অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

২০২৫ চন

২০২৫ (দুহাজাৰ পঁচিছ চন; MMXXV) এটা সাধাৰণ বছৰ, যিটো গ্ৰেগ'ৰিয়ান কেলেণ্ডাৰ অনুসৰি বুধবাৰৰপৰা আৰম্ভ হয়। ই ৩য় সহস্ৰাব্দৰ ২৫ বছৰ আৰু একবিংশ শতিকা আৰু ২০২০ দশকৰ ষষ্ঠ বছৰ।

হালনাগাদ: ১ জানুৱাৰী ২০২৬ ৪১৩ শব্দ · ২ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

২০২৫ (দুহাজাৰ পঁচিছ চন; MMXXV) এটা সাধাৰণ বছৰ, যিটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসৰি বুধবাৰৰপৰা আৰম্ভ হয়। ই ৩য় সহস্ৰাব্দৰ ২৫ বছৰ আৰু একবিংশ শতিকা আৰু ২০২০ দশকৰ ষষ্ঠ বছৰ।

২০২৫ চনৰ ঘটনাৱলী

জানুৱাৰী

ফেব্ৰুৱাৰী

মাৰ্চ

  • ৯ মাৰ্চ – ভাৰতীয় ক্ৰিকেট দলয়ে ডুবাইত অনুষ্ঠিত ২০২৫ আই.চি.চি. চেম্পিয়নছ ট্ৰফি জয় কৰে।১৩
  • ১৫ মাৰ্চ – চীনৰ নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি শি জিনপিঙে আনুষ্ঠানিকভাৱে তৃতীয় কাৰ্যকাল আৰম্ভ কৰে।১৪

এপ্ৰিল

  • ১৫ এপ্ৰিল – পেৰিছত নট্ৰে-ডেম গীৰ্জা দুৰ্বৃত্তসকলে আক্ৰমণ কৰি ক্ষতিসাধন কৰে।১৫
  • ২২ এপ্ৰিল – জম্মু আৰু কাশ্মীৰৰ বৈসৰণ উপত্যকাত পৰ্যটকৰ এটা দলৰ ওপৰত দ্য ৰেজিষ্টেন্স ফ্ৰণ্টৰ সৈতে সম্পৃক্ত মিলিটেণ্টসকলে গুলিচালনা কৰে, যাৰ ফলত ২৬ গৰাকী নিহত আৰু অন্ততঃ ২০ গৰাকী আহত হয়।১৬
  • ২৭ এপ্ৰিল – ভাৰতীয় নৌসেনাই দীঘলপৰিসৰৰ ক্ষেপণাস্ত্ৰ পৰীক্ষা কৰে, আৰু প্ৰধানমন্ত্ৰী মোদীয়ে পাকিস্তানৰ বিৰুদ্ধে সন্ত্ৰাসবাদ সমৰ্থনৰ অভিযোগ তোলে।১৭
  • ২৮ এপ্ৰিল – ভাৰতে ফ্ৰান্সৰ সৈতে ২৬খন ৰাফাল যুদ্ধবিমান কিনিবলৈ $৭.৪ বিলিয়ন ডলাৰৰ চুক্তি স্বাক্ষৰ কৰে।১৮

মে'

  • ৬ মে' - ২০২৫ ভাৰত–পাকিস্তান সংঘাত: দুসপ্তাহ পূৰ্বে সংঘটিত হোৱা ২০২৫ পেহালগাম আক্ৰমণৰ প্ৰতিক্ৰিয়াস্বৰূপে ভাৰতৰদ্বাৰা পাকিস্তান আৰু পাকিস্তান-প্ৰশাসিত কাশ্মীৰৰ ভিতৰত একাধিক ক্ষেপণাস্ত্ৰ নিক্ষেপ।১৯
  • ৭ মে' -
    • পাকিস্তানে ‘অপাৰেচন সিন্দুৰ’ নামৰ অভিযানত গভীৰ নিশা ভাৰতত আক্ৰমণ চলায়। এই আক্ৰমণৰ প্ৰতিক্ৰিয়াত পাকিস্তানৰ ওপৰত ভাৰতেও প্ৰত্যাঘাতমূলক আক্ৰমণ চলায়। ইয়াত কমেও পাকিস্তানৰ ৩১ জন আৰু ভাৰতৰ ১৫ জন অসামৰিক লোক নিহত হয়।২০২১
    • ভাৰতীয় ক্ৰিকেটাৰ ৰোহিত শৰ্মাই টেষ্ট ক্ৰিকেটৰপৰা অৱসৰ গ্ৰহণ কৰাৰ কথা ঘোষণা কৰে।২২

