংস্থাৰ কাৰ্যবাহী পৰিচালক মাইকেল ৰায়ানে কৈছে যে ক’ৰ’ণাভাইৰাছ প্ৰাদুৰ্ভাৱৰ সন্মুখীন হবলৈ ভাৰতৰ "অভাবনীয় ক্ষমতা" আছে আৰু বিশ্বৰ দ্বিতীয় সৰ্বাধিক জনবহুল দেশ হিচাপে বিশ্বত এই ক্ষমতাই বিশাল প্ৰভাৱ পেলাব।১২
সময়ৰেখা
জানুৱাৰী
- ৩০ জানুৱাৰী, দেশৰ প্ৰথম সংক্ৰমণৰ ঘটনা উহান বিশ্ববিদ্যালয় পৰা কেৰালালৈ উভতি অহা এজন শিক্ষাৰ্থীৰ দেহত ধৰা পৰিছিল।১৩
ফেব্ৰুৱাৰী
- ২ ফেব্ৰুৱাৰী, কেৰালাত দ্বিতীয়টো সংক্ৰমণৰ ঘটনা নিশ্চিত হৈছিল; আক্ৰান্ত ভাৰত আৰু চীনৰ মাজত নিয়মিত ভ্ৰমণকাৰী এক ব্যক্তি আছিল।১৩
- ৩ ফেব্ৰুৱাৰী, কেৰালাৰ কাছাৰগড়ত তৃতীয়টো ঘটনা ঘটিছিল। ৰোগী উহান পৰা ওভটি আহিছিল। উপৰোক্ত তিনিজনেই বৰ্তমান সংক্ৰমণ পৰা আৰোগ্য হৈ উঠিছে।১৪
মাৰ্চ
মাৰ্চ ১–১৫
- ২ মাৰ্চ, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীয়ে আৰু দুটি নিশ্চিত সংক্ৰমণৰ খবৰ দিয়ে: দিল্লীৰ এজন ৪৫ বছৰ বয়সীয়া ব্যক্তি, তেওঁ ইটালীৰ পৰা ওভটি আহিছিল আৰু হায়দৰাবাদত এজন ২৪-বছৰ বয়সীয়ায়া অভিযন্তা তেওঁ সংযুক্ত আৰব আমিৰাতলৈ ভ্ৰমণ কৰিছিল।১৫১৬ ইয়াৰোপৰি, জয়পুৰত এজন ইটালিয়ান নাগৰিক, তেওঁৰ আগেয়ে ঋণাত্মক বুলি পৰীক্ষিত আছিল, পিছত তেওঁ ক'ৰ'ন ভাইৰাছ ধনাত্মক বুলি নিশ্চিত হয, এনেদৰে দেশত মুঠ ছটা নিশ্চিত সংক্ৰমণৰ ঘটনা পোহৰলৈ আহে।১৭ বেংগলুৰুৰ পৰা অহা সহযাত্ৰী সহ হায়দৰাবাদৰ ব্যক্তি জনৰ সৈতে যোগাযোগ কৰা ৮৮ জনক চৰকাৰে সন্ধান কৰে আৰু এইসকলৰ ওপৰত নজৰ ৰখাৰ ব্যৱস্থা কৰা হয়।১৮ তেলেংগানা চৰকাৰৰ কৰ্মকৰ্তই জনায় যে হায়দৰাবাদৰ ইঞ্জিনিয়াৰ জনৰ সংস্পৰ্শলৈ অহা ৩জন ব্যক্তিৰ ক’ৰ’ণা ভাইৰাছৰ লক্ষণ দেখা গৈছে।১৯ বেংগলুৰুৰ ইণ্টেলৰ এজন কৰ্মচাৰী তেওঁৰ সংস্পৰ্শলৈ আহিছিল, তেওঁক আছুতিয়াকৈ ৰখা হৈছিল।২০ এয়াৰ ইণ্ডিয়াৰ বিমানেৰ ১৫জন ক্ৰু সদস্য, যিসকলে দিল্লীৰ লোকজনক ভিয়েনাৰ পৰা লৈ আনিছিল, ১৪ দিনৰ বাবে তেওঁলোকক সাধাৰণ লোকৰ পৰা আঁতৰাই ৰখা হৈছিল,২১ আগ্ৰাৰ থকা তেওঁৰ পৰিয়ালৰ ছজন সদস্যকো আছুতিয়াকৈ ৰখা হৈছিল।২২ ২৮ ফেব্ৰুৱাৰীত দিল্লীৰ যিখন ৰেস্তোঁৰাত তেওঁ খাইছিল তাৰ কৰ্মীসকলকো দুই সপ্তাহৰ বাবে নিজৰ ঘৰতে পৃথককৈ থাকিবলৈ কোৱা হৈছিল,২৩ আৰু নইডাৰ দুখন স্কুল যাৰ ছাত্ৰ তেওঁৰ সন্তানৰ জন্মদিনৰ অনুষ্ঠানত অংশ লৈছিল সেই স্কুল দুখনো এক সপ্তাহৰ বাবে বন্ধ কৰা হৈছিল।২৪
- ৩ মাৰ্চ, জয়পুৰে ইটালীৰ পৰ্যটকৰ স্ত্ৰীও এই ভাইৰাছ সংক্ৰমণ পৰীক্ষাত ধনাত্মক পোৱা য়ায় আৰু নমুনাবোৰ নিশ্চিত কৰাৰ বাবে পুনেলৈ পঠিওৱা হয়।২৫ দক্ষিণ দিল্লীৰ এখন হোটেলত বসবাসকাৰী মুঠ ২৪ জনক (২১জন ইটালীৰ আৰু ৩জন ভাৰতীয়) পৰীক্ষাৰ বাবে আইটিবিপি কেম্পলৈ স্থানান্তৰিত কৰা হৈছিল।২৬
- অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান সংস্থান, দিল্লীৰ এক ঘোষণা মতে, ৪ মাৰ্চত, জয়পুৰৰ ইটালীয় পৰ্যটকৰ স্ত্ৰী সহ ১৫জন (১৪জন ইটালীয় আৰু ১জন ভাৰতীয়) কৰনাভাইৰাছৰ বাবে ধনাত্মক পৰীক্ষিত হৈছে; ১৪জন ইটালীয়ানকে গুৰুগ্ৰামত পৃথককৈ ৰখা হৈছে।২৭ দিল্লী ঘটনাত সংক্ৰমিত ব্যক্তিৰ, আগ্ৰাৰ বসবাসকাৰী পৰিয়ালৰ ছজন সদস্যয়ো ভাইৰাছত আক্ৰান্ত হোৱাৰ কথা নিশ্চিত হৈছে।২৮ ইটালিত ছুটি কটাই অহা দিল্লীবাসী গুড়গাঁৱৰ পেটিএমৰ এজন কৰ্মচাৰী এই ভাইৰাছৰ পৰীক্ষাত ধনাত্মক আহিছে।২৯ ৪৪৯জন যাত্ৰী কোচিত পৰীক্ষিত হৈছে যি ইটালীৰ লাক্সাৰি ক্ৰুজ জাহাজ 'কোষ্টা ভিক্টোৰিয়া'ত উঠিছিল।৩০
- ৫ মাৰ্চ, গাজিয়াবাদত মধ্যবয়সীয়া এজন ব্যক্তি যি ইৰান ভ্ৰমণ কৰিছিল ভাইৰাছ সংক্ৰমণ পৰীক্ষাত পজিটিভ হৈছে।৩১ অন্যান্য দেশৰ পৰা অহা ১,২০০ৰো অধিক লোক কলকাতাত পৃথককৈ ৰখা হৈছে।৩২
- ৬ মাৰ্চ মালয়েছিয়া আৰু থাইলেণ্ড ভ্ৰমণকাৰী পশ্চিম দিল্লীৰ এজন বাসিন্দা ভাইৰাছত বুলি আক্ৰান্ত পৰীক্ষিত হৈছে।৩৩
- ৭ মাৰ্চ, জম্মুৰ এজন ব্যক্তি, তেওঁ ইৰান আৰু দক্ষিণ কোৰিয়া ভ্ৰমণ কৰিছিল,৩৪ আৰু হোছিয়াৰপু্ৰৰ দুজন যি ইটালী ভ্ৰমণ কৰিছিল প্ৰাথমিক পৰীক্ষাত ধনাত্মক পোৱা গৈছিল, পুনে পৰা নিশ্চয়তাৰ অপেক্ষাত আছে।৩৫ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰনালয়ে ৭ মাৰ্চত আৰু তিনিটা ভাইৰাছ আক্ৰান্তৰ ঘটনা ৰিপোৰ্ট কৰিছিল- লাদাখৰ দুজন যি ইৰান ভ্ৰমণ কৰিছিল আৰু তামিলনাড়ুৰ এজন যি ওমানলৈ গেছিল।৩৬ তামিলনাড়ুত ক'ভিড -১৯ ৰ একাকী ৰোগী পিছত ১০ মাৰ্চত নেগেটিভ পৰীক্ষিত হৈছে যাৰ ফলত সেই ৰাজ্যত কোনো নতুন ঘটনা এতিয়ালৈকে নাই।৩৭ ভুটানত ধনাত্মক পৰীক্ষিত এজন আমেৰিকান পৰ্যটক অসমত সতৰ্কতা জগাইছিল, তেওঁ দেশ এৰাৰ আগেয়ে অসমৰ বহু কেইখন ঠাই পৰিদৰ্শন কৰিছিল বুলি জনা গৈছে।৩৮
- ৮ মাৰ্চ, কেৰালাৰ পত্তনমতিট্টাত একে পৰিয়ালৰ পাঁচ জনৰ ভাইৰাছৰ পৰীক্ষা ধনাত্মক পোৱা গৈছে। সেইকলৰ ভিতৰত তিনজন ইটালি গৈছিল আৰু অন্য দুজন সেই তিনিজন আক্ৰান্তৰ সৈতে যোগাযোগৰ ফলত আক্ৰান্ত হৈছিল।৩৯
- ৯ মাৰ্চ, তিনি বছৰ বয়সীয়া, যি দুদিন আগে ইটালি পৰা ওভটি আহিছিল, ৰ্নাকুলামে ধনাত্মক পৰীক্ষিত হৈছিল; সন্তানৰ পিতৃ-মাতৃও সাবধানতা হিচাপে জনসমাজ পৰা পৃথককৈ আছিল। জম্মু আৰু কাশ্মীৰৰ ৬৩ বছৰ বয়সীয়া এগৰাকী মহিলা ইৰান গৈছিল, তেওঁ ভাইৰাছ আক্ৰান্ত হোৱাৰ বিষয়টি নিশ্চিত কৰা গৈছে।৪০ আগ্ৰাৰ এজন ব্যক্তি, যি কোনো সংক্ৰামিত ব্যক্তিৰ সংস্পৰ্শলৈ আহিছিল আৰু দিল্লীৰ আৰু এজন ব্যক্তি, দুয়োজনেই ভাইৰাছত আক্ৰান্ত হৈছিল।৪১ পঞ্জাবৰ হোশিয়াৰপুৰৰ দুজনৰ এজন সন্দেহজনক সংক্ৰমনৰ ধনাত্মক পৰীক্ষিত হৈছিল, আৰু এজন বেঙ্গালুৰুৰ প্ৰযুক্তিবিদ যি আমেৰিকা যুক্তৰাষ্ট্ৰলৈ গৈছিল তেওঁ সংক্ৰমনৰ ধনাত্মক পৰীক্ষিত হৈছিল।৪২] দিনৰ শেষত পুনেত এক দম্পতী যি ডুবাই ভ্ৰমণ কৰিছিল তেওঁলোকৰ ধনাত্মক পৰীক্ষিত হয়।৪৩
