ৰান্টাছ ([rāːτas] হৈছে কাশ্মীৰী লোককথাৰ এক কাল্পনিক চৰিত্ৰ১-দীঘল চুলি,জোঙা দাঁত, দীঘল নখ আৰু উলোটা ভৰিৰ২ এটা মাইকী ভূত যি বৰফৰ ৰাতি ৰাস্তাত ঘুৰি ফুৰে। শীতকালত ঘৰত শিশুসকলক বাহিৰলৈ নাযাবলৈ ভয় খোৱাবলৈ ৰাণ্টাছৰ ভয় খোৱাই।৩৪৫৬৭
আৰু চাওক
তথ্যসূত্ৰ
- ↑ Kalla. (1985). The Literary Heritage of Kashmir. Mittal Publications
- ↑ Bhat, Hilal Ahmad. 'RANTAS' (A Mysterious Creature): Myth or Reality. The Kashmir Horizon
- ↑ (2021-01-09). The Magical Reality of Rantas. Kashmir Observer
- ↑ RANTAS. RANTAS( Ancient Kashmiri Mythical Figure) by Naik Sualeha. allpoetry.com
- ↑ (2021-01-08). Fake ghost voices played on loudspeaker in many parts of Kashmir at night to create panic in society - The RealKashmir News Fact Check. The RealKashmir News
- ↑ Hussain, Aadil. (2020-05-15). Negative Female Portrayals in the Folktales of the Raantas, the Kikimora and the Banshee — by Aadil Hussain. INVERSE JOURNAL
- ↑ (2021-01-09). Why Raantas Is A Prejudiced Patriarchal Folktale?. Kashmir Life
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাণ্টাছ” প্ৰবন্ধৰ সংশোধন ৫৭৩৬২৭ (৩ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।