২০১২ খ্ৰীষ্টাব্দ ৰোমান সংখ্যাৰ এটা অধিবৰ্ষ। ইয়াৰ প্ৰথম দিনটো আছিল দেওঁবাৰ। গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসৰি এইটো ২০১২তম বৰ্ষৰ সাধাৰণ যোগ তথা এনো ডোমিনি আৰু ২১শ শতাব্দীৰ ১২তম বৰ্ষ।
এই বৰ্ষটো এলান ট্যুৰিং বছৰ হিচাপে নামাঙ্কিত কৰা হৈছে।১ ২০১২ বৰ্ষটোৰ বাবে বিভিন্ন সভ্যতা (মায়া, ইনকা) আৰু মানুহে (নষ্ট্ৰাদমাছ) ভবিষ্যৎবাণী কৰিছে।
পূৰ্বঘোষিত তথা নিৰ্ধাৰিত ঘটনাৱলী
জানুৱাৰী
- ১৩ - ২২ জানুৱাৰী – অষ্ট্ৰিয়াৰ ইনচব্ৰাকত প্ৰথম শীতকালীন যুৱ অলিম্পিক অনুষ্ঠিত হয়।
- ২০ জানুৱাৰি -- ইটা জেমছৰ মৃত্যু, তেওঁ আমাৰিকান গায়ক। (জন্ম ১৯৩৮)
- ২৩ জানুৱাৰী – ইৰান-ইউৰোপ ইউনিয়নৰ সম্পৰ্ক অৱনতি।
ফেব্ৰুৱাৰী
- ৬ ফেব্ৰুৱাৰী – যুক্তৰাজ্য আৰু কমনৱেলথত ৰাণী এলিজাবেথৰ ৰাজত্বৰ ৬০ তম বাৰ্ষিকী উপলক্ষে সোনালী জয়ন্তী পালন।
- ১৫ ফেব্ৰুৱাৰী – কামায়াগুা হণ্ডাজৰ এখন কাৰাগাৰত জুই লগাৰ বাবে ৩৬০ জন লোকৰ মৃত্যু ঘটে।
মাৰ্চ
- ১৩ মাৰ্চ – প্ৰথম প্ৰকাশৰ ২৪৪ বছৰৰ পিছত এনচাইক্ল’পেডিয়া ব্ৰিটেনিকাৰ ছপা সংস্কৰণ বন্ধ কৰে।
- ২২ মাৰ্চ – যদি ইউৰোপীয়ান কাউঞ্চিলে বৰ্তমান স্বতাধিকাৰ আইন সম্প্ৰসাৰণৰ সপক্ষে মতদান নকৰে তেতিয়া দা ব্ৰেৰ্টলিৰ প্ৰথম “এলবাম প্লীজ প্লীজ মি” ৰ স্বতাধিকাৰ ম্যাদ শেষ হ'ব।২

এপ্ৰিল
- ৭ এপ্ৰিল -- আমেৰিকান সাংবাদিক মাইক ৱালেঞ্চ ৰ মৃত্যু। (জন্ম ১৯১৮)
- ১৭ এপ্ৰিল – ৫০ বছৰ পিছত ৰিপাব্লিক অফ কোৰিয়াৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰই যুদ্ধকালীন সামৰীক নিয়ন্ত্ৰণ প্ৰত্যাহাৰ কৰিব তথা সংযুক্ত সেৱা কমাণ্ড ভংগ কৰিব।
মে'
- ২০ মে – দেওবাৰ, বলয়গ্ৰহ সূৰ্য্যগ্ৰহণ।
- ১২ মে'ৰ পৰা ১২ আগষ্ট ২০১২লৈ ৱৰ্ল্ড এক্সপ' অনুস্থিত হৈছিল যুছু, দক্ষিন কোৰিয়াত।
জুন
- ৫-৬ জুন – শতাব্দীৰ দ্বিতীয় তথা অন্তিম শুক্ৰ গ্ৰহৰ সূৰ্য প্ৰদক্ষিণ।
জুলাই
- ১৮-২১ জুলাই – ২০১২ বিশ্ব ৰ'য়িং চেম্পিয়নশ্বিপ, প্লভদিভত অনুস্থিত হয়।

আগষ্ট
- ১২ আগষ্ট – দেওবাৰ, লণ্ডন গ্ৰীষ্মকালীন অলিম্পিকৰ সমাপ্তি ঘটে।
- ২৫ আগষ্ট -- নীল আৰ্মষ্ট্ৰংৰ মৃত্যু (১৯৩০ চনত জন্ম)
- ২৯ আগষ্ট – ২০১২ গ্ৰীষ্মকালীন পাৰাঅলিম্পিকৰ আৰম্ভ হয়।৪
ছেপ্তেম্বৰ
- ১ ছেপ্তেম্বৰ -- আমেৰিকা যুক্তৰাষ্ট্ৰৰ গীতিকাৰ হল ডেভিডৰ মৃত্যু হয়। (জন্ম ১৯২১)
নৱেম্বৰ
- ৬ নৱেম্ভৰ – আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি আৰু হাউছ অফ ৰিপ্ৰেজেন্টেচনৰ নিৰ্বাচন।
- ১৩ নৱেম্বৰ – পূৰ্ণ গ্ৰাস সূৰ্য্যগ্ৰহণ (অষ্ট্ৰেলিয়া আৰু দক্ষিণ প্ৰিফিক্সত দেখা পোৱা যাব)।
- ২৮ নৱেম্বৰ – আংশিক চন্দ্ৰগ্ৰহণ।
ডিচেম্বৰ
- ২১ ডিচেম্বৰ – ১১:১১ UTC উত্তৰ গোলাৰ্ধত মকৰ ক্ৰান্তি আৰু দক্ষিন গোলাৰ্ধত কৰ্কট ক্ৰান্তি হ'বগৈ।
- ৩১ ডিচেম্বৰ – কয়'ট' প্ৰটোকলৰ ম্যাদ শেষ হ'ব।
ধৰ্মীয় ছুটিৰ দিন
- ৭ জানুৱাৰী – জুলিয়ান পঞ্জিকা মতে বৰদিন।
- ১ ফ্ৰেব্ৰুৱাৰী – ইমবল্ক. এটা ক্ৰছ কোৱাৰ্টাৰ দিন।
- ৮ মাৰ্চ – হোলি (ফাকুৱা)
- ২০ মাৰ্চ – মহা বিষুৱ
- ১ এপ্ৰিল – ৰাম নৱমী
- ৬ এপ্ৰিল – হনুমান জয়ন্তী
- ২ আগষ্ট – ৰাখী বন্ধন
- ১০ আগষ্ট – জন্মাষ্টমী
- ২৪ অক্টোবৰ – বিজয়া দশমী
- ১৩ নৱেম্বৰ – দেৱালী
- ২৫ ডিচেম্বৰ – বৰদিন
তথ্যসূত্ৰ
- ↑ www.turingcentenary.eu, আহৰণ: ১৯-১০-২০১২
- ↑ news.bbc.co.uk, আহৰণ: ১৯-১০-২০১২
- ↑ হোমপেজ - লণ্ডন ২০১২
- ↑ "London 2012". London 2012 . www.london2012.com/ . Retrieved 2010-08-09
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২০১২ চন” প্ৰবন্ধৰ সংশোধন ৫৬৬৩০৯ (২৬ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।