অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

দাদাচাহেব ফাল্কে বঁটা

ভাৰতীয় চলচ্চিত্ৰৰ জনকৰূপে অভিহিত দাদাচাহেব ফাল্কেৰ স্মৃতি ৰক্ষাৰ্থে দাদাচাহেব ফাল্কে বঁটা প্ৰদান কৰা হয়। ভাৰতীয় চলচ্চিত্ৰৰ উৎকৰ্ষ আৰু বিকাশৰ হকে উল্লেখযোগ্য বৰঙনিৰ স্বীকৃতিৰূপে এই বঁটা প্ৰদান কৰা হয়। ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বোচ্চ বঁটাৰূপে স্বীকৃত এই বঁটাৰ অৰ্থমূল্য দহ লাখ টকা।

হালনাগাদ: ৩১ অক্টোবৰ ২০২৬ ৫৪ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

ভাৰতীয় চলচ্চিত্ৰৰ জনকৰূপে অভিহিত দাদাচাহেব ফাল্কেৰ১ স্মৃতি ৰক্ষাৰ্থে দাদাচাহেব ফাল্কে বঁটা প্ৰদান কৰা হয়।২ ভাৰতীয় চলচ্চিত্ৰৰ উৎকৰ্ষ আৰু বিকাশৰ হকে উল্লেখযোগ্য বৰঙনিৰ স্বীকৃতিৰূপে এই বঁটা প্ৰদান কৰা হয়। ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বোচ্চ বঁটাৰূপে স্বীকৃত এই বঁটাৰ অৰ্থমূল্য দহ লাখ টকা। ইয়াৰ লগতে বিজয়ীজনক এখন প্ৰশক্তি পত্ৰ আৰু এখন আলোৱান প্ৰদান কৰা হয়।৩

