অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

মহাত্মা গান্ধীৰ হত্যাকাণ্ড

১৯৪৮ চনৰ ৩০ জানুৱাৰীত নতুন দিল্লীৰ বিড়লা হাউছৰ প্ৰাংগনত (এতিয়া গান্ধী স্মৃতি) হত্যা কৰা হৈছিল। তেওঁৰ হত্যাকাৰী আছিল নাথুৰাম গডছে। নাথুৰাম গডছে হিন্দু ৰাষ্ট্ৰীয়তাবাদৰ অধিবক্তা, হিন্দু মহাসভাৰ সদস্য, আৰু হিন্দু ৰাষ্ট্ৰীয়তাবাদী অৰ্ধ-স্বেচ্ছাসেৱী সংগঠন ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (আৰএছএছ) এজন…

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ১৬৭ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

- স্মৃতিসৌধটো মহাত্মা গান্ধীৰ সমাধিস্থলত নিৰ্মিত]]

হত্যাকাণ্ডত জড়িত অভিযুক্ত: শঙ্কৰ কিস্তায়িয়া, গোপাল গডছে, মদনলাল পাওয়া,দিগম্বৰ ৰামচন্দ্ৰ বেঁজ, নাৰায়ণ আপ্তে, বিনায়ক দামোদৰ ছাভাকৰ, নাথুৰাম গডছে, বিষ্ণু ৰামকৃষ্ণ কাৰকাৰে]]

১৯৪৮ চনৰ ৩০ জানুৱাৰীত নতুন দিল্লীৰ বিড়লা হাউছৰ প্ৰাংগনত (এতিয়া গান্ধী স্মৃতি) হত্যা কৰা হৈছিল। তেওঁৰ হত্যাকাৰী আছিল নাথুৰাম গডছে। নাথুৰাম গডছে হিন্দু ৰাষ্ট্ৰীয়তাবাদৰ অধিবক্তা, হিন্দু মহাসভাৰ সদস্য,১ আৰু হিন্দু ৰাষ্ট্ৰীয়তাবাদী অৰ্ধ-স্বেচ্ছাসেৱী সংগঠন ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (আৰএছএছ) এজন পূৰ্বসদস্য আছিল।২ গডছেই চিন্তা কৰিছিল যে ১৯৪৭ চনত ভাৰত বিভাজনৰ সময়ত গান্ধীজীয়ে মুছলমানক যথেষ্ট সমৰ্থন কৰিছিল।৩৪৫ সাক্ষীসকলৰ মতে, গান্ধীয়ে ৫ বজালৈ ঘৰৰ পিছফালে লনৰ ওপৰলৈ উপনীত হয়। তেতিয়া তেওঁ প্ৰতি সন্ধিয়া সকলো ধৰ্মৰ প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰি আছিল। গান্ধীয়ে বেদি লৈ খোজ কাঢ়িবলৈ আৰম্ভ কৰাৰ লগে লগে গডছে ভীৰৰ পৰা ওলাই আহি গান্ধীৰ সন্মুখত থিয় হয়, আৰু শূন্য পৰিসৰৰ পৰা গান্ধীৰ বুকুত আৰু পেটত তিনিটা গুলি নিক্ষেপ কৰে (অস্ত্ৰৰ পৰা নিক্ষেপিত গুলী ব্যক্তিজনক পোনপটীয়াকৈ আঘাত কৰিব পাৰে)।৬ গান্ধী মাটিত পৰি যায়। তেওঁক বিড়লা হাউছৰ পৰা তেওঁৰ ঘৰলৈ ঘূৰাই লৈ যোৱা হৈছিল, তাৰ কিছুসময়ৰ পিছত এজন প্ৰতিনিধি আহি তেওঁৰ মৃত্যুৰ কথা ঘোষণা কৰে।৭

তথ্যসূত্ৰ

  1. ↑ Nash 1981, পৃ. 69
  2. ↑ Hansen 1999, পৃ. 249
  3. ↑ Cush, Denise; Robinson, Catherine; York, Michael. (31 August 2013). Encyclopedia of Hinduism. Taylor & Francis. পৃ. 544. ISBN 978-0-7007-1267-0 Quote: "The apotheosis of this contrast is the assassination of Gandhi in 1948 by a militant Nathuram Godse, on the basis of his 'weak' accommodationist approach towards the new state of Pakistan." (p. 544)
  4. ↑ Markovits 2004, পৃ. 57
  5. ↑ Mallot 2012, পৃ. 75–76
  6. ↑ Assassination of Mr Gandhi
  7. ↑ Stratton 1950, পৃ. 40–42

সম্পৰ্কিত শ্ৰেণী

অপৰাধস্বাধীনোত্তৰ ভাৰতমহাত্মা গান্ধী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মহাত্মা গান্ধীৰ হত্যাকাণ্ড” প্ৰবন্ধৰ সংশোধন ৩৮২৪৯৯ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।