নোবেল বঁটা

পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, শৰীৰবিজ্ঞান বা চিকিৎসা-বিজ্ঞান, সাহিত্য, আৰু শান্তিৰ ক্ষেত্ৰত ন'বেল বঁটা বিজয়ীসকলক অক্টোবৰ মাহত ঘোষণা কৰা হ'ব বুলি অনুমান কৰা হৈছে আৰু এই বঁটা প্ৰদান অনুষ্ঠান ২০২৫ চনৰ ১০ ডিচেম্বৰত অনুষ্ঠিত হ'ব।২৩

দেহৱসান

তথ্যসূত্ৰ

  1. ↑ Lula sworn in as Brazil’s president, vows to rebuild country. Al Jazeera
  2. ↑ Assam: Veteran Actress Gyanda Kakati Passes Away at 92
  3. ↑ এন ই নাও নিউজ. (৯ জানুৱাৰী, ২০২৫). অসমীয়া চলচ্চিত্ৰ জগতৰ প্ৰসিদ্ধ অভিনেত্ৰী, কণ্ঠশিল্পী জ্ঞানদা কাকতিৰ দেহাৱসান. নৰ্থ ইষ্ট নাও
  4. ↑ (৯ জানুৱাৰী, ২০২৫). বিশিষ্ট অভিনেত্ৰী জ্ঞানদা কাকতিৰ দেহাৱসান... অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক. পৃ. মুখ্য পৃষ্ঠা
  5. ↑ Iran floods leave dozens dead. Al Jazeera
  6. ↑ Argentina wins Copa America 2025. BBC Sport
  7. ↑ 2025 in India. Wikipedia
  8. ↑ 2025 in India. Wikipedia
  9. ↑ 2025 in India. Wikipedia
  10. ↑ 2025 in India. Wikipedia
  11. ↑ 2025 in India. Wikipedia
  12. ↑ 2025 in India. Wikipedia
  13. ↑ India wins ICC Champions Trophy 2025 in Dubai. ESPN Cricinfo
  14. ↑ Xi Jinping begins historic third term as China's president. CNN
  15. ↑ Notre-Dame cathedral suffers new attack. France 24
  16. ↑ Gunmen kill at least 26 in Indian-administered Kashmir: Police. Al Jazeera
  17. ↑ India test-fires missiles after deadly Kashmir attack, tensions rise. The Guardian
  18. ↑ India signs $7.4 billion deal with France to buy Rafale fighter jets. Reuters
  19. ↑ India says it has launched strikes on Pakistan and Pakistan-administered Kashmir
  20. ↑ পাকিস্তানেৰ বিৰুদ্ধে বিমান হামলা ভাৰতেৰ, এৰপৰ কী?. মানবজমিন
  21. ↑ ভাৰতকে সমৰ্থনেৰ ঘোষণা ফ্ৰান্সেৰ. The Daily Ittefaq
  22. ↑ টেষ্ট থেকে অৱশৰেৰ ঘোষণা ৰোহিত শৰ্মাৰ. ঢাকা ট্ৰিবিউন
  23. ↑ About the Nobel Prize. The Nobel Prize
  24. ↑ Assam: Veteran Actress Gyanda Kakati Passes Away at 92
  25. ↑ (2 Oct 2025). Singer Zubeen Garg died in Singapore while swimming, not during scuba diving: report. The Hindu
  26. ↑ (19 September 2025). Zubeen Garg is No More – Pratidin Time. Pratidin Time
  27. ↑ Dharmendra Passes Away: PM Narendra Modi pays emotional tribute

সম্পৰ্কিত শ্ৰেণী

বৰ্ষশেহতীয়া ঘটনাৱলী২০২৫ চন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২০২৫ চন” প্ৰবন্ধৰ সংশোধন ৫৬৭২৪৬ (১ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।