দাদাচাহেব ফাল্কে বঁটা লাভ কৰাসকল

বছৰবঁটাপ্ৰাপ্তবৃত্তি
১৯৬৯দেৱিকা ৰাণীঅভিনেত্ৰী
১৯৭০বীৰেন্দ্ৰনাথ চৰকাৰচলচ্চিত্ৰ প্ৰযোজক
১৯৭১পৃথ্বীৰাজ কাপুৰঅভিনেতা
১৯৭২পংকজ মল্লিকসংগীত পৰিচালক
১৯৭৩ৰুবি মায়াৰ্ছ (সুলোচনা)অভিনেত্ৰী
১৯৭৪বি এন ৰেড্ডীচলচ্চিত্ৰ পৰিচালক
১৯৭৫ধীৰেন্দ্ৰ নাথ গাংগুলীঅভিনেতা, চলচ্চিত্ৰ পৰিচালক
১৯৭৬কানন দেৱীঅভিনেত্ৰী
১৯৭৭নিতিন বসুচিত্ৰগ্ৰহণকাৰী, চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ
১৯৭৮আৰ চি বড়ালসংগীত পৰিচালক, চলচ্চিত্ৰ পৰিচালক
১৯৭৯ছোহৰাব মোদীঅভিনেতা, চলচ্চিত্ৰ পৰিচালক, চলচ্চিত্ৰ প্ৰযোজক
১৯৮০পি জয়ৰাজঅভিনেতা, চলচ্চিত্ৰ পৰিচালক
১৯৮১নৌশাদসংগীত পৰিচালক
১৯৮২এল ভি প্ৰসাদঅভিনেতা, চলচ্চিত্ৰ পৰিচালক, চলচ্চিত্ৰ প্ৰযোজক
১৯৮৩দুৰ্গা খোটেঅভিনেত্ৰী
১৯৮৪সত্যজিৎ ৰায়চলচ্চিত্ৰ পৰিচালক
১৯৮৫ভি শান্তাৰামঅভিনেতা, চলচ্চিত্ৰ পৰিচালক, চলচ্চিত্ৰ প্ৰযোজক
১৯৮৬বি নাগী ৰেড্ডীচলচ্চিত্ৰ প্ৰযোজক
১৯৮৭ৰাজ কাপুৰঅভিনেতা, চলচ্চিত্ৰ পৰিচালক
১৯৮৮অশোক কুমাৰঅভিনেতা
১৯৮৯লতা মংগেশকাৰনেপথ্য গায়িকা
১৯৯০আক্কিনেনি নাগেশ্বৰ ৰাওঅভিনেতা
১৯৯১ভালজী পেন্ধাৰকৰচলচ্চিত্ৰ পৰিচালক, চলচ্চিত্ৰ প্ৰযোজক
১৯৯২ভূপেন হাজৰিকাচলচ্চিত্ৰ পৰিচালক, নেপথ্য গায়ক
১৯৯৩মজৰূহ চুলতানপুৰীগীতিকাৰ
১৯৯৪দিলীপ কুমাৰঅভিনেতা
১৯৯৫ৰাজ কুমাৰঅভিনেতা
১৯৯৬শিৱাজী গণেশনঅভিনেতা
১৯৯৭কবি প্ৰদীপগীতিকাৰ
১৯৯৮বি. আৰ. চোপ্ৰাচলচ্চিত্ৰ পৰিচালক, চলচ্চিত্ৰ প্ৰযোজক
১৯৯৯হৃষিকেশ মুখাৰ্জীচলচ্চিত্ৰ পৰিচালক
২০০০আশা ভোছলেনেপথ্য গায়িকা
২০০১য়শ ছোপ্ৰাচলচ্চিত্ৰ পৰিচালক, চলচ্চিত্ৰ প্ৰযোজক
২০০২দেৱ আনন্দঅভিনেতা, চলচ্চিত্ৰ পৰিচালক, চলচ্চিত্ৰ প্ৰযোজক
২০০৩মৃনাল সেনচলচ্চিত্ৰ পৰিচালক
২০০৪আদুৰ গোপালকৃষ্ণনচলচ্চিত্ৰ পৰিচালক
২০০৫শ্যাম বেনেগালচলচ্চিত্ৰ পৰিচালক
২০০৬তপন সিনহাচলচ্চিত্ৰ পৰিচালক
২০০৭মান্না দেনেপথ্য গায়ক
২০০৮ভি. কে মূৰ্তিচিত্ৰগ্ৰহণকাৰী
২০০৯ডি ৰামানাইডুচলচ্চিত্ৰ প্ৰযোজক
২০১০কে. বালাচন্দ্ৰচলচ্চিত্ৰ পৰিচালক
২০১১সৌমিত্ৰ চেটাৰ্জীঅভিনেতা
২০১২প্ৰাণঅভিনেতা
২০১৩গুলজাৰগীতিকাৰ
২০১৪শশী কাপুৰঅভিনেতা
২০১৫মনোজ কুমাৰঅভিনেতা
২০১৬কাশীনাথোন্নী বিশ্বনাথচলচ্চিত্ৰ পৰিচালক, শব্দগ্ৰহণকাৰী
২০১৭বিনোদ খান্নাঅভিনেতা
২০১৮অমিতাভ বচ্চনঅভিনেতা
২০১৯ৰজনীকান্ত৪অভিনেতা
২০২০ ৬৮তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাআশা পাৰেখ৫অভিনেত্ৰী
২০২১ ৬৯তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৱাহীদা ৰহমান৬অভিনেত্ৰী
২০২২ ৭০তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটামিথুন চক্ৰৱৰ্তী৭অভিনেতা

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ Vilanilam, J. V. (2005). Mass Communication in India: A Sociological Perspective. Sage Publications. পৃ. 128. ISBN 81-7829-515-6
  2. ↑ Government Awards
  3. ↑ (9 September 2010). Veteran Film Producer Dr. D.Ramanaidu to be Honoured With Dada Saheb Phalke Award for the Year 2009. Press Information Bureau, Government of India
  4. ↑ (2021-04-01). Rajinikanth to be bestowed with Dada Saheb Phalke award. The Hindu
  5. ↑ (2022-09-27). Veteran star Asha Parekh to be conferred with Dada Saheb Phalke award. The Times Of India
  6. ↑ The Indian Express. (26 September 2023). Waheeda Rehman honoured with Dadasaheb Phalke Award for contributions to Indian cinema, expemplifying 'strength of Bharatiya Nari'
  7. ↑ The Hindu. (8 October 2024). President confers 70th National Film Awards; Mithun Chakraborty receives Dadasaheb Phalke Award

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ৰাষ্ট্ৰীয় বঁটা আৰু সন্মানদাদাচাহেব ফাল্কে বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দাদাচাহেব ফাল্কে বঁটা” প্ৰবন্ধৰ সংশোধন ৪৩৬৫৯৪ (১০ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।