অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বদৰুদ্দিন আজমল

বদৰুদ্দিন আজমল (Badruddin Ajmal)(জন্ম-১২ ফেব্ৰুৱাৰী, ১৯৫০) অসমৰ ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ। ২০০৯, ২০১৪ আৰু ২০১৯ চনৰ লোকসভা নিৰ্বাচনত তেওঁ একেৰাহে তিনিবাৰ ধুবুৰী লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰিছে।

হালনাগাদ: ৩১ অক্টোবৰ ২০২৬ ৯৫ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

বদৰুদ্দিন আজমল (Badruddin Ajmal)১(জন্ম-১২ ফেব্ৰুৱাৰী, ১৯৫০) অসমৰ ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ।২ ২০০৯, ২০১৪ আৰু ২০১৯ চনৰ লোকসভা নিৰ্বাচনত তেওঁ একেৰাহে তিনিবাৰ ধুবুৰী লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰিছে।৩

তেওঁ ২০০৪ চনত "অসম সংযুক্ত গণতান্ত্ৰীক মৰ্চা", পিছলৈ ২০০৯ চনত সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা নামৰ ৰাজনৈতিক দল প্ৰতিষ্ঠা কৰে। ৪

তেতিয়াৰে পৰা তেওঁ প্ৰত্যক্ষ ভাবে ভাৰতীয় ৰাজনীতিত, বিশেষকৈ অসমৰ ৰাজনীতিত জড়িত হৈ পৰে। তাৰোপৰি তেওঁ অসম ৰাজ্যিক জামিয়েত-উলেমা-ই-হিন্দৰ সভাপতি।৫ আৰু দাৰুল উলুম দেউবন্দ ইছলামিক বিশ্ববিদ্যালয়ৰ উপদেষ্টা মণ্ডলীৰ সদস্য।

জৰ্ডানৰ ৰয়েল ইছলামিক ষ্ট্ৰেজিক ষ্টাডীছ চেণ্টাৰে প্ৰকাশ কৰা ২০১৫-১৬ বৰ্ষৰ "পৃথিৱীৰ ৫০০ জন আটাইতকৈ প্ৰভাৱশালী মুছলমান"ৰ তালিকাত আজমলৰ নাম অন্তৰ্ভুক্ত হৈছে। ৬

তথ্যসূত্ৰ

  1. ↑ AIUDF President
  2. ↑ 15th Lok sabha members, Assam, India
  3. ↑ Himanta Biswa Sarma: In this Assam election, Bangladeshi immigrants want their own CM too
  4. ↑ www.aiudf.org AIUDF Official Website
  5. ↑ TNN. (5 October 2013). Ajmal re-elected Assam Jamiat chief. The Times of India
  6. ↑ 22 Indians among world’s influential Muslims - The Times of India. Timesofindia.indiatimes.com

সম্পৰ্কিত শ্ৰেণী

অসমৰ ৰাজনীতিকভাৰতৰ ব্যৱসায়ীধুবুৰী জিলাৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বদৰুদ্দিন আজমল” প্ৰবন্ধৰ সংশোধন ৫৬৯০৫৮ (১১ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।