২০২৫ চন
১১ প্ৰবন্ধ
-
২০২৫ চন
২০২৫ (দুহাজাৰ পঁচিছ চন; MMXXV) এটা সাধাৰণ বছৰ, যিটো গ্ৰেগ'ৰিয়ান কেলেণ্ডাৰ অনুসৰি বুধবাৰৰপৰা আৰম্ভ হয়। ই ৩য় সহস্ৰাব্দৰ ২৫ বছৰ আৰু একবিংশ শতিকা আৰু ২০২০ দশকৰ ষষ্ঠ বছৰ।
-
২০২৫ প্ৰয়াগ কুম্ভ মেলা
২০২৫ প্ৰয়াগ কুম্ভ মেলা হʼল ভাৰতৰ উত্তৰপ্ৰদেশৰ প্ৰয়াগৰাজ চহৰৰ ত্ৰিবেণী সংগমত, ২০২৫ চনৰ ১৩ জানুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হʼবলগীয়া মহা কুম্ভ মেলাৰ চলিত বৰ্ষৰ সংস্কৰণ, যি ২০২৫ মহা কুম্ভ নামেৰেও জনাজাত। কুম্ভ মেলাৰ এই 'মহা' সংস্কৰণটি প্ৰতি ১৪৪ বছৰত এবাৰকৈ অনুষ্ঠিত হয় আৰু ই ৪৪ দিনলৈ চলিব।
-
২০২৫ ভাৰত–পাকিস্তানৰ সংঘাত
২০২৫ চনৰ ২৩ এপ্ৰিলত ভাৰত আৰু পাকিস্তানৰ মাজত এক সংঘাতৰ উত্থান ঘটিছিল, যাৰ সূচনা হৈছিল ২০২৫ চনৰ পহলগাম আক্ৰমণক লৈ। জম্মু-কাশ্মীৰৰ বৈছাৰণ উপত্যকাত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ ফলত ২৫জন হিন্দু পৰ্যটক, এজন খ্ৰীষ্টান পৰ্যটক আৰু এজন স্থানীয় মুছলমানকে ধৰি ২৭জন লোকৰ মৃত্যু হোৱাৰ লগতে ২০ জনতকৈ অধিক লোক আহত…
-
১৯৪৭ চন
১৯৪৭ (MCMXLVII) গ্ৰেগ'ৰিয়ান কেলেণ্ডাৰৰ বুধবাৰৰ পৰা আৰম্ভ হোৱা এটা সাধাৰণ বছৰ আছিল। ই আছিল দ্বিতীয় সহস্ৰাব্দৰ ৯৪৭ বছৰ, বিংশ শতিকাৰ ৪৭তম বছৰ আৰু ১৯৪০ দশকৰ ৮ম বছৰ।
-
২০২৫ চনৰ অসম খনিৰ ঘটনা
২০২৫ চনৰ ৬ জানুৱাৰীত ভাৰতৰ অসমৰ ডিমা হাছাও জিলাৰ অবৈধ কয়লা খনিত আবদ্ধ হৈ পৰে খনিকৰৰ দল এটা। ওচৰৰ অব্যৱহৃত খনিৰপৰা পানী ওলাই অহাত তেওঁলোক আবদ্ধ হৈ পৰে।
-
২০২৫ চনৰ ভাৰতীয় নিৰ্বাচনী বিতৰ্ক
২০২৫ চনৰ ১ আগষ্টত লোকসভা বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে ব্যক্ত কৰে যে তেওঁৰ দল ভাৰতীয় জাতীয় কংগ্ৰেছ (আইএনচি) এ ২০২৪চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনৰ সময়ত নিৰ্বাচনী জালিয়াতি ৰ ্ৰমাণ পাইছিল। ৭ আগষ্টত তেওঁ অভিযোগ কৰে যে কৰ্ণাটক মহাদেৱপুৰ বিধানসভা সমষ্টি বাবে ভাৰতীয় নিৰ্বাচন আয়োগে (ই. চি.
-
২০২৫ ম্যানমাৰ ভূমিকম্প
২০২৫ চনৰ ২৪ মাৰ্চত ১২:৫০:৫২ এমএমটি (০৬:২০:৫২ ইউটিচি) ত ম্যানমাৰৰ ছাগাইং অঞ্চলত ৭.৭-ৰ ভূমিকম্প হৈছিল, যাৰ অভিকেন্দ্ৰ আছিল দেশৰ দ্বিতীয় বৃহত্তম চহৰ মাণ্ডালেৰ ওচৰত। ষ্ট্ৰাইক-স্লিপ শ্বকে সৰ্বাধিক পৰিৱৰ্তিত মেৰ্কেলি তীব্ৰতা IX (Violent) প্ৰাপ্ত কৰিছিল।
-
২০২৫ ৰ দক্ষিণ কেলিফৰ্ণিয়াৰ বনজুই
দক্ষিণ কেলিফৰ্ণিয়াৰ লছ এঞ্জেলছ মহানগৰ অঞ্চল আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহত ২০২৫ চনৰ ৭ জানুৱাৰীৰ পৰা ৩১টা বন্য অগ্নিকাণ্ডই আগুৰি পেলাইছে। এই বছৰৰে ২১ জানুৱাৰীলৈকে পেলিছাডছৰ আৰু ইটনৰ জুই সক্ৰিয় হৈ আছে, দুয়োটা ৩১টা বন্য অগ্নিকাণ্ডৰ ভিতৰত আটাইতকৈ ডাঙৰ অগ্নিকাণ্ড।
-
২০২৫-দিল্লী কাৰ বিস্ফোৰণ
২০২৫ চনৰ ১০ নৱেম্বৰত ভাৰতৰ দিল্লীৰ লালকিল্লাৰ সমীপত গাড়ী বোমা বিস্ফোৰণ সংঘটিত হয়। এই বোমা বিস্ফোৰণত কমেও ১৩ জন লোক নিহত হোৱাৰ লগতে ২০ জনতকৈ অধিক লোক আহত হয়। দিল্লী আৰক্ষীয়ে অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ বিধান আৰোপ কৰি গোচৰৰ তদন্তৰ সৈতে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা জড়িত হৈ পৰে।
-
২০২৫–২৬ চনত অষ্ট্ৰেলিয়াত ভাৰতীয় ক্ৰিকেট দল
ভাৰতীয় ক্ৰিকেট দলটোৱে ২০২৫ চনৰ অক্টোবৰ আৰু নৱেম্বৰ মাহত অষ্ট্ৰেলিয়া ভ্ৰমণ কৰি অষ্ট্ৰেলিয়া ক্ৰিকেট দলৰ বিৰুদ্ধে খেলিব। এই ভ্ৰমণত তিনিখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় আৰু পাঁচখন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ অনুষ্ঠিত হ'ব।
-
ৰেট-হ’ল মাইনিং
ৰেট-হ’ল মাইনিং বা ৰেট মাইনিং (Rat-hole mining) হৈছে উত্তৰ-পূব ভাৰতত কয়লা উলিওৱাৰ বাবে ব্যৱহৃত এটা প্ৰক্ৰিয়া। ইয়াত শ্ৰমিকে মাটি খন্দি সৰু ছিদ্ৰ কৰি কয়লা উলিয়ায়।