১৬ জানুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ১৬ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৪৯টা দিন (অধিবৰ্ষত ৩৫০টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
ঘটনাৰাজী
- ১৯৯১ - ইৰানৰ বিৰোদ্ধে আমেৰিকা যুক্তৰাষ্ট্ৰৰ " অপাৰেশ্বন ডে'জাৰ্ট স্তৰ্ম " ঘোষণা।
- ২০১১ - ব্ৰাজিলত ভয়াৱহ বানত ৫৬০ৰো অধিক লোকৰ মৃত্যু।
- ২০২৫ চন – আৰ্জেণ্টিনাই ২০২৫ কোপা আমেৰিকা ফুটবল প্ৰতিযোগিতাত বিজয় লাভ কৰে।১
জন্ম
- ১৮৭৪ - ৰবাৰ্ট ছাৰ্ভিছ, কানাডাৰ কবি।
- ১৯০১ - সুকুমাৰ সেন,ভাৰতীৰ বাঙালী ভাষাতাত্ত্বিক আৰু সাহিত্য বিশাৰদ। (মৃ.০৩/০৩/১৯৯২)
- ১৯৮৭ - কাব্য বিশ্বনাথন, ভাৰতীয় বংশোদ্ভূত বিতৰ্কিত মাৰ্কিন সাহিত্যিক।
মৃত্যু
- ১৯০১ - মহাদেৱ গোবিন্দ ৰানডে, ভাৰতীয় পণ্ডিত, সমাজ সংস্কাৰক, বিচাৰপতি আৰু লেখক।
- ১৯৩৮ - শৰৎচন্দ্ৰ চট্টোপাধ্যায়, বাঙালী কথাসাহিত্যিক আৰু প্ৰবন্ধকাৰ। (জ.১৫/০৯/১৮৭৬)
- ১৯৬৮ - নকুলচন্দ্ৰ ভূঞা, অসমীয়া বুৰঞ্জীবিদ, নাট্যকাৰ আৰু গল্পকাৰ।
- ২০১৬ - আনন্দ চন্দ্ৰ দত্ত, অসমৰ এজন আন্তঃৰাষ্ট্ৰীয়ভাৱে জনাজাত উদ্ভিদবিদ।
- ২০১৮ - শাম্মী আখতাৰ, বাংলাদেশী সঙ্গীতশিল্পী। (জ. ১৯৫৫)
দিৱস/উৎসৱ
- দিহিং পাটকাই উৎসৱ ( ১৬ জানুৱাৰী - ১৯ জানুৱাৰী, অসম, ভাৰত)।
- শিক্ষক দিৱস (থাইলেণ্ড)।
- শিক্ষক দিৱস (ম্যানমাৰ)।
বাহ্যিক সংযোগ
- বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
- দ্য নিউয়ৰ্ক টাইমচ, এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
তথ্যসূত্ৰ
- ↑ Argentina wins Copa America 2025. BBC Sport
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১৬ জানুৱাৰী” প্ৰবন্ধৰ সংশোধন ৫৬৯৮২৭ (১৫ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।