১৪ ফেব্ৰুৱাৰী ২০১৯ত, জম্মু শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাই পথত ভাৰতীয় সুৰক্ষা কৰ্মীক কঢ়িয়াই নিয়া বাহনৰ ওপৰত হোৱা এই সন্ত্ৰাসবাদী আক্ৰমণত ৪০ জন ভাৰতীয় কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ কৰ্মী নিহত হয়।১ জম্মু কাশ্মীৰৰ পুলৱামা জিলাৰ অৱন্তিপুৰৰ লেথপুৰ অঞ্চলত এই আক্ৰমণ সংঘটিত হয়, এই আত্মঘাটী আক্ৰমণত কেন্দ্ৰীয় ৰিজাৰ্ভ পুলিচ বলৰ কৰ্মী নিহত হয়।২ পাকিস্তানৰ ইছলামী সন্ত্ৰাসবাদী সংগঠন জেশ-এ-মোহম্মদে আক্ৰমণ কৰাৰ কথা স্বীকাৰ কৰিছে।৩
তথ্যসূত্ৰ
- ↑ (2019-02-15). Jaish terrorists attack CRPF convoy in Kashmir, kill at least 37 personnel. The Times of India
- ↑ कश्मीर में अब तक का सबसे बड़ा हमला, आत्मघाती धमाके में 44 जवान शहीद. আজ তক
- ↑ जम्मू कश्मीर के पुलवामा में बड़ा आतंकी हमला, CRPF के 40 जवान शहीद, आतंकी संगठन जैश-ए-मोहम्मद ने ली जिम्मेदारी. এনডিটিভি
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পুলৱামাৰ সন্ত্ৰাসবাদী আক্ৰমণ, ২০১৯” প্ৰবন্ধৰ সংশোধন ৪০৫৪০৭ (১৪ ফেব্ৰুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।