The political structure of অসম in ভাৰত is headed by the ceremonial post of the Governor. He is assisted by a council of ministers, headed by the Chief Minister, who are members of the Assam Assembly. In recent years the Governor has become more powerful, especially because the last two Governors have been ex-Army generals and the Army is entrusted with anti-insurgency operations against সংযুক্ত মুক্তি বাহিনী, অসম and other armed groups.
The Assam legislative structure is unicameral and consists of the 126-member Assam Assembly. Members are elected for a period of 5 years. The Assam Assembly is presided over by the Speaker, who is generally a member of the ruling party.
ৰাজ্য চৰকাৰ
| বৰ্ষ | বিধান সভা | মুঠ আসন | চৰকাৰ | বিজয়ী আসন | মুখ্যমন্ত্ৰী | বিৰোধী |
|---|---|---|---|---|---|---|
| ১৯৪৬-৫২ | প্ৰাদেশিক সদন | ১০৮ | ভাৰতীয় জাতীয় কংগ্ৰেছ | ৫০ | গোপীনাথ বৰদলৈ/বিষ্ণুৰাম মেধি | মুছলীম লীগ |
| ১৯৫২-৫৭ | প্ৰথম সদন | ১০৮ | ৭৬ | বিষ্ণুৰাম মেধি | সমাজবাদী দল | |
| ১৯৫৭-৬২ | দ্বিতীয় সদন | ১০৮ | ৭১ | বিষ্ণুৰাম মেধি/বিমলা প্ৰসাদ চলিহা | প্ৰজা সমাজবাদী দল | |
| ১৯৬২-৬৭ | তৄতীয় সদন | ১০৫ | ৭৯ | বিমলা প্ৰসাদ চলিহা | All Party Hill Leaders Conference | |
| ১৯৬৭-৭২ | চতুৰ্থ সদন | ১২৬ | ৭৩ | বিমলা প্ৰসাদ চলিহা/মহেন্দ্ৰ মোহন চৌধুৰী | All Party Hill Leaders Congress | |
| ১৯৭২-৭৮ | পঞ্চম সদন | ১১৪ | ৯৫ | শৰৎ চন্দ্ৰ সিংহ | সংযুক্ত সমাজবাদী দল | |
| ১৯৭৮-৭৯ | ষষ্ঠ সদন | ১২৬ | জনতা দল/ভাৰতীয় কমিনিউষ্ট দল/Plains Tribals Council of Assam | ৫৩/১১/৪ | গোলাপ বৰবৰা/যোগেন্দ্ৰ নাথ হাজৰিকা | |
| ১৯৭৯-৮০ | – | – | – | ৰাষ্ট্ৰপাতি শাসন | ||
| ১৯৮০-৮১ | ষষ্ঠ সদন | ১২৬ | ৫১/১১/৪ | আনোৱাৰ টাইমূৰ | জনতা দল | |
| ১৯৮১-৮২ | – | – | ভাৰত চৰকাৰ | – | ৰাষ্ট্ৰপতি শাসন | |
| ১৯৮২ | ষষ্ঠ সদন | ১২৬ | ভাৰতীয় জাতীয় কংগ্ৰেছ/Communist Party of India/Independents | ৫১/১১/৪ | কেশৱ চন্দ্ৰ গগৈ | জনতা পাৰ্টি |
| ১৯৮২-৮৩ | – | – | ভাৰত চৰকাৰ | – | ৰাষ্টপতি শাসন | |
| ১৯৮৩-৮৫ | সপ্তম সদন | ১২৬ | ভাৰতীয় জাতীয় কংগ্ৰেছ | ৯১ | হিতেশ্বৰ শইকীয়া | Plains Tribals Council of Assam |
| ১৯৮৫-৯০ | অষ্টম সদন | ১২৬ | অসম গণ পৰিষদ | ৬৯ | প্ৰফুল্ল কুমাৰ মহন্ত | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ১৯৯০-৯১ | – | – | ভাৰত চৰকাৰ | – | ৰাষ্টপতি শাসন | |
| ১৯৯১-৯৬ | নৱম সদন | ১২৬ | ভাৰতীয় জাতীয় কংগ্ৰেছ | ৬৬ | হিতেশ্বৰ শইকীয়া/ভূমিধৰ বৰ্মন | অসম গণ পৰিষদ |
| ১৯৯৬-২০০১ | দশম সদন | ১২৬ | অসম গণ পৰিষদ/Communist Party of India/United Minorities Front | ৫৯/২/২ | প্ৰফুল্ল কুমাৰ মহন্ত | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ২০০১-০৬ | একাদশ সদন | ১২৬ | ভাৰতীয় জাতীয় কংগ্ৰেছ | ৭১ | তৰুণ গগৈ | অসম গণ পৰিষদ |
| ২০০৬-১১ | দ্বাদশ সদন | ১২৬ | ভাৰতীয় জাতীয় কংগ্ৰেছ/বড়োলেণ্ড পিপলছ ফ্ৰণ্ট | ৫৩/১০ | তৰুণ গগৈ | অসম গণ পৰিষদ |
| ২০১১ | ত্ৰয়োদশ সদন | ১২৬ | ভাৰতীয় জাতীয় কংগ্ৰেছ/বড়োলেণ্ড পিপলছ ফ্ৰণ্ট | ৭৮/১১ | তৰুণ গগৈ | সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা |
লোকসভা
Assam sends 14 Member of Parliament(s) to the লোকসভা.