- ১০ মাৰ্চ, ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চৰ এক সংবাদ বিজ্ঞপ্তিত নিশ্চিত কৰা হৈছে যে সংক্ৰামিত বেঙ্গালুৰু টেকিৰ স্ত্ৰী আৰু সন্তান সহ কৰ্ণাটকৰ আৰু তিনিজন ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে।৪৪ কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে ৮ মাৰ্চত, কেৰালাৰ পত্তনমতিট্টায়ত ছটা নতুন সংক্ৰমণৰ কথা জনাইছে, এঁই সকলে এই চহৰ পৰা পূৰ্বে নিশ্চিত হোৱা পাঁচজনৰ সৈতে যোগাযোগত আছিল।৪৫ এই চহৰৰ আক্ৰান্ত দম্পতীৰ সংস্পৰ্শত অহা পুনেত আৰু তিনিজন ধনাত্মক পৰীক্ষিত হৈছে।৪৬ পিছত, ৰনাকুলামত আক্ৰান্ত তিনি বছৰৰ শিশুটিৰ পিতৃ-মাতৃ উভয়েই ধনাত্মক পৰীক্ষিত হৈছে।৪৭
- ১১ ই মাৰ্চ, জয়পুৰৰ এজন ৮৫ বছৰ বয়সীয়া ব্যক্তি ধনাত্মক পৰীক্ষিত হৈছিল তেওঁ ডুবাই গৈছিল।৪৮ মুম্বাইত দুজন ধনাত্মক পৰীক্ষিত হৈছিল, যি পূৰ্বে ধনাত্মক পৰীক্ষিত পুনেৰ ৰোগীসকলৰ ঘনিষ্ঠ আছিল।৪৯ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধব ঠাকৰে এক সংবাদ সম্মেলনত ভাষণ দিয়াৰ সময়ত নিশ্চিত কৰে যে ৰাজ্যত মুঠ ১০জন ধনাত্মক পৰীক্ষিত হৈছিল, যাৰ ভিতৰত পুনেৰ পৰা ৮জন আৰু মুম্বাইৰ ২জন আছে। পিছত ৪৫ বছৰ বয়সীয়া এজন ব্যক্তি যি আমেৰিকা যুক্তৰাষ্ট্ৰ পৰা ওভটি আহিছিল, নাগপুৰত ধনাত্মক পৰীক্ষিত হৈছিল আৰু মহাৰাষ্ট্ৰত তেওঁক ধৰি মুঠ সংখ্যা ১১ জনলৈ বৃদ্ধি পায়।৫০
- ১২ মাৰ্চ ভাৰত, COVID -১৯ত প্ৰথম মৃত্যু হয় ৭৬ বছৰ বয়সীয়া এজন ব্যক্তি। কৰ্ণাটকৰ গুলবৰ্গাত বসববাকৰা এই ব্যক্তিজন চৌদি আৰবলৈ গৈছিল। ১০ মাৰ্চত তেওঁৰ মৃত্যু হয়, আৰু পিছত তেওঁৰ নমুনা ধনাত্মক পৰীক্ষিত হয়।৫১ উত্তৰপ্ৰদেশৰ নয়ডাত এজন পৰ্যটক গাইড এদল ইটালীয় পৰ্যটকৰ সংস্পৰ্শলৈ আহিছিল, তেওঁ ধনাত্মক পৰীক্ষিত হয়।৫২ পিছত, কানাডাৰ এগৰাকী মহিলা উত্তৰপ্ৰদেশৰ লক্ষ্ণৌত ধনাত্মক পৰীক্ষিত হয়। তেওঁ স্বামীৰ সৈতে ভ্ৰমণ কৰিছিল তেওঁকো পৃথকে ৰখা হৈছিল।৫৩ পশ্চিম দিল্লীৰ এজন ৬৯ বছৰ বয়সীয়া মহিলা ধনাত্মক পৰীক্ষিত হয়, আৰু আশংকা কৰা হয় যে সংক্ৰমণ, তেওঁৰ ৪৬ বছৰ বয়সীয়া পুত্ৰৰ পৰা সঞ্চাৰিত হৈছিল, তেওঁ জাপান, ইটালি আৰু চুইজাৰলেণ্ডৰ জেনেভা ভ্ৰমণ কৰিছিল। তেওঁৰ পৰিয়ালৰ ৮ জনৰ কোনো লক্ষণ দেখা দিয়া নাই।৫৪৫৫ অন্ধ্ৰপ্ৰদেশৰ প্ৰথম সংক্ৰমণৰ কথা পোহৰলৈ আহে, ইটালিৰ পৰা ওভটি অহা এজন ব্যক্তি ধনাত্মক পৰীক্ষিত হয়। তেওঁৰ সৈতে যি পাঁচজন সংস্পৰ্শলৈ আহিছিল তেওঁলোকক জনসাধাৰণৰ পৰা পৃথক কৰা হৈছিল।৫৬
- ১৩ মাৰ্চ, দেশৰ এই সংক্ৰমণৰ দ্বিতীয় মৃত্যু হৈছিল, দিল্লীৰ ৬৯ বছৰ বয়সীয়া মহিলা মৃত্যু গৈছিল।৫৫ বেঙ্গালুৰুত গুগলৰ এক কৰ্মচাৰী, তেওঁ গ্ৰীছ ভ্ৰমণৰ পৰা ওভটি আহিআছিল, ধনাত্মক পৰীক্ষিত হয়; তেওঁৰ সহকৰ্মীলকলক পৃথক কৰা হৈছিল।৫৭ পিছত, ডুবাই আৰু কাটাৰৰ পৰা ওভটি অহা কেৰালাৰ আৰু দুজন লোক ধনাত্মক পৰীক্ষিত হয়। ইয়াকে ধৰি সেই ৰাজ্যৰ COVID-১৯ মুঠ সংক্ৰমণৰ সংখ্যা ১৬ হয়।৫৮৫৯
- ১৪ মাৰ্চ মহাৰাষ্ট্ৰৰ ইয়াভট্মলত ডুবাইৰ পৰা ওভটি অহা দুজন ব্যক্তি, এজন থানৰ আৰ আনজন আহমেদনগৰৰ৬০ সংক্ৰমণত ধনাত্মক পৰীক্ষিত হয়। মূল মুম্বাইৰ এজন আৰু পাৰ্শ্ববৰ্তী স্থান কল্যাণ, কামোথে আৰু ভাসীৰ৬১ পৰা ধনাত্মক পৰীক্ষিত হয়। পিম্পৰি চিঞ্চওয়াড়ৰ পাচজন ধনাত্মক পৰীক্ষিত হয়৬২ ইটালি ভ্ৰমণ কৰা আৰু এজন ব্যক্তি হায়দ্ৰাবাদত দ্বিতীয় ধনাত্মক পৰীক্ষিত হয়।৬৩ জয়পুৰত বসবাসকাৰী স্পেইন ভ্ৰমণ কৰা এজন ব্যক্তি এই ভাইৰাছত ধনাত্মক পৰীক্ষিত হয়।৬৪
- ১৫ মাৰ্চ ৰাছিয়াৰ পৰা ওভটি অহা ঔৰংগাবাদৰ এগৰাকী ৫৯ বছৰ বয়সীয়া মহিলা ধনাত্মক পৰীক্ষিত হৈছিল৬৫ উত্তৰ প্ৰদেশ লক্ষ্ণৌত ১২তম সংক্ৰমণৰ কথা জনা গৈছে।৬৬ এজন যুক্তৰাজ্যৰ নাগৰিক আৰু বিদেশৰ পৰা ওভটি অহা এজন চিকিৎসক কেৰালাত ধনাত্মক পৰীক্ষিত হৈছিল।৬৭ তেলংগানাৰ তৃতীয় ঘটনা নেদাৰলেণ্ডৰ পৰা ওভটি অহা ব্যক্তিৰ ধনাত্মক পৰীক্ষিত হৈছে।৬৮ বনদপ্তৰ গবেষণা ইনষ্টিটিউটৰ এজন প্ৰশিক্ষাৰ্থী কৰ্মকৰ্তা, তেওঁ স্পেইন, ফিনলেণ্ড আৰু ৰাছিয়াৰ পৰা গবেষণা ভ্ৰমণ পৰা ওভটি আহিছিল আৰু উত্তৰাখণ্ডৰ প্ৰথম ধনাত্মক পৰীক্ষিত ব্যক্তি।৬৯ দেশৰ ভাইৰাছৰ সংক্ৰমণত মৃত প্ৰথম ব্যক্তিৰ কণ্যা কৰ্ণাটকৰ কালাবুৰাগিত ধনাত্মক পৰীক্ষিত হৈছে।৭০ ইটালিয়ান দম্পতী আৰু ডুবাইৰ পৰা ওভটি অহা ৰাজস্থানৰ ৮৫ বছৰ বয়স্ক জয়পুৰ অধিবাসী ভাইৰাছ সংক্ৰমণ পৰা সুস্থ হৈছে।৭১ পুনেৰ পৰা অহা ৩১ বছৰ বয়সীয়া এজন ব্যক্তি সম্প্ৰতি ডুবাই আৰু জাপান ভ্ৰমণ কৰিছিল, পিছত ধনাত্মক বুলি পৰীক্ষিত হৈছে।৭২
মাৰ্চ ১৬–৩১
- ১৬ মাৰ্চ, ভুবনেশ্বৰৰ, ইটালী পৰা উভতি অহা উৰিষ্যাৰ এজন ৩১ বছৰীয়ায়া ব্যক্তি ক'ভিড১৯ সংক্ৰমণৰ ঘটনা কথা জনা যায়।৭৩ মহাৰাষ্ট্ৰত ক'ভিড১৯ সংক্ৰমণৰ চাৰটা নতুন ঘটনাৰ খবৰ পোৱা যায় - তিনিটা মুম্বাইৰ আৰু এটা নৱী মুম্বাইৰ।৭৪ ১ মাৰ্চত ডুবাইৰ পৰা উভতি অহা নজন সদস্যৰ দলত অংশ লোৱা এগৰাকী মহিলা মহাৰাষ্ট্ৰত ধনাত্মৰ বুলি পৰীক্ষিত হয়।৭৫ কেৰালাত আৰু ঘটনা ৰিপোৰ্ট কৰা হৈছে - দুটা মালাপ্পুৰমত আৰু এটা কাছাৰগড়ত।৭৬ কৰ্ণাটকৰ এজন ৩২ বছৰয়া ব্যক্তি, লণ্ডনৰ হিথ্ৰোৰ পৰা একে ফ্লাইটত মাইণ্ড ট্ৰিৰ ভাইৰাছ আক্ৰান্ত ব্যাক্তিৰ সৈতে উভতি আহিছিলে, তেওঁ ধনাত্মক পৰীক্ষিত হৈছে।৭৭
