অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

হোমোগ্ৰাফ

হোমোগ্ৰাফ (Homograph) এনে এটি শব্দ য’ত অন্য শব্দৰ দৰে একেই বৰ্ণ বা আখৰ নিহিত হৈ থাকে আৰু সেই একেটা শব্দই বেলেগ এটা অৰ্থ প্ৰকাশ কৰে। অৱশ্যে, কিছুমান অভিধানে শব্দবোৰৰ উচ্চাৰণ বেলেগ হ’ব লাগিব বুলি কয়। আনহাতে অক্সফৰ্ড ইংৰাজী অভিধানে এই শব্দবোৰ "পৃথক মূল"ৰ হ’ব লাগে বুলি কয়।

হালনাগাদ: ৭ ছেপ্তেম্বৰ ২০২৫ ১২০ শব্দ · ১ মিনিট সংগৃহীত ৬৭
সংশোধনৰ পৰামৰ্শ

হোমোগ্ৰাফ (Homograph) এনে এটি শব্দ য’ত অন্য শব্দৰ দৰে একেই বৰ্ণ বা আখৰ নিহিত হৈ থাকে আৰু সেই একেটা শব্দই বেলেগ এটা অৰ্থ প্ৰকাশ কৰে।১ অৱশ্যে, কিছুমান অভিধানে শব্দবোৰৰ উচ্চাৰণ বেলেগ হ’ব লাগিব বুলি কয়।২ আনহাতে অক্সফৰ্ড ইংৰাজী অভিধানে এই শব্দবোৰ "পৃথক মূল"ৰ হ’ব লাগে বুলি কয়।৩ ভেনচিত্ৰত, অক্সফৰ্ড গাইড টু প্ৰেক্টিকেল লেক্সিকোগ্ৰাফীত থকা বিভিন্ন প্ৰকাৰৰ হোমোগ্ৰাফৰ তালিকা দিয়া হৈছে, যেনে ইংৰাজীত hit শব্দটোৱে ক্ৰিয়া হিচাপে strike, আৰু hit শব্দটোৱে বিশেষ্য হিচাপে blow -ক হোমোগ্ৰাফ বুজাইছে।৪

শব্দৰ উচ্চাৰণ পৃথক হ’লে সেই শব্দবোৰক হেটেৰোনিম বুলি কোৱা হ’ব পাৰে। একেই বৰ্ণ বা আখৰ আৰু একেই উচ্চাৰণ থকা শব্দবোৰ (অৰ্থাৎ হোমোগ্ৰাফ আৰু সমধ্বনি দুয়োটা)-ক সমানাকাৰ বুলি গণ্য কৰা হয়। অৱশ্যে, সহজ অৰ্থত "সমানাকাৰ" শব্দটো একে লিখা বা উচ্চাৰণৰ শব্দৰ সৈতে প্ৰযোজ্য হ’ব পাৰে।

তথ্যসূত্ৰ

  1. ↑ One of two or more words that have the same spelling but differ in origin, meaning, and sometimes pronunciation, such as fair (pleasing in appearance) and fair (market) or wind (wĭnd) and wind (wīnd)
  2. ↑ Homophones and Homographs: An American Dictionary, 4th ed., McFarland, 2006, p. 3
  3. ↑ Oxford English Dictionary: homograph
  4. ↑ Atkins, BTS.; Rundell, M., The Oxford Guide to Practical Lexicography, OUP Oxford, 2008, pp. 192 - 193

সম্পৰ্কিত শ্ৰেণী

ভাষাবিজ্ঞান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হোমোগ্ৰাফ” প্ৰবন্ধৰ সংশোধন ৫৩৭৫৭১ (৭ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।