| বৰ্ষ | লোকসভা | মুঠ আসন | বৃহত্তম দল | বিজয়ী আসন | |
| ১৯৫১ | প্ৰথম লোক সভা | ১২ | ভাৰতীয় জাতীয় কংগ্ৰেছ | ১১ | |
| ১৯৫৭ | দ্বিতীয় লোক সভা | ১২ | ভাৰতীয় জাতীয় কংগ্ৰেছ | ১০ | |
| ১৯৬২ | তৃতীয় লোক সভা | ১২ | ভাৰতীয় জাতীয় কংগ্ৰেছ | ৯ | |
| ১৯৬৭ | চতুৰ্থ লোক সভা | ১৪ | ভাৰতীয় জাতীয় কংগ্ৰেছ | ১০ | |
| ১৯৭১ | পঞ্চম লোক সভা | ১৪ | ভাৰতীয় জাতীয় কংগ্ৰেছ | ১৩ | |
| ১৯৭৭ | ষষ্ঠ লোক সভা | ১৪ | ভাৰতীয় জাতীয় কংগ্ৰেছ | ১০ | |
| ১৯৮০ | সপ্তম লোক সভা | ৮ | ভাৰতীয় জাতীয় কংগ্ৰেছ | ৮ | |
| ১৯৮৫ | অষ্টম লোক সভা | ১৫ | অসম গণ পৰিষদ | ৭ | |
| ১৯৮৯ | নৱম লোক সভা | – | নিৰ্বাচন অনুষ্ঠিত নহ’ল | – | |
| ১৯৯১ | দশম লোক সভা | ১৪ | ভাৰতীয় জাতীয় কংগ্ৰেছ | ৮ | |
| ১৯৯৬ | একাদশ লোক সভা | ১৪ | ভাৰতীয় জাতীয় কংগ্ৰেছ | ৫ | |
| ১৯৯৮ | দ্বাদশ লোক সভা | ১৪ | ভাৰতীয় জাতীয় কংগ্ৰেছ | ১১ | |
| ১৯৯৯ | ত্ৰয়োদশ লোক সভা | ১৪ | ভাৰতীয় জাতীয় কংগ্ৰেছ | ১০ | |
| ২০০৪ | চতুৰ্দশ লোক সভা | ১৪ | ভাৰতীয় জাতীয় কংগ্ৰেছ | ৭ | |
| ২০০৯ | পঞ্চদশ লোক সভা | ১৪ | ভাৰতীয় জাতীয় কংগ্ৰেছ | ৭ | |
| ২০১৪ | ষষ্ঠদশ লোক সভা | ১৪ | ভাৰতীয় জনতা পাৰ্টী | ৭ |
- কৰিমগঞ্জ ১ – এইউডিএফ
- শিলচৰ ২ – কংগ্ৰেছ
- স্বায়ত্বশাসিত জিলা ৩ – কংগ্ৰেছ
- ধুবুৰী ৪ – এইউডিএফ
- কোকোৰাঝাৰ ৫ – নিৰ্দলীয়
- বৰপেটা ৬ – এইউডিএফ
- গৌহাটী ৭ – বিজেপি
- মংগলদৈ ৮ – বিজেপি
- তেজপুৰ ৯ – বিজেপি
- নগাঁও ১০ – বিজেপি
- কলিয়াবৰ ১১ – কংগ্ৰেছ
- যোৰহাট ১২ – বিজেপি
- ডিব্ৰুগড় ১৩ – বিজেপি
- লখিমপুৰ ১৪ – বিজেপি
বাহ্যিক সংযোগ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমৰ ৰাজনীতি” প্ৰবন্ধৰ সংশোধন ৪০২২৫৫ (১৪ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।