- ১৭ মাৰ্চ, মুম্বাইৰ এজন ৬৪ বছৰীয়া ব্যক্তি দেশৰ ভাইৰাছৰ চিকাৰ হয়।৭৮ ফ্ৰান্সৰ পৰা উভতি অহা দুজন ব্যক্তি নইডা ধনাত্মক পৰীক্ষিত হয়।৭৯ লাদাখত আৰু তিনটা ঘটনা পোৱা গৈছে - দুটা লেহৰ আৰু এটা কাৰ্গিল জিলাৰ।৮০ ই ৩ বছৰীয়া কণ্যা আৰু তাৰ পিতা-মাতা উভয়ই মুম্বাইয়ে ধনাত্মক পৰীক্ষিত হয়েছিলেন।৮১ পুডুচেৰিতে, ৬৮ বছৰীয়া এক মহিলা তেওঁ সংযুক্ত আৰব আমিৰাত ভ্ৰমণ কৰেছিলেন, ইই ছিল কেন্দ্ৰশাসিত অঞ্চলে প্ৰথম ৰিপোৰ্ট কৰা ঘটনা।৮২ কৰ্ণাটকেৰ কালাবুৰাগিতে, ৬৩ বছৰীয়া এজন চিকিৎসক, যিনি দেশৰ ভাইৰাছেৰ প্ৰথম মৃত ব্যক্তিৰ চিকিত্সা কৰেছিলেন,সেই ডাক্তাৰ ধনাত্মক পৰীক্ষিত হয়েছিলেন।৮৩নয়াদিল্লিতে আইটিবিপি পৃথক্কৰণ সুবিধাস্থলে ইটালি পৰা উভতি অহা পৃথকিকৃত দুই ব্যক্তি, ধনাত্মক পৰীক্ষিত হয়েছিলেন।৮৪ পশ্চিমবঙ্গে ক’ৰ’ণাৰ ভাইৰাছেৰ প্ৰথম ধনাত্মক ঘটনা জানা গৈছে। ভাইৰাছ আক্ৰান্ত ব্যক্তি সম্প্ৰতি ইংল্যাণ্ড পৰা ওভটি এসেছেন। ক’ৰ’ণাৰ লক্ষণবোৰৰ কাৰণে, তাকে চৰকাৰী হাসপাতলৰ ই পৃথক ওয়াৰ্ডে ৰাখা হয়েছিল।৮৫
- ১৮ মাৰ্চ, পচিশোৰ্ধ এজন কণ্যা, যে সম্প্ৰতি ফ্ৰান্স আৰু নেদাৰল্যাণ্ডস গিয়েছিল, সে পুনেতে ধনাত্মক পৰীক্ষিত হৈছে।৮৬ তেলেঙ্গানা, যুক্তৰাজ্য পৰা উভতি অহা এক ব্যক্তিৰ ধনাত্মক পৰীক্ষাৰ মাধ্যমে ৰাজ্যেৰ ষষ্ঠ ঘটনাটি ৰিপোৰ্ট কৰিছে।৮৭ নয়ডায় গৌতম বুদ্ধ নগৰ জিলাৰ এক ব্যক্তি যিনি ইন্দোনেশিয়া পৰা ওভটি আহিছিল তাৰো ধনাত্মক পৰীক্ষা হৈছে।৮৮কৰ্ণাটকেৰ আৰও দুটি ঘটনাৰ খবৰ পোৱা গৈছে, আমেৰিকা যুক্তৰাষ্ট্ৰ পৰা ওলটি অহা ৫৬ বছৰীয়া এক ব্যক্তি আৰু স্পেন পৰা ওলটি অহা ২৬ বছৰীয়া এক মহিলা। .৮৯ তামিলনাড়ুতে ভাইৰাছেৰ দ্বিতীয় ধনাত্মক ঘটনাটি জানা গৈছে যে নতুন দিল্লিৰ একজন ৰোগী ট্ৰেনেৰ মাধ্যমে চেন্নাই গিয়েছিলেন।৯০ৰাজস্থানে ঝুনঝুনুৰ এক দম্পতী আৰু তাদেৰ ২ বছৰৰ কণ্যাকে নিয়ে আৰও তিনটি সংক্ৰমণেৰ ঘটনা হৈছে, তৰা ইটালি পৰা ওভটিছিল।৯১
- ১৯ মাৰ্চ, পঞ্জাবৰ ৭২ বছৰীয়া এক ব্যক্তি যিনি জাৰ্মানী থেকে ইটালী হয়ে ফিৰে আহিছিল, তিনি দেশৰ ভাইৰাছ সংক্ৰমণেৰ চতুৰ্থ মৃত ব্যক্তি।৯২ চণ্ডীগড়ে যুক্তৰাজ্য পৰা উভতি অহা একজন ২৩ বছৰীয়া মহিলা ধনাত্মক পৰীক্ষিত হৈছে।৯৩ মুম্বইযাৰ দুই মহিলা - যুক্তৰাজ্য পৰা ওলটি অহা ২২ বছৰীয়া আৰু দুবাই পৰা ওলটি অহা উল্লাসনগৰৰ এক ৪৯ বছৰীয়া বাসিন্দা ধনাত্মক পৰীক্ষিত হৈছে।৯৪ ছত্তিশগড়ত সংক্ৰমণৰ প্ৰথম ঘটনাটো ঘটে যেতিয়া ৰায়পুৰৰ ২৩ বছৰীয়া এগৰাকী মহিলা যুক্তৰাজ্যৰ লণ্ডনৰ পৰা উভতি আহে।৯৫ উত্তৰপ্ৰদেশত আৰু দুজন লোক ধনাত্মক পৰীক্ষিত হৈছে - এজন লক্ষ্ণৌযাৰ আৰু আনজন লক্ষিমপুৰ খেৰি জিলাৰ।৯৬ কৰ্ণাটকৰ কোডাগু জিলাৰ এজন ব্যক্তি ধনাত্মক পৰীক্ষিত হৈছে।৯৭ আয়াৰল্যাণ্ড পৰা ওলটি অহা ২১ বছৰীয়া এক শিক্ষাৰ্থী তামিলনাড়ুতে ধনাত্মক পৰীক্ষিত হৈছে।৯৮ উত্তৰ প্ৰদেশৰ নয়ডায় একজন এইচচিএল কৰ্মচাৰী, যি আন্তৰ্জাতিক ভ্ৰমণ কৰি ওভটি আহিছিল, ধনাত্মক পৰীক্ষিত হৈছে।৯৯
- ২০ মাৰ্চ, লণ্ডনৰ পৰা ওলটি অহা বলিউড সংগীতশিল্পী, কণিকা কাপুৰ লক্ষ্ণৌত ধনাত্মক পৰীক্ষিত হৈছে।১০০ ৬৯ বছৰীয়া এক ইটালীয় ব্যক্তি যি আগে ক’ৰ’ণাভাইৰাছৰ পৰা সুস্থ হৈছিল, ৰাজস্থানত হৃদৰোগৰ বাবে মৃত্যু হয়।১০১ গুজৰাটত প্ৰথম দুটা ঘটনা ৰিপোৰ্ট কৰিছে, চুৰাট চহৰৰ এগৰাকী মহিলা যি নিউয়ৰ্ক মহানগৰৰ পৰা ওভটি আহিছিল আৰু ৰাজকোটৰ এক ব্যক্তি যি মক্কাৰ পৰা ওভটি আহিছিল, দুয়োজন ধনাত্মক পৰীক্ষিত হৈছে।১০২ তেলেঙ্গানাত দহটা নতুন ঘটনাৰ কথা পোহৰলৈ আহে, সাতজন ইণ্ডোনেছিয়, স্কটলেণ্ডৰ পৰা উভতি অহা এজন ২২ বছৰীয়া ব্যক্তি,১০৩ আৰু লণ্ডন পৰা ওলটি অহা দু'জন ব্যক্তিৰ পৰীক্ষা ধনাত্মক পোৱা গৈছে।১০৪ উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত আৰু চাৰিজন লোক ধনাত্মক পৰীক্ষিত হৈছে - যাৰ ভিতৰত তিনজন পূৰ্ব-সংক্ৰামিত চিকিৎসকৰ সৈতে সম্পৰ্কিত আৰু এজন উপসাগৰীয় অঞ্চলত ভ্ৰমণৰ ইতিহাস আছে।১০৫ তৃতীয় ঘটনাটো পঞ্জাবৰ মোহালিত প্ৰকাশিত হৈছে যত যুক্তৰাজ্যৰ পৰা ওলটি অহা ৬৮ বছৰীয়া মহিলা ধনাত্মক পৰীক্ষিত হৈছে।১০৬ পশ্চিমবঙ্গৰ কলকাতাত আৰু এজন ব্যক্তি ধনাত্মক পৰীক্ষিত হৈছে, তেওঁ যুক্তৰাজ্যৰ পৰা উভতি অহা এজন ২০ বছৰীয়া ব্যক্তি।১০৭ লণ্ডন ভ্ৰমণৰ ইতিহাস সহ তেলেঙ্গানাত এজনী ১৮ বছৰৰ কিশোৰী ধনাত্মক পৰীক্ষিত হৈছে।১০৮মহাৰাষ্ট্ৰত আৰু তিনটা সংক্ৰমণৰ খবৰ পোৱা গৈছে - মুম্বাই, পুনে আৰু পিম্পৰি চিঞ্চুৱাড়ত এজনকৈ।১০৯হিমাচল প্ৰদেশত ক’ৰ’ণা ভাইৰাছৰ দুজনৰ ক্ষেত্ৰত ধনাত্মক প্ৰমাণ পোৱা গৈছে।১১০১১১। কেৰালাত বাৰটা সংক্ৰমণৰ ঘটনা ধনাত্মক বুলি জনা গৈছে- ৫জন Ernakulamৰ পৰা, ৬জন কাছাৰগোড়ৰ পৰা আৰু এজন Palakkadৰ পৰা।১১২ৰাজস্থানৰ ভিলোৱাৰাত ছজন ধনাত্মক পোৱা গৈছে।১১৩ স্পেইনৰ পৰা ওলটি অহা এক দম্পতী জয়পুৰত ধনাত্মক পৰীক্ষিত হৈছে।১১৪
- ২১ মাৰ্চ, নইডাত চুপাৰটেক কেপটাউন ছছাইটিত এটা ঘটনা নিশ্চিত হৈছে।১১৫ পশ্চিমবঙ্গত স্কটলেণ্ড ভ্ৰমণৰ ইতিহাস থকা এগৰাকী মহিলাৰ সংক্ৰমণ সেই ৰাজ্যৰ তৃতীয় ঘটনা।১১৬ পঞ্জাবৰ ক’ৰ’ণাভাইৰাছ ধনাত্মক ক্ষেত্ৰত সংখ্যা ১৩ লৈ বৃদ্ধি হয়।১১৭ ৰাজস্থানত ছটা নতুন ঘটনাৰ খবৰ পোৱা গৈছে - ভিলোৱাৰাৰ পৰা পাঁচটা আৰু জয়পুৰৰ এটা।১১৮১১৯ কৰ্ণাটকত আৰু তিনিটা ধনাত্মক ঘটনা নিশ্চিত হৈছে।১২০১২১ তামিলনাড়ুত আৰু তিনিটা ধনাত্মক ঘটনা নিশ্চিত হৈছে।১২২১২৩
- ২২ মাৰ্চ, আৰু তিনিজনৰ মৃত্যু হয় - মুম্বাইৰ ৬৩ বছৰীয়া এজন ব্যক্তি১২৪, পাটনাৰ ৩৮ বছৰীয়া এজন ব্যক্তি১২৫ আৰু চুৰাটৰ ৬৪ বছৰীয়া এজন ব্যক্তি।১২৬ কৰ্ণাটকত, সাম্প্ৰতিক বিদেশ ভ্ৰমণৰ ইতিহাসসহ এজন ৩৩বছৰীয়া ব্যক্তি ধনাত্মক পৰীক্ষিত হৈছে।১২৭ মহাৰাষ্ট্ৰত আৰু দহজন ধনাত্মক পৰীক্ষিত হৈছে - ছটা মুম্বাইৰ আৰু পুনেৰ চাৰিটা, ইয়াৰ ভিতৰত পাঁচটা স্থানীয় সংক্ৰমণৰ মাধ্যমে সংক্ৰমিত হৈছিল আৰু অন্য পাঁচজনৰ বিদেশ ভ্ৰমণৰ ইতিহাস আছিল।১২৮ পঞ্জাবত আৰু সাতজনৰ সংক্ৰমণ নিশ্চিত হৈছে, এই সকল, পূৰ্ববৰ্তী সপ্তাহত ভাইৰাছ আক্ৰান্ত হোৱা পাথলাওয়া গাঁৱৰ ৭০ বছৰীয়া ব্যক্তিৰ সংস্পৰ্শলৈ আহিছিল।১২৯ গুজৰাটত আৰু চাৰিটা ঘটনাৰ খবৰ পোৱা গৈছে - দুটি আহমেদাবাদ আৰু গান্ধিনগৰ থেকে।১৩০তেলেঙ্গানাৰ, অন্ধ্ৰ প্ৰদেশৰ গুণ্টুৰ জিলাৰ ২৪ বছৰীয়া এজন ব্যক্তি ধনাত্মক পৰীক্ষিত হৈছে।১৩১ কৰ্ণাটকত আৰু ১৫জন ধনাত্মক পৰীক্ষিত হৈছে।১৩২ৰাজস্থানত তিনিটা নতুন ঘটনী হৈছে - ভিলোৱাৰা, ঝুনঝুনু আৰু যোধপুৰৰ প্ৰতিটো স্থানত এটাকৈ।১৩৩
