শেহতীয়া ঘটনাৱলী
৪ প্ৰবন্ধ
-
ভাৰতত ক'ভিড-১৯ মহামাৰী লকডাউন
২০২০ চনৰ ২৪ মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন ভাৰত চৰকাৰে ২১ দিনৰ বাবে সমগ্ৰ দেশত লক্ডাউনৰ নিৰ্দেশ দিছিল আৰু ভাৰতত ক'ভিড-১৯ বৈশ্বিক মহামাৰীৰ প্ৰতিৰোধ কৰাৰ বাবে ১৩০ কোটি জনসংখ্যাৰ গতিবিধি সীমাবদ্ধ কৰিছিল।
-
২০২৫ চন
২০২৫ (দুহাজাৰ পঁচিছ চন; MMXXV) এটা সাধাৰণ বছৰ, যিটো গ্ৰেগ'ৰিয়ান কেলেণ্ডাৰ অনুসৰি বুধবাৰৰপৰা আৰম্ভ হয়। ই ৩য় সহস্ৰাব্দৰ ২৫ বছৰ আৰু একবিংশ শতিকা আৰু ২০২০ দশকৰ ষষ্ঠ বছৰ।
-
২০২৬ চন
২০২৬ (দুহাজাৰ ছাব্বিশ চন; MMXXVI) এটা সাধাৰণ বছৰ, যিটো গ্ৰেগ'ৰিয়ান কেলেণ্ডাৰ অনুসৰি বৃহস্পতিবাৰৰপৰা আৰম্ভ হয়। ই ৩য় সহস্ৰাব্দৰ ২৬ বছৰ আৰু একবিংশ শতিকা আৰু ২০২০ দশকৰ সপ্তম বছৰ।
-
নেপালৰ জেন জী আন্দোলন, ২০২৫
২০২৫ চনৰ ছেপ্টেম্বৰ মাহত সমগ্ৰ নেপালত এক বৃহৎ পৰিসৰৰ বিক্ষোভ-আন্দোলন সংঘটিত হয়। প্ৰধানকৈ জেনেৰেচন জী-ৰ ছাত্ৰ-ছাত্ৰী আৰু যুৱ নাগৰিকসকলে ইয়াৰ উদ্যোগ লৈছিল। ই জেন জী আন্দোলন (Gen Z protests) নামেৰেও পৰিচিত।