ৰকিবুল হুছেইন হৈছে অসমৰ এগৰাকী ৰাজনীতিবিদ। বৰ্তমান তেওঁ নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ বিধায়ক আৰু ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ। ২০১৬ চনলৈকে তেওঁ প্ৰয়াত তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰত মন্ত্ৰীও আছিল। ২০০১ চনৰ পৰা ২০২১ চনলৈকে অসম বিধানসভালৈ একেৰাহে পাঁচটা কাৰ্যকালৰ বাবে তেওঁ নিৰ্বাচিত হৈছে।১২৩৪৫৬
তথ্যসূত্ৰ
- ↑ Who's Who. assamassembly.gov.in
- ↑ Rakibul Hussain(Indian National Congress(INC)):Constituency- SAMAGURI(NAGAON) – Affidavit Information of Candidate. myneta.info
- ↑ Assam Legislative Assembly – 11th Assembly, Members 2001–2006. assamassembly.gov.in
- ↑ Assam Legislative Assembly – Members 2006–2011. assamassembly.gov.in
- ↑ Assam Legislative Assembly – Members of Current Assembly. assamassembly.gov.in
- ↑ Rakibul Hussain · Assam Assembly Election Results Live, Candidates News, Videos, Photos. News18
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰকিবুল হুছেইন” প্ৰবন্ধৰ সংশোধন ৪২২৪৩৮ (৬ জুন ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।