- ২৩ মাৰ্চ কলকাতাৰ এজন ৫৫ বছৰীয়া ব্যক্তি আৰু হিমাচল প্ৰদেশৰ কাংৰা জিলাৰ তিব্বতি শৰণাৰ্থী ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হয়।১৩৪১৩৫ ফিলিপাইনৰ ৬৮ বছৰীয়া এজন ব্যক্তি ভাইৰাছৰ পৰা প্ৰাথমিক অবস্থাত সুস্থ হোৱাৰ পিছত মুম্বাইত মৃত্যু ঘটে।১৩৬কেৰালাত ২৮টা নতুন ঘটনাৰ খবৰ পোৱা গৈছে - কাছাৰগোদ জিলাৰ ১৯টা, কান্নুৰৰ পাঁচটা, পাঠামথিত্তৰ এটা, দুটা কৰ্ণাকুলামৰ আৰু এটি ত্ৰিসুৰৰ।১৩৭
- ২৪ মাৰ্চ, সংযুক্ত আৰব আমিৰাতৰ এজন ৬৫ বছৰীয়া ব্যক্তি মুম্বাইত মৃত্যু হৈছে, তেওঁ ভাৰতত ভাইৰাছৰ দশম চিকাৰ হৈছে।১৩৮১৩৯ কেৰালাৰ কোজিকোডত আৰু দুটা ঘটনাৰ খবৰ পোৱা গৈছে - আবুধাবিৰ পৰা ওলটি অহা ৪২ বছৰীয়া এজন ব্যক্তি আৰু চেৰাপুৰামৰ ২৭ বছৰীয়া এজন ব্যক্তি।১৪০ ভাৰতৰ উত্তৰ-পূৰ্বৰ মণিপুৰত প্ৰথম ঘটনাৰ কথা জনা যায়।১৪১১৪২ মহাৰাষ্ট্ৰত আৰু তিনিটা ধনাত্মক ঘটনা পোৱা গৈছে।১৪৩১৪৪তেলেঙ্গানাৰ কোকাপেট, চাঁদ নগৰ, বেগমপেটত আৰু তিনিটা ধনাত্মক ঘটনা জানা গৈছে।১৪৫ মালয়েছিয়াত আবদ্ধ হৈ থকী ১১৩জন ভাৰতীয় যাত্ৰীক চেন্নাই এয়াৰ এছিয়াৰ ফ্লাইটৰ দ্বাৰা ওভতাই অনা হৈছে। ১১৩ জনৰ ভিতৰত ৯জন ধনাত্মক লক্ষণযুক্ত যাত্ৰীক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে, বাকী ১০৪ জনক তাম্বৰামৰ ভাৰতীয় বিমানবাহিনীৰ পৃথক্কৰণ সুবিধাকেন্দ্ৰত পৃথক ভাবে ৰখা হৈছে।১৪৬
- ২৫ মাৰ্চ, তামিলনাডুৰ মাদুৰাইৰ এজন ৫৪ বছৰ বয়সীয়া ব্যক্তি, মধ্য প্ৰদেশৰ ইণ্ডুৰৰ এগৰাকী ৬৫ বছৰ বয়সীয়া মহিলা আৰু গুজৰাটৰ আহমেদাবাদৰ এগৰাকী ৮৫ বছৰ বয়সীয়া মহিলা ক্ৰমে একাদশ, দ্বাদশ আৰু ত্ৰয়োদশ চিকাৰ হয়।১৪৭ গুজৰাটৰ পৰা অহা পাটনা, বিহাৰৰ এজন ২৯ বছৰ বয়সীয়া ব্যক্তি ধনাত্মক পৰীক্ষিত হয়।১৪৮ গুজৰাটত আৰু তিনিটা ধনাত্মক ঘটনা নিশ্চিত হয়, ইয়াৰে দুটা স্থানীয় সংক্ৰমণ।১৪৯ মধ্য প্ৰদেশৰ এজন সাংবাদিক১৫০, তামিলনাডুৰ পাঁচজন - চাৰিজন ইণ্ডোনেছিয়ান আৰু তেওঁলোকৰ গাইড১৫১, মহাৰাষ্ট্ৰৰ ছজন১৫২ আৰু এগৰাকী ৬৫ বছৰ বয়সীয়া মহিলা ধনাত্মক পৰীক্ষিত হয়।১৫৩
- ২৬ মাৰ্চ, জম্মু আৰু কাশ্মিৰৰ এজন ৬৫ বছৰ বয়সীয়া ব্যক্তি১৫৪, গুজৰাটৰ এজন ৭০ বছৰ বয়সীয়া ব্যক্তি১৫৫, কৰ্ণাটকৰ এগৰাকী ৭৫ বছৰ বয়সীয়া মহিলা১৫৬ আৰু মহাৰাষ্ট্ৰৰ এগৰাকী ৬৫ বছৰ বয়সীয়া মহিলা১৫৭ ভাইৰাছত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে। গোৱাত তিনিটা১৫৮, উত্তৰ প্ৰদেশত সাতটা১৫৯১৬০, তেলেংগানাত পাঁচটা১৬১১৬২, মধ্য প্ৰদেশত পাঁচটা১৬৩, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত প্ৰথমটো১৬৪, মহাৰাষ্ট্ৰত দুটা১৬৫, বিহাৰত তিনিটা১৬৬১৬৭আৰু অন্ধ্ৰ প্ৰদেশত ভাইৰাছ সংক্ৰমণৰ দুটা নতুন ঘটনা পোহৰলৈ আহে।১৬৮
- ২৭ মাৰ্চ, মহাৰাষ্ট্ৰৰ এগৰাকী ৬৫ বছৰ বয়সীয়া মহিলা১৬৯ আৰু মধ্য প্ৰদেশৰ এজন ৩৫ বছৰ বয়সীয়া ব্যক্তি১৭০ ভাইৰাছৰ ১৮তম আৰু ১৯তম চিকাৰ হয়। কেৰালাত ৩৯ টা১৭১, মহাৰাষ্ট্ৰত ২৮ টা১৭২, তেলেংগানাত ১৪ টা১৭৩, মধ্য প্ৰদেশত দহটা১৭৪, কৰ্ণাটকত ৯ টা১৭৫, উৰিষ্যাত এটা১৭৬, আন্দামান নিকোবৰত এটা১৭৭, বিহাৰত দুটা১৭৮, অন্ধ্ৰ প্ৰদেশত এটা১৭৯, চণ্ডিগড়ত এটা১৮০, পঞ্জাবত পাঁচটা১৮১ আৰু ৰাজস্থানত সাতটা নতুন ঘটনা নিশ্চিত কৰা হয়।১৮২
- ২৮ মাৰ্চ, মধ্য প্ৰদেশত তিনিটা১৮৩, ৰাজস্থানত দুটা১৮৪, মহাৰাষ্ট্ৰত ছটা১৮৫, গুজৰাটত ছটা১৮৬, তামিলনাডুত দুটা১৮৭ আৰু জম্মু আৰু কাশ্মিৰত সাতটা নতুন ঘটনা পোহৰলৈ আহিছে।১৮৮১৮৯
প্ৰতিৰোধমূলক ব্যবস্থা
ৰাজ্য চৰকাৰৰ প্ৰতিক্ৰিয়া
ৰাজ্য চৰকাৰসমূহে ভাইৰাছৰ বিস্তাৰ নিয়ন্ত্ৰণৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে।
পৰিসংখ্যা
সংখ্যাবোৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালযৰ ৱেবছাইটৰ পৰা সংগ্ৰহ কৰা হৈছে।
বিদেশত সংক্ৰামিত ভাৰতীয়
ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে নিশ্চিত কৰিছে যে ১৮ ই মাৰ্চ পৰ্যন্ত, ২৭৬জন ভাৰতীয় বিদেশত ক’ৰ’ণা ভাইৰাছ সংক্ৰামিত হৈছে। ইয়াৰ ভিতৰত বেছিভাগ হৈছে ইৰানত (২৫৫), ইয়াৰোপৰি বাকীবোৰ হৈছে সংযুক্ত আৰব আমিৰাত, ইটালী, কুয়েট, শ্ৰীলঙ্কা, ৰুৱাণ্ডা আৰু হংকঙত।১৯০
| + বিদেশত ভাৰতীয় নাগৰিকৰ নিশ্চিতকৃত সংক্ৰমণ তথ্য | দেশ/অঞ্চল | নিশ্চিতকৃত ঘটনা |
| ১ | ||
| ২৫৫ | ||
| ৫ | ||
| ১ | ||
| ১ | ||
| ১২ | ||
| ১ | ||
| মুঠ | ২৭৬ |
|---|
আৰু চাওক
আৰু পঢ়ক
- সান্যা মনসুৰ, ভাৰত হ'ল বিশ্বেৰ দ্বিতীয় বৃহত্তম জনবহুল দেশ। এটি কৰোনভাইৰাছ প্ৰাদুৰ্ভাব পৰিচালনা কৰিব পাৰে?, টাইম, 12 মাৰ্চ 2020।
তথ্যসূত্ৰ
- ↑ (13 March 2020). Delhi declares coronavirus as epidemic as India reports first death from infection. The Week
- ↑ Haryana government declares coronavirus an epidemic as cases rise in India. Livemint
- ↑ (13 March 2020). Coronavirus: Karnataka becomes first state to invoke provisions of Epidemic Diseases Act, 1897 amid COVID-19 fear. Deccan Herald
- ↑ Coronavirus: Maharashtra invokes Epidemic Act; theatres, gyms to stay shut in Mumbai, 4 other cities. The Tribune
- ↑ India, Press Trust of. (2020-03-14). Coronavirus: Guj govt issues epidemic disease notification. Business Standard India
