অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

২০২৩ চন

২০২৩ (2023, MMXXIII) হৈছে পৃথিৱীৰ সেইবোৰ সময় অঞ্চলৰ বৰ্তমান চলি থকা বছৰ যিবোৰ সময় অঞ্চলৰ আন্তঃৰাষ্ট্ৰীয় মান সময়−০৩:০০ অথবা তাতকৈ পিছৰ। ই হৈছে গ্ৰেগৰিয়ান দিনপঞ্জীৰ দেওবাৰেৰে আৰম্ভ হোৱা এটা সাধাৰণ বছৰ, সাধাৰণ যুগৰ (CE) আৰু এন' ডমিনি (AD)ৰ ২০২৩তম বছৰ, তৃতীয় সহস্ৰাব্দ আৰু একবিংশ শতিকাৰ ২৩ তম বছৰ…

হালনাগাদ: ২৮ ডিচেম্বৰ ২০২৫ ১৬৭ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

২০২৩ (2023, MMXXIII) হৈছে পৃথিৱীৰ সেইবোৰ সময় অঞ্চলৰ বৰ্তমান চলি থকা বছৰ যিবোৰ সময় অঞ্চলৰ আন্তঃৰাষ্ট্ৰীয় মান সময়−০৩:০০ অথবা তাতকৈ পিছৰ। ই হৈছে গ্ৰেগৰিয়ান দিনপঞ্জীৰ দেওবাৰেৰে আৰম্ভ হোৱা এটা সাধাৰণ বছৰ, সাধাৰণ যুগৰ (CE) আৰু এন' ডমিনি (AD)ৰ ২০২৩তম বছৰ, তৃতীয় সহস্ৰাব্দ আৰু একবিংশ শতিকাৰ ২৩ তম বছৰ আৰু ২০২০ দশকৰ চতুৰ্থ বছৰ। অসমীয়া দিনপঞ্জী মতে ১৪২৯-৩০ ভাস্কৰাব্দ বা ১৯৪৪-৪৫ শকাব্দ।

২০২৩ চনৰ ঘটনাৱলী

তথ্যসূত্ৰ

  1. ↑ Afghanistan cold snap kills over 160, Taliban officials say – DW – 01/28/2023. dw.com
  2. ↑ (2023-02-06). Earthquake Kills More Than 110 People in Turkey, Syria. Bloomberg.com
  3. ↑ (2023-02-06). Powerful quake kills at least 360 people in Turkey, Syria. AP NEWS
  4. ↑ www.reuters.com/world/africa/powerful-storm-roll
  5. ↑ Staff, C. N. N. (2023-11-06). More than 10,000 killed in Gaza, Hamas-controlled health ministry says, as condemnation of Israel’s campaign grows. CNN

সম্পৰ্কিত শ্ৰেণী

বৰ্ষ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২০২৩ চন” প্ৰবন্ধৰ সংশোধন ৫৬৬৪৭১ (২৮ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।