অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

১০ জানুৱাৰী

১০ জানুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ১০ম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৫৫টা দিন (অধিবৰ্ষত ৩৫৬টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

হালনাগাদ: ১৫ জানুৱাৰী ২০২৬ ২২৩ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

১০ জানুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ১০ম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৫৫টা দিন (অধিবৰ্ষত ৩৫৬টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

ঘটনাৰাজী

  • ১৮৬৩ - লণ্ডন মহানগৰীত বিশ্বৰ প্ৰথম পাতাল ৰেল সেৱাৰ আৰম্ভণি।
  • ১৮৯৪ - ৰঙিয়া তহচিলৰ কৃষকসকলে ব্ৰিটিছৰ বৰ্দ্ধিত ভূমিকৰৰ বিৰুদ্ধে ৰঙিয়া ৰাইজমেল অনুষ্ঠিত হৈছিল।
  • ১৯৪৬ - ৰাষ্ট্ৰসংঘৰ প্ৰথম সাধাৰণ অধিৱেশনৰ আৰম্ভ হৈছিল।
  • ২০০৮ - দিল্লীৰ অটো এক্সপ'ত বিশ্বৰ ভিতৰত সবাতোতকৈ সূলভ মূল্যৰ গাড়ী টাটা কোম্পানীৰ এক লাখ টকীয়া টাটা নেন' গাড়ীৰ প্ৰথম প্ৰদৰ্শন।
  • ২০২৫ চন – ইৰানত ভয়ংকৰ বানপানীত ৮০ গৰাকী লোক নিহত হয়।১

জন্ম

  • ১৮৮৩ - এলেক্সেই নিকলাইয়েভিচ টলষ্টয়, ৰুছ লেখক।
  • ১৯১৪ - বেগম আখটাৰ, ভাৰতীয় কণ্ঠশিল্পী তথা অভিনেত্ৰী।
  • ১৯৩০ - ইন্দ্ৰেশ্বৰ শৰ্মা, ভাৰতীয় সংগীতজ্ঞ, বেহেলাবাদক আৰু সংগীত পৰিচালক।
  • ১৯৩০ - বাসু চেটাৰ্জী, ভাৰতীয় চলচ্চিত্ৰ পৰিচালক আৰু চিত্ৰনাট্যকাৰ।
  • ১৯৬০ - মিতালী চৌধুৰী, অসমীয়া কণ্ঠশিল্পী।
  • ১৯৭৪ - হৃত্বিক ৰোশন, তাৰকা বলীউদ অভিনেতা।
  • ১৯৮৪ - কাল্কী কেকলাঁ, হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী আৰু লেখিকা।

মৃত্যু

দিৱস

  • সংখ্যাগৰিষ্ঠতাৰ শাসন দিৱস (বাহামা)।
  • পৰম্পৰাগত দিৱস (বেনিন)।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Iran floods leave dozens dead. Al Jazeera

সম্পৰ্কিত শ্ৰেণী

জানুৱাৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১০ জানুৱাৰী” প্ৰবন্ধৰ সংশোধন ৫৬৯৮২৪ (১৫ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।