- ↑ (13 March 2020). Uttar Pradesh shuts all schools, colleges amid Coronavirus pandemic; invokes epidemic act. India TV
- ↑ India Suspends All Tourist Visas Till April 15 Over Coronavirus: 10 Facts. NDTV.com
- ↑ Coronavirus: 23 states, 7 UTs under complete lockdown as death toll reaches 9. India TV
- ↑ Helen Regan, Esha Mitra Swati Gupta, Millions in India under coronavirus lockdown as major cities restrict daily life, CNN, 23 March 2020
- ↑ India locks down over 100 million people amid coronavirus fears, Al Jazeera, 23 March 2020
- ↑ India coronavirus: Modi announces 21-day nationwide lockdown, limiting movement of 1.4bn people, The Independent, 24 March 2020
- ↑ India has tremendous capacity in eradicating coronavirus pandemic: WHO, The Economic Times, 24 March 2020
- ↑ Rawat, Mukesh. (12 March 2020). Coronavirus in India: Tracking country's first 50 COVID-19 cases; what numbers tell. India Today
- ↑ (21 February 2020). Kerala Defeats Coronavirus; India's Three COVID-19 Patients Successfully Recover. The Weather Channel
- ↑ (2020-03-02). Update on COVID-19: two more positive cases reported. pib.gov.in
- ↑ Coronavirus Live news: Two new cases in India; markets take a negative turn. The Economic Times
- ↑ (2 March 2020). India Reports Three More Cases of Coronavirus, Including Italian National. New York Times
- ↑ Coronavirus positive Bengaluru techie travelled to Hyderabad on bus, fellow passengers under watch. India Today
- ↑ (4 March 2020). 36 of Hyderabad techie’s contacts show symptoms of coronavirus. Times of India
- ↑ One Intel employee in Bengaluru potentially exposed to coronavirus, under quarantine. The Hindu
- ↑ Coronavirus Latest Updates: 3 positive cases found in India; Vienna-Delhi flight crew quarantined for 14 days. Financial Express
- ↑ Coronavirus impact: Delhi patient visited family in Agra; 6 members quarantined. Business Today
- ↑ Coronavirus patient dines at Hyatt Regency Delhi on February 28, hotel asks staff to self-quarantine. New Indian Express
- ↑ Coronavirus scare in Noida: One school shut, another to shut from tomorrow. Times of India
- ↑ Alarms go off in Rajasthan as Italian tourist’s wife also tests positive. Times of India
- ↑ Coronavirus Live Updates: Italian tourist's wife tests positive, number of cases rises to 7. www.businesstoday.in
- ↑ 15 Italian tourists in India test positive for coronavirus, says AIIMS. India Today
- ↑ Coronovirus Cases Rise To 28, 16 Italian Tourists Among Them: Government. NDTV
- ↑ 29th coronavirus case in India: Paytm staffer tests positive for Covid-19, firm closes offices. India Today
- ↑ Coronavirus Live news: 15 confirmed cases, Telangana sets up counter, masks become costly in Delhi. The Economic Times
- ↑ Coronavirus update: New case reported from Ghaziabad, India now has 30 patients. Livemint
- ↑ Coronavirus: Over 1,200 quarantined so far in Kolkata. Deccan Herald
- ↑ Coronavirus: Delhi resident tests positive for coronavirus, total 31 people infected in India. Hindustan Times
- ↑ J&K man tests positive for coronavirus; 32 infected in India. New Indian Express
- ↑ (7 March 2020). Coronavirus: 2 test positive in preliminary test for coronavirus in Punjab’s Amritsar. Hindustan Times
- ↑ Coronavirus: 3 more positive cases in India, total goes up to 34, says health ministry. India Today
- ↑ (10 March 2020). Coronavirus: No fresh COVID-19 cases in Tamil Nadu. Deccan Herald
- ↑ (2020-03-08). Assam raises coronavirus alert after Bhutan reports first case; American who tested positive had spent week in state. Firstpost
- ↑ 5 Of Family In Kerala Get Coronavirus, 39 Total Positive Cases In India. NDTV
- ↑ (9 March 2020). Coronavirus outbreak: 3-yr-old from Kerala, who returned from Italy, tests positive. India Today
- ↑ Coronavirus update: 4 new cases reported, India now has 43 COVID-19 patients. Livemint
- ↑ (2020-03-09). Fresh coronavirus cases emerge from Punjab, Bengaluru; takes total to 45. Livemint
- ↑ (2020-03-09). Coronavirus: Two test positive in Pune; 47 confirmed cases in India. www.indiatvnews.com
- ↑ Three more people from Karnataka test positive for coronavirus. Times of India
- ↑ Coronavirus: All schools, colleges in Kerala to shut down in March; 6 more test positive. Manorama Online
- ↑ Coronavirus update: 3 more test positive for COVID-19 in Maharashtra, number rises to 5. Livemint
- ↑ 2 more cases of coronavirus in Kerala, 14 infected in state so far. Hindustan Times
