অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

উৰ্খাউ গৌড়া ব্ৰহ্ম

উৰ্খাউ গৌড়া ব্ৰহ্ম অসমৰ পৰা ভাৰতীয় সংসদৰ উচ্চ সদন ৰাজ্যসভালৈ নিৰ্বাচিত এগৰাকী সাংসদ আছিল। ব্ৰহ্ম কোকৰাঝাৰ জিলাত জন্ম হৈছিল। তেওঁৰ পিতৃ হৰ্কেশ্বৰ ব্ৰহ্ম। তেখেতে ২০১৪ চনত তেওঁৰ বড়ো ভাষাৰ কাব্য সংকলন উদাংনিফ্ৰাই গিডিংফিন্নানেই-ৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে।

হালনাগাদ: ৩১ অক্টোবৰ ২০২৬ ৫৫ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

উৰ্খাউ গৌড়া ব্ৰহ্ম অসমৰ পৰা ভাৰতীয় সংসদৰ উচ্চ সদন ৰাজ্যসভালৈ নিৰ্বাচিত এগৰাকী সাংসদ আছিল। ব্ৰহ্ম কোকৰাঝাৰ জিলাত জন্ম হৈছিল। তেওঁৰ পিতৃ হৰ্কেশ্বৰ ব্ৰহ্ম।১ তেখেতে ২০১৪ চনত তেওঁৰ বড়ো ভাষাৰ কাব্য সংকলন উদাংনিফ্ৰাই গিডিংফিন্নানেই-ৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে।২ ২০১৫ চনত তেওঁ ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেলৰ প্ৰতিষ্ঠাপক সভাপতি হিচাপে নিৰ্বাচিত হয়।৩

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ myneta.info/ls2009/candidate.php?candidate_id=29
  2. ↑ Kalita, Brahma get Sahitya Akademi Award
  3. ↑ UPP releases first list of candidates

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমীয়া সাহিত্যিকবড়ো জনগোষ্ঠীৰ ব্যক্তিঅসমৰ ৰাজনীতিকবড়ো ভাষাৰ সাহিত্য অকাডেমি বঁটা বিজয়ীঅসম বিধানসভাৰ সদস্যঅসম চৰকাৰৰ মন্ত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উৰ্খাউ গৌড়া ব্ৰহ্ম” প্ৰবন্ধৰ সংশোধন ৪১৭৪৯৬ (৭ এপ্ৰিল ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।