অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

ফিনলেণ্ড

ফিনলেণ্ড উত্তৰ-পশ্চিম ইউৰোপ বাল্টিক সাগৰৰ উপকূলত অৱস্থিত এখন ৰাষ্ট্ৰ। ফিনলেণ্ড ইউৰোপৰ সকলোতকৈ উত্তৰত অৱস্থিত দেশসমূহৰ এখন। ইয়াৰ এক-তৃতীয়াংশ অঞ্চল সুমেৰু বৃত্তৰ উত্তৰত অৱস্থিত। হেলচিংকী ফিনলেণ্ডৰ ৰাজধানী আৰু দেশখনৰ বৃহত্তম চহৰ।

হালনাগাদ: ১০ মে’ ২০২৫ ৩০ শব্দ · ১ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

ফিনলেণ্ড উত্তৰ-পশ্চিম ইউৰোপ বাল্টিক সাগৰৰ উপকূলত অৱস্থিত এখন ৰাষ্ট্ৰ। ফিনলেণ্ড ইউৰোপৰ সকলোতকৈ উত্তৰত অৱস্থিত দেশসমূহৰ এখন। ইয়াৰ এক-তৃতীয়াংশ অঞ্চল সুমেৰু বৃত্তৰ উত্তৰত অৱস্থিত। হেলচিংকী ফিনলেণ্ডৰ ৰাজধানী আৰু দেশখনৰ বৃহত্তম চহৰ।

সম্পৰ্কিত শ্ৰেণী

ইউৰোপৰ দেশৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফিনলেণ্ড” প্ৰবন্ধৰ সংশোধন ৫০৭৪৮৭ (১০ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।