- ↑ Cases reach 62 in India as Jaipur person tests positive, one critical in Kerala. The New Indian Express
- ↑ Coronavirus update: Two test positive in Mumbai, total cases in state rise to 7. Livemint
- ↑ (2020-03-12). 11 coronavirus cases in Maharashtra; budget session to be curtailed. Deccan Herald
- ↑ (12 March 2020). India’s first coronavirus death is confirmed in Karnataka. Hindustan Times
- ↑ One more tests positive for Covid-19; Uttar Pradesh tally is nine · Lucknow News - Times of India. The Times of India
- ↑ Woman doctor from Canada tests coronavirus positive in Lucknow. Tribuneindia News Service
- ↑ Sixth case of coronavirus reported in Delhi. The New Indian Express
- ↑ (13 March 2020). 69-year-old woman in Delhi dies of coronavirus, second death in India. Hindustan Times
- ↑ First coronavirus case in Andhra Pradesh as man who returned from Italy tests positive. India Today
- ↑ Bengaluru Google Employee Has Coronavirus, Work-From-Home For Colleagues. NDTV
- ↑ Two more COVID-19 cases in Kerala, returnees from Dubai and Qatar. www.thenewsminute.com
- ↑ Two more COVID-19 cases in Kerala, returnees from Dubai and Qatar. www.thenewsminute.com
- ↑ (2020-03-14). Coronavirus · Two more test positive in Yavatmal; Maharashtra count rises to 22. The Hindu
- ↑ Shaikh, Mustafa. Four new coronavirus cases confirmed in Mumbai, Maharashtra total cases at 26. India Today
- ↑ Coronavirus outbreak live updates: Two who returned from Dubai test positive in Maharashtra. Times of India
- ↑ (2020-03-14). Second case of coronavirus confirmed in Hyderabad. The Economic Times
- ↑ Parihar, Rohit. Coronavirus: 24-year-old from Jaipur tests positive for Covid-19, has travel history of Spain. India Today
- ↑ 59-year-old woman tests positive for coronavirus in Maharashtra's Aurangabad. indiatv
- ↑ Coronavirus in India: One more Covid-19 case reported in Lucknow. indiatoday
- ↑ Coronavirus India Live updates: Read coronavirus latest news, coronavirus cases, death toll and more.. The Economic Times
- ↑ Lasania, Yunus. (15 March 2020). Third confirmed Covid-19 case reported in Hyderabad. Livemint
- ↑ Coronavirus Outbreak LIVE Updates. Firstpost
- ↑ Kin of Karnataka COVID-19 victim tests positive, 7th case in state. The News Minute
- ↑ Coronavirus: All 3 old positive cases in Rajasthan cured, 1 newly-infected undergoing treatment: Official. India Today
- ↑ (15-03-2020). As confirmed cases rise to 33, Maharashtra combats Covid-19 on a war footing. Livemint
- ↑ Suffian, Mohammad. Odisha reports first positive coronavirus case, man returned from Italy. India Today
- ↑ (16 March 2020). Mumbai, Navi Mumbai reports 4 new coronavirus cases. Livemint
- ↑ Woman tests positive, Yavatmal Covid-19 count now 3. India Today
- ↑ Coronavirus confirmed in Malappuram, Kasaragod; total positive cases rise to 24 | COVID-19| 24 positive cases of coronavirus in Kerala
- ↑ Co-passenger who travelled with Mindtree techie is 8th COVID-19 patient in Karnataka. The News Minute
- ↑ Coronavirus update: 64-year-old from Mumbai is India's third casualty. Livemint
- ↑ more test positive from Noida, family quarantined. indiatoday
- ↑ Coronavirus in India: 3 new Covid-19 cases reported in Ladakh. indiatoday
- ↑ (17 March 2020). 3-year-old tests positive for Covid-19 in Mumbai, both parents also infected. Maharashtra total now at 39. India Today
- ↑ Puducherry: 68-years-old woman who travelled to UAE tests positive for Covid-19, first case in UT. India Today
- ↑ Karnataka doctor who treated Coronavirus-infected man tests positive. Economic Times
- ↑ COVID-19: 2 Italy-returned ITBP quarantine inmates test positive. Economic Times
- ↑ West Bengal reports first coronavirus case: Man who went to London tests positive. India today
- ↑ (18 March 2020). COVID-19: With a new case, tally in Pune district is 18 and 42 in Maharashtra. দ্য হিন্দু
- ↑ (2020-03-18). Sixth Case in Telangana. The News Minute
- ↑ Coronavirus LIVE Updates: 4th case of COVID-19 reported in Noida; 2 more cases in Bengaluru. moneycontrol
- ↑ Two more positive coronavirus cases reported in Bengaluru. timesofindia.indiatimes.com
- ↑ Tamil Nadu Reports Second Case of Coronavirus, Patient Travelled to Chennai from Delhi. News18
- ↑ Coronavirus: 3 of family test positive in Rajasthan's Jhunjhunu. indiatvnews.com
- ↑ 72-year-old Punjab man who passed away tests positive for coronavirus; he had returned from Italy. India Today
- ↑ 23-year-old woman has tested positive for COVID-19 in Chandigarh.. Economic Times
- ↑ 2 women test positive for coronavirus in Mumbai, Maharashtra count 47. Money Control
