অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

দাদাচাহেব ফাল্কে

ধুণ্ডীৰাজ গোবিন্দ ফাল্কে (धुंडीराज गोविंद फाळके), যি দাদাচাহেব ফাল্কে(दादासाहेब फाळके;) নামে অধিক পৰিচিত, (৩০ এপ্ৰিল, ১৮৭০ - ১৬ ফেব্ৰুৱাৰী, ১৯৪৪) এজন ভাৰতীয় চলচ্চিত্ৰ পৰিচালক আৰু প্ৰযোজক আছিল। তেওঁক ভাৰতীয় চলচ্চিত্ৰৰ জনক হিচাপে গণ্য কৰা হয়।

হালনাগাদ: ৩ মাৰ্চ ২০২৬ ১২৯ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

ধুণ্ডীৰাজ গোবিন্দ ফাল্কে (धुंडीराज गोविंद फाळके), যি দাদাচাহেব ফাল্কে(दादासाहेब फाळके;) নামে অধিক পৰিচিত, (৩০ এপ্ৰিল, ১৮৭০ - ১৬ ফেব্ৰুৱাৰী, ১৯৪৪) এজন ভাৰতীয় চলচ্চিত্ৰ পৰিচালক আৰু প্ৰযোজক আছিল। তেওঁক ভাৰতীয় চলচ্চিত্ৰৰ জনক হিচাপে গণ্য কৰা হয়।১২৩ তেওঁ ১৯১৩ চনত নিৰ্মাণ কৰা ৰাজা হৰিশচন্দ্ৰ আছিল ভাৰতৰ প্ৰথম পূৰ্ণদৈৰ্ঘ্যৰ নিৰ্বাক চলচ্চিত্ৰ। ইয়াৰ পিছত তেওঁ প্ৰায় ২৬ বছৰ ধৰি ৯৫খন পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰ আৰু ২৬খন স্বল্প দৈৰ্ঘ্যৰ চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল।

প্ৰাৰম্ভিক জীৱন

ধুণ্ডীৰাজ গোবিন্দ ফাল্কে ১৮৭০ চনৰ ৩০ এপ্ৰিলত ব্ৰিটিছ ভাৰতৰ বম্বে প্ৰচিডেন্সিৰ অন্তৰ্ভুক্ত ত্ৰ্যম্বকেশ্বৰ নামৰ ঠাইত এটি মাৰাঠী শিক্ষিত ব্ৰাহ্মণ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল।৪

উল্লেখযোগ্য চলচ্চিত্ৰসমূহ

বহিঃসংযোগ

তথ্যসূত্ৰ

  1. ↑ Dadasaheb Phalke, the father of Indian cinema – Bāpū Vāṭave, National Book Trust – Google Books. Books.google.co.in
  2. ↑ Sachin Sharma, TNN 28 June 2012, 03.36AM IST. (28 June 2012). Godhra forgets its days spent with Dadasaheb Phalke – Times of India. Articles.timesofindia.indiatimes.com
  3. ↑ Vilanilam, J. V. (2005). Mass Communication in India: A Sociological Perspective. Sage Publications. পৃ. 128. ISBN 81-7829-515-6
  4. ↑ The Sunday Tribune – Spectrum – Article. Tribuneindia.com

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ চলচ্চিত্ৰ পৰিচালক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দাদাচাহেব ফাল্কে” প্ৰবন্ধৰ সংশোধন ৫৮৪১৬৯ (৩ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।