নিউয়ৰ্ক মহানগৰ (New York City; সংক্ষেপে NYC বা এন ৱাই চি) হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰত অৱস্থিত বিশ্বৰ এক গুৰুত্বপূৰ্ণ চহৰ। ২০১৮ চনৰ অনুমাণিক ৮২,৯৮,৭৪৮ জনসংখ্যাৰে আৰু ৭৮৪ বৰ্গ কিলোমিটাৰ (৩০২.৬ বৰ্গ মাইল) মাটি-কালিৰে নিউয়ৰ্ক মহানগৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৰ্বাধিক জনবসতীপূৰ্ণ আৰু সৰ্বাধিক জনঘনত্বৰ চহৰ।১
তথ্যসূত্ৰ
- ↑ Mike Maciag. (October 2, 2013). Mapping the Nation's Most Densely Populated Cities. Governing – The States and Localities
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিউয়ৰ্ক মহানগৰ” প্ৰবন্ধৰ সংশোধন ৬১৭৪৫৩ (১৬ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।