- ↑ Chhattisgarh Reports 1st Case as London-return Woman Tests Positive for Coronavirus. News18
- ↑ Coronavirus outbreak live updates. Times of India
- ↑ Coronavirus: One tests positive in Kodagu, Karnataka, state count at 15. Livemint
- ↑ Coronavirus LIVE: India's death toll rises to four. Business Standard
- ↑ HCL employee in Noida tests positive for Covid-19, cases in UP reach 19. Hindustan Times
- ↑ Baby Doll singer Kanika Kapoor tests coronavirus positive. She hid travel history, threw party at 5-star. indiatoday
- ↑ Italian tourist, who had recovered from Covid-19, dies of heart attack. www.indiatoday.in
- ↑ Coronavirus in gujarat: Gujarat reports first coronavirus cases; two infected - The Economic Times. www.economictimes.com
- ↑ Coronavirus cases spike in Telangana, 8 positive in one day - Times of India. The Times of India
- ↑ Lasania, Yunus Y. (2020-03-20). Coronavirus: Telangana reports 2 fresh case, total at 16 now. www.livemint.com
- ↑ Coronavirus outbreak LIVE Updates: Ram Navami celebrations cancelled in Ayodhya; 4 test positive in Lucknow. Firstpost
- ↑ Coronavirus positive case in Mohali, Total 3 in Punjab India TV. Retrieved 20 March 2020
- ↑ (2020-03-20). Coronavirus update: 20-year-old tests positive in Kolkata. Livemint
- ↑ Coronavirus Live Updates: PM Modi discusses ways to check spread of coronavirus with chief ministers. Times of India
- ↑ Coronavirus in India live updates: All Delhi malls to be closed. Times of India
- ↑ Himachal Pradesh reports its first two cases of coronavirus. indiatvnews
- ↑ Two patients test coronavirus positive in Himachal. outlook india
- ↑ 12 fresh COVID-19 cases in Kerala, total goes up to 37. Economic Times
- ↑ Curfew imposed in Rajasthan's Bhilwara district as nine test positive for coronavirus. www.newindianexpress.com
- ↑ Two test positive in Spain, take total coronavirus cases to 9 in Rajasthan. Times of India
- ↑ Noida society in lockdown after confirmed COVID-19 case. India TV
- ↑ West Bengal reports third COVID-19 positive case. Deccan Herald
- ↑ Coronavirus cases in Punjab increses to 13 PTC NEWS. Retrieved 21 March 2020
- ↑ Coronavirus: 6 new cases reported in Rajasthan. Deccan Herald
- ↑ Coronavirus: 6 new cases reported in Rajasthan. Indiatv
- ↑ Coronavirus in Karnataka: 3 more positive cases confirmed, takes total to 18 cases. India tv
- ↑ Three new coronavirus cases in Karnataka. outlookindia
- ↑ Coronavirus: 3 foreign nationals test positive for COVID-19 in Tamil Nadu, tally goes up to 6. indatv
- ↑ Coronavirus Three more test positive for COVID-19 in Tamil Nadu. The Hindu
- ↑ 63-year-old Covid-19 patient dies in Mumbai, death toll in India at 5: Officials. Hindustan Times
- ↑ 38-year-old man having coronavirus dies in Patna's AIIMS hospital. Economic Times
- ↑ Coronavirus Pandemic · 67-Year-Old Man Dies In Gujarat's Surat, Death Toll In India Rises To 7. News Nation
- ↑ Coronavirus News Live Updates: Air India flight brings back 263 Indian students from virus-hit Rome. Economic Times
- ↑ Coronavirus: 10 more test positive for Covid-19 in Maharashtra, total jumps to 74. Hindustan Times
- ↑ Coronavirus: 7 more test positive for Covid-19 in SBS Nagar, Punjab toll touches 21. Hindustan Times
- ↑ Four new coronavirus cases in Gujarat; total goes up to 18. Economic Times
- ↑ One fresh case of coronavirus in Telangana; total rises to 22. Economic Times
- ↑ 15 new COVID-19 cases in Kerala; 64 under treatment. English.mathrubhumi
- ↑ Coronavirus News Live Updates: Man who recovered from COVID-19 dies in Mumbai; Bloodbath on D-Street. Economic Times
- ↑ Coronavirus in India: 55-year-old man dies of Covid-19 in Kolkata, toll at 9 now. India Today
- ↑ Himachal Pradesh reports first death due to coronavirus, national death toll now 9. India TV
- ↑ 8th coronavirus death in India: Philippines man dies in Mumbai after initial recovery. India Today
- ↑ Kerala announces lockdown till March 31 as 28 fresh Covid-19 cases reported. Indiatoday
- ↑ Maharashtra Death Toll Due to COVID-19 Rises to 3 As 65-Year-Old Coronavirus Patient From UAE Dies in Kasturba Hospital. latestly
- ↑ Coronavirus update: 65-year-old dies in Mumbai, death toll in India rises to 10. livemint
- ↑ Two persons test positive for coronavirus in Kozhikode. Times of India
- ↑ First coronavirus case reported in Northeast, ((Manipur)) woman tests positive after UK travel. indiatoday
- ↑ Manipur Woman Who Returned From UK Has Coronavirus, 1st In North-East. ndtv india
- ↑ Maharashtra COVID-19 positive cases rise to 101. indiatv
