নিৰ্বাচন
৪ প্ৰবন্ধ
-
ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত
ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্তই ভাৰতৰ নিৰ্বাচন আয়োগৰ নেতৃত্ব দিয়ে, যিটো সংস্থা সাংবিধানিকভাৱে মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষমতা প্ৰদান কৰা এক সংস্থা।
-
নিৰ্বাচনী চিয়াঁহী
নিৰ্বাচনী চিয়াঁহী, মচিব নোৱাৰা চিয়াঁহী বা নিৰ্বাচনী দাগ, নিৰ্বাচনৰ সময়ত ভোটাৰৰ তৰ্জনী আঙুলিত (সাধাৰণতে) প্ৰয়োগ কৰা অৰ্ধস্থায়ী চিয়াঁহী বা ৰং। যিবোৰ দেশত নাগৰিকৰ বাবে চিনাক্তকৰণৰ নথিপত্ৰ সদায় প্ৰামাণিক বা প্ৰতিষ্ঠানিক নহয়, সেইবোৰ দেশৰ বাবে ই এক ফলপ্ৰসূ পদ্ধতি।
-
ভাৰতৰ সাধাৰণ নিৰ্বাচন ২০২৪ (অসম)
ভাৰতৰ অষ্টাদশ লোকসভাৰ ১৪ গৰাকী সদস্যক নিৰ্বাচিত কৰিবলৈ ২০২৪ চনৰ যোৱা ১৯ এপ্ৰিলৰ পৰা ৭ মে’লৈ অসমত ভাৰতৰ সাধাৰণ নিৰ্বাচন ২০২৪ অনুষ্ঠিত কৰা হয়।
-
ক্ষমতাৰ শান্তিপূৰ্ণ পৰিৱৰ্তন
ক্ষমতাৰ শান্তিপূৰ্ণ পৰিৱৰ্তন বা ক্ষমতা হস্তান্তৰ (Peaceful transition of power) হ’ল গণতান্ত্ৰিক চৰকাৰৰ এক গুৰুত্বপূৰ্ণ নীতি; য’ত চৰকাৰৰ নেতৃত্বই শান্তিপূৰ্ণভাৱে চৰকাৰৰ নিয়ন্ত্ৰণ নৱনিৰ্বাচিত নেতৃত্বৰ হাতত অৰ্পণ কৰে।