ৰাছিয়া, হৈছে উত্তৰ ইউৰেছিয়াৰ এখন ৰাষ্ট্ৰ।১ ই এখন ফেডাৰেল অৰ্ধ-ৰাষ্ট্ৰপতিয় প্ৰজাতন্ত্ৰ। 17075400 বৰ্গ কি.মি. মাটি-কালিৰ সৈতে ই, পৃথিৱীৰ আটাইতকৈ বৃহৎ ৰাষ্ট্ৰ। পৃথিৱীৰ বসবাসযোগ্য অঞ্চলৰ প্ৰায় এক অষ্টমাংশ অঞ্চল ৰাছিয়াই অধিকাৰ কৰি আছে। ২০১৪ চনৰ নৱেম্বৰ মাহত প্ৰকাশিত তথ্য অনুহৰি প্ৰায় ১,৪৪০ কোটি জনসংখ্যাৰে ই পৃথিৱীৰ তৃতীয় বৃহত্তম ৰাষ্ট্ৰ।২
তথ্যসূত্ৰ
- ↑ Russia. Encyclopædia Britannica
- ↑ আৰ্কাইভ কঁপি
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাছিয়া” প্ৰবন্ধৰ সংশোধন ৬১৭৪৩১ (১৬ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।