- ↑ Coronavirus Pandemic Latest Updates: Total number of positive cases reaches 101 in Maharashtra; North-east records 1st case. English.jagran
- ↑ Telangana COVID-19 cases rise to 35; 3 new cases reported from Kokapet, Chand Nagar, Begumpet. indiatv
- ↑ (2020-03-24). Coronavirus in Tamil Nadu: 113 Indians brought from Malaysia, 9 hospitalised. Livemint
- ↑ 85-year-old woman dies of coronavirus in Ahmedabad. India's death toll now at 12. India Today
- ↑ One more tests positive for COVID-19 in Bihar. outlookindia
- ↑ 3 new coronavirus cases in Gujarat; total rises to 38. Economic Times
- ↑ Covid-19: Journo who was at Kamal Nath's last presser as CM tests positive. indiatoday
- ↑ Tamil Nadu reports five new coronavirus cases; tally goes up to 23. Economic Times
- ↑ COVID-19: Maharashtra tally 122; six more test positive. Devdiscourse
- ↑ Maharashtra: Hawker in Mumbai's Prabhadevi tests positive for coronavirus. India Today
- ↑ Man dies of coronavirus in Kashmir after attending Islamic congregation with Indonesians. India Today
- ↑ 70-yr-old coronavirus patient dies in Gujarat; state toll rises to 3. Economic Times
- ↑ Karnataka reports second death due to Covid-19. Economic Times
- ↑ Covid-19 patient dies in Mumbai, 5 deaths in Maharashtra so far. India Today
- ↑ Coronavirus: Three found positive in Goa, youngest is 25 years. Livemint
- ↑ Four new COVID-19 cases reported in Lucknow. ANI News
- ↑ Sinha, Snehil Sinha. Three more positive cases from Noida; total 14 · Delhi News - Times of India. The Times of India
- ↑ Two more, including a 3-year-old, test positive for Covid-19 in Telangana. Livemint
- ↑ Telangana reports three more COVID-19 positive cases including a doctor couple. The Hindu
- ↑ 5 more test positive for coronavirus in Indore; total cases rise to 10. Republic World
- ↑ Rao, Madhu. (2020-03-26). Andaman and Nicobar reports first positive case of COVID-19. India TV
- ↑ Coronavirus: 2 new cases in Mumbai, Thane; Maharashtra total rises to 124. Livemint
- ↑ Bihar reports two more Covid-19 cases, total count six. Economic Times
- ↑ Coronavirus in Bihar: 20-year old tests positive, total cases in the state increase to seven. Business Insider
- ↑ Coronavirus in Andhra Pradesh: Two more test positive, total case in state increase to 10. Business Insider
- ↑ (2020-03-26). Maharashtra reports fifth coronavirus death; highest in India. Deccan Herald
- ↑ Sharma, Hemender. 35-year-old Madhya Pradesh man who died tests positive for coronavirus. India Today
- ↑ Coronavirus in Kerala: 39 new cases reported, total patients in state at 164. Economic Times
- ↑ Toddler Tests Positive for Coronavirus in Navi Mumbai, 28 New Cases Detected Across Maharashtra. News18 India
- ↑ COVID-19: With 14 new cases, Telangana records biggest jump in one day to 59. Deccan Herald
- ↑ Coronavirus cases in MP rises to 27 with ten new cases in Indore. Business Insider
- ↑ Ten-month old baby among nine new COVID-19 cases in Karnataka. Livemint
- ↑ Third Covid-19 case in Odisha; 60-year-old man had travelled from Delhi. Hindustan Times
- ↑ (27 March 2020). Second person tests coronavirus positive in Andaman and Nicobar Islands. Livemint
- ↑ (27 March 2020). Two more coronavirus cases in Bihar, count reaches 9. Livemint
- ↑ (2020-03-27). COVID-19 cases in AP rises to 12 as one more tests positive. The Economic Times
- ↑ (27 March 2020). Chandigarh reports a new case; the total number of cases now stands at 8. PTC News
- ↑ Punjab reports 5 new cases, count reaches 38. The Tribune
- ↑ (27 March 2020). Rajasthan reports 7 more COVID-19 positive cases, total count 50. Yahoo
- ↑ (28 March 2020). Three more coronavirus cases in Madhya Pradesh, count 29. Moneycontrol
- ↑ (28 March 2020). Coronavirus live updates. Times of India
- ↑ (28 March 2020). COVID-19: Maharashtra tally now 159 as six more test positive. Economic Times
- ↑ (28 March 2020). 6 more test coronavirus positive in Gujarat, count now 53. India Today
- ↑ (28 March 2020). Two more coronavirus positive cases in Tamil Nadu. Economic Times
- ↑ (28 March 2020). 7 new COVID-19 cases reported in Srinagar, J&K. Indiatv
- ↑ (28 March 2020). Seven more people test positive for COVID-19 in Kashmir, total cases reach 27. Economic Times
- ↑ 276 Indians including 255 in Iran test positive for coronavirus abroad, confirms MEA. India Today
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতত ক'ভিড-১৯ বৈশ্বিক মহামাৰী” প্ৰবন্ধৰ সংশোধন ৬৩৭৫৯২ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।