অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

প্ৰদান বৰুৱা

প্ৰদান বৰুৱা অসমৰ পৰা নিৰ্বাচিত লোকসভাৰ সদস্য। ২০১৬ চনৰ নৱেম্বৰত হোৱা লোকসভা নিৰ্বাচনত লখিমপুৰ সংসদীয় সমষ্টিৰ পৰা তেওঁ নিৰ্বাচিত হৈছিল। ইয়াৰ পূৰ্বে তেওঁ ধেমাজি জিলাৰ ধেমাজি বিধানসভা সমষ্টি (নং ১১৩)ৰ পৰা অসম বিধানসভাৰ সদস্য আছিল৷ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হোৱাৰ পূৰ্বে বৰুৱা ভাৰতীয় জাতীয় কংগ্ৰেছৰ…

হালনাগাদ: ৪ নৱেম্বৰ ২০২৩ ৪৬ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

প্ৰদান বৰুৱা অসমৰ পৰা নিৰ্বাচিত লোকসভাৰ সদস্য। ২০১৬ চনৰ নৱেম্বৰত হোৱা লোকসভা নিৰ্বাচনত লখিমপুৰ সংসদীয় সমষ্টিৰ পৰা তেওঁ নিৰ্বাচিত হৈছিল।১

ইয়াৰ পূৰ্বে তেওঁ ধেমাজি জিলাৰ ধেমাজি বিধানসভা সমষ্টি (নং ১১৩)ৰ পৰা অসম বিধানসভাৰ সদস্য আছিল৷ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হোৱাৰ পূৰ্বে বৰুৱা ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য আছিল।

তথ্যসূত্ৰ

  1. ↑ PRADAN BARUAH: Bio, Political life, Family & Top stories. The Times of India

সম্পৰ্কিত শ্ৰেণী

অসমৰ ৰাজনীতিকঅসমৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰদান বৰুৱা” প্ৰবন্ধৰ সংশোধন ৩৯০২১৮ (